২০ আগষ্ট: তাৰিখ

২০ আগষ্ট (ইংৰাজী: 20 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩২তম (অধিবৰ্ষত ২৩৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৮২৮ - কলকাতাব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
  • ১৮৯৭ - ইংৰাজ বিজ্ঞানী ছাৰ ৰনাল্ড ৰছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে।
  • ১৯২১ - কেৰেলাত ইংৰাজৰ বিৰুদ্ধে মালাবাৰ বিদ্ৰোহ (মোপলাহ হিংসা)আৰম্ভ হয়।
  • ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
  • ১৯৯১ - এষ্টোনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
  • ১৯৯৫ - ফিৰোজাবাদত পুৰুষোত্তম এক্সপ্ৰেছ আৰু কালিন্দী এক্সপ্ৰেছৰ মাজত ৰে'ল দূৰ্ঘটনা হৈ ৩৫৮ জন লোক নিহত হৈছিল।
  • ২০১৩ - উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত স্থাপন কৰা হয়।

জন্ম

  • ১৯০১ - কোৱাশ্বিমোডো, ইটালীৰ সাহিত্যক। ১৯৫৯ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৩৪ - ভৱপ্ৰসাদ চলিহা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন উপ-পদাধিকাৰ।
  • ১৯৪১ - উমা চক্ৰৱৰ্তী, ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷
  • ১৯৪৩ - প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া ঔপন্যাসিক আৰু জীৱনীকাৰ।
  • ১৯৪৪ - ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী।
  • ১৯৪৬ - অপৰ্ণা মহন্ত, অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক৷
  • ১৯৪৬ - এন আৰ নাৰায়ণ মূৰ্তি, ব্যৱসায়ী, ইনফ'চিছ (Infosys)ৰ প্ৰতিষ্ঠাপক।
  • ১৯৭৬ - ৰণদীপ হুদা, বলীউডৰ অভিনেতা।
  • ১৯৮৬ - টানিয়া শচদেৱ, ভাৰতীয় মহিলা দবা খেলুৱৈ।
  • ১৯৯২ - ডেমি ল'ভাট', আমেৰিকাৰ জনপ্ৰিয় গায়িকা আৰু হলীউডৰ অভিনেত্ৰী।

মৃত্যু

  • ১৮৫৪ - ফ্ৰেইড্ৰিক ৱিলহেম্ জোছেফ স্কেলিং, জাৰ্মান দাৰ্শনিক।
  • ১৯১৫ - কাৰ্লোছ ফিনলেই, কিউবাৰ মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানী, পীত জ্বৰৰ (Yellow Fever) গৱেষণাৰ বাবে বিখ্যাত।
  • ১৯১৫ - প'ল এৰ্লিক (ইংঃ Paul Ehrlich), নোবেল বিজয়ী জাৰ্মান চিকিৎসা বিজ্ঞানী।
  • ১৯১৭ - এডল্ফ ভন বেইয়াৰ (ইংঃ Adolf von Baeyer), নোবেল বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
  • ১৯৭৪ - মাগদা চোনজা, অষ্ট্ৰিয়ান অভিনেত্ৰী, মাতা হাৰি বোলছবিৰ বাবে বিখ্যাত।
  • ১৯৯১ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ এপ্ৰিল, ১৯১৪)
  • ২০০১ - ফ্ৰেড হ'য়ল, জ্যোতিৰ্বিজ্ঞানী।
  • ২০১৭ - জেৰী লুইছ, ইডিয়ট হিচাপে খ্যাত হলীউডৰ কৌতুক অভিনেতা।

দিৱস

বাহ্যিক সংযোগ



Tags:

২০ আগষ্ট ঘটনাৱলী২০ আগষ্ট জন্ম২০ আগষ্ট মৃত্যু২০ আগষ্ট দিৱস২০ আগষ্ট বাহ্যিক সংযোগ২০ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ৰাধাগোবিন্দ বৰুৱাঅৰূপা পটংগীয়া কলিতাটাই জাতিজল প্ৰদূষণহিমবাহজৱাহৰলাল নেহৰুবৃন্দাবনী বস্ত্ৰভূমি প্ৰদূষণব'হাগ বিহুতিৱা জনগোষ্ঠীলক্ষ্মী পূজাঅখণ্ড সংখ্যাবড়ো সাহিত্য সভাৰাজনৈতিক দলঅসমীয়া ভাষা উন্নতি সাধিনী সভাধ্ৰুৱবাদভৌতিক সংস্কৃতিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমীয়া গীতি সাহিত্যগুৱাহাটী বিশ্ববিদ্যালয়শৰাইঘাটৰ যুদ্ধঅসমৰ চলচ্চিত্ৰমাছসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাপোৱামক্কাস্বচ্ছ ভাৰত অভিযানমৌলিক সংখ্যাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰত্ৰিভুজকেতেকীদৈনিক বাতৰিবৰ্মণ ৰাজবংশমৌখিক সাহিত্যমাজুলীদেবেন্দ্ৰ নাথ আচাৰ্যৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ভৈৰৱী মন্দিৰসৌৰজগতবাল্য বিবাহহোলোংজন গণ মনযতি-চিনৰিহাবিল গেট্‌ছতেজফুলসিন্ধু সভ্যতাপৰিৱেশ তন্ত্ৰবাথৌ ধৰ্মবড়োলেণ্ডমঙ্গল গ্ৰহঅসমীয়া সাহিত্যত মালিতাঋতুঅসমৰ বাঁহ-বেতৰ শিল্পকৰবী ডেকা হাজৰিকাজনপ্ৰব্ৰজনচীনবৰপেটা সত্ৰতাজমহলশ্ৰীমন্ত শংকৰদেৱবৰ-মানিমুনিঅসমত দেখা চৰাইবোৰফাট বিহুমাদাৰ টেৰেছাচি (প্ৰগ্ৰামিং লেংগুৱেজ)মৰাণ জনগোষ্ঠীচামগুৰি সত্ৰঅসহযোগ আন্দোলনকথা কবিতাকৃষ্ণকান্ত সন্দিকৈঅসমৰ ৰাজ্যিক প্ৰতীকসমূহনলবাৰী জিলাভাৰতীয় দৰ্শন🡆 More