২০ আগষ্ট: তাৰিখ

২০ আগষ্ট (ইংৰাজী: 20 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩২তম (অধিবৰ্ষত ২৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৮২৮ - কলকাতাব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
  • ১৮৯৭ - ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
  • ১৯২১ - কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
  • ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
  • ১৯৯১ - এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  • ১৯৯৫ - ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
  • ২০১৩ - উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত স্থাপন কৰা হয়।

জন্ম

  • ১৯০১ - কোৱাশ্বিমোডো, ইটালীৰ সাহিত্যক। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৩৪ - ভৱপ্ৰসাদ চলিহা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন উপ-পদাধিকাৰ।
  • ১৯৪১ - উমা চক্ৰৱৰ্তী, ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷
  • ১৯৪৩ - প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া ঔপন্যাসিক আৰু জীৱনীকাৰ।
  • ১৯৪৪ - ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী।
  • ১৯৪৬ - অপৰ্ণা মহন্ত, অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক৷
  • ১৯৪৬ - এন আৰ নাৰায়ণ মূৰ্তি, ব্যৱসায়ী, ইনফ'চিছ (Infosys)ৰ প্ৰতিষ্ঠাপক।
  • ১৯৭৬ - ৰণদীপ হুদা, বলীউডৰ অভিনেতা।
  • ১৯৮৬ - টানিয়া শচদেৱ, ভাৰতীয় মহিলা দবা খেলুৱৈ।
  • ১৯৯২ - ডেমি ল'ভাট', আমেৰিকাৰ জনপ্ৰিয় গায়িকা আৰু হলীউডৰ অভিনেত্ৰী।

মৃত্যু

  • ১৮৫৪ - ফ্ৰেইড্ৰিক ৱিলহেম্ জোছেফ স্কেলিং, জাৰ্মান দাৰ্শনিক।
  • ১৯১৫ - কাৰ্লোছ ফিনলেই, কিউবাৰ মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানী, পীত জ্বৰৰ (Yellow Fever) গৱেষণাৰ বাবে বিখ্যাত।
  • ১৯১৫ - প'ল এৰ্লিক (ইংঃ Paul Ehrlich), নোবেল বিজয়ী জাৰ্মান চিকিৎসা বিজ্ঞানী।
  • ১৯১৭ - এডল্ফ ভন বেইয়াৰ (ইংঃ Adolf von Baeyer), নোবেল বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
  • ১৯৭৪ - মাগদা চোনজা, অষ্ট্ৰিয়ান অভিনেত্ৰী, মাতা হাৰি বোলছবিৰ বাবে বিখ্যাত।
  • ১৯৯১ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ এপ্ৰিল, ১৯১৪)
  • ২০০১ - ফ্ৰেড হ'য়ল, জ্যোতিৰ্বিজ্ঞানী।
  • ২০১৭ - জেৰী লুইছ, ইডিয়ট হিচাপে খ্যাত হলীউডৰ কৌতুক অভিনেতা।

দিৱস

বাহ্যিক সংযোগ



Tags:

২০ আগষ্ট ঘটনাৱলী২০ আগষ্ট জন্ম২০ আগষ্ট মৃত্যু২০ আগষ্ট দিৱস২০ আগষ্ট বাহ্যিক সংযোগ২০ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মেঘালয়ৰ মাতৃবংশীয় সমাজব্যক্তিত্বভাষাবিজ্ঞানবাণীকান্ত কাকতিথমাছ আলভা এডিচনবিয়া নামমাঘ বিহুপৰ্যাবৃত্ত তালিকাকছাৰী ৰাজ্যহস্তীবিদ্যাৰ্ণৱনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯কেঁচুশক্তিআধুনিকতাবাদউইলিয়াম শ্বেইকছপীয়েৰব্যাকৰণখোলসালোক সংশ্লেষণপঞ্চভুজশ্ৰী শ্ৰী বটদ্ৰৱা থানচিপাহী বিদ্ৰোহ ১৮৫৭ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামিৰি জীয়ৰীব্ৰজাৱলী ভাষাভাৰতত মহিলা শিক্ষাক্ৰিকেটইন্দ্ৰশ্ৰীনিবাস ৰামানুজনঅসমীয়া পুৰণি সাহিত্যসম্ৰাট অশোকশৰৎ ঋতুভাৰতৰ স্বাধীনতা আন্দোলনবহুকোষী জীৱঅসমীয়া যুক্তাক্ষৰসোৱণশিৰি নদীমুখমৈথুনগড়মূৰ সত্ৰভাইৰাছপ্ৰদূষণতোলনি বিয়ামৃণাল কলিতাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকামণিৰাম দেৱান (চলচ্চিত্ৰ)তুলসীব'হাগ বিহুবংগ বিভাজন (১৯০৫)হিমবাহঔষধি উদ্ভিদহিমাংশু প্ৰসাদ দাসজাতীয়তাবাদদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅসমৰ ৰাজ্যপালসকলৰ তালিকাইন্দিৰা মিৰিঅখণ্ড সংখ্যাঅসমৰ সাধুকথাইয়াত এখন অৰণ্য আছিলবিশ্ব স্বাস্থ্য সংস্থাকথা কবিতাওজাপালিৰেখাজৱাহৰলাল নেহৰুবিত্তীয় ব্যৱস্থাআলোচনীঁ (চন্দ্ৰবিন্দু)বড়ো ভাষাত্ৰিভুজভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসুশোভন সোনু ৰায়পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅসমৰ লোকবাদ্যৱিকিপিডিয়ানৱকান্ত বৰুৱা🡆 More