২৬ আগষ্ট: তাৰিখ

২৬ আগষ্ট (ইংৰাজী: 26 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৮তম (অধিবৰ্ষত ২৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ৫৫ খ্ৰীষ্টপূৰ্ব - ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ ছিজাৰে পদাৰ্পন কৰিছিল।
  • ১৩০৩ - আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
  • ১৯০৭ - ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী 'টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
  • ১৯৪৩ - আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।
  • ২০০২ - প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।

জন্ম

  • ১৬৭৬ - ৰবাৰ্ট ৱালপ'ল, ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৭৪৩ - এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ, আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী।
  • ১৮৭৩ - লী ডি ফৰেষ্ট, বিজ্ঞানী, ট্ৰায়ড আৰু ফোন'ফিল্মৰ উদ্ভাৱক।
  • ১৯০৬ - এলবাৰ্ট ছাবিন, চিকিৎসা বিজ্ঞানী, মুখেৰে খোৱা পলিঅ' প্ৰতিষেধকৰ উদ্ভাৱক।
  • ১৯১০ - মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
  • ১৯২১ - মেক্সিম ফেগেট, আমেৰিকান মহাকাশযানৰ অভিযন্তা।
  • ১৯৫৬ - মেনকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ।
  • ১৯৫৯ - কেথৰিন পি হায়াৰ, নাছাৰ মহিলা মহাকাশচাৰী।
  • ১৯৬৮ - মধুৰ ভাণ্ডাৰকৰ, কথাছবি নিৰ্মাতা আৰু পৰিচালক।
  • ১৯৭৩ - ইন্দৰ কুমাৰ, বলীউডৰ অভিনেতা। (মৃ্ঃ ১৮ জুলাই, ২০১৭)

মৃত্যু

  • ১৭১৩ - ডেনিছ পাপিন (Denis Papin), পদাৰ্থ বিজ্ঞানী, প্ৰেচাৰ কুকাৰৰ উদ্ভাৱক।
  • ১৭২৩ - লিউৱেনহুক, ডাচ্ছ্ বিজ্ঞানী, প্ৰথমজন অণুজীৱ বিজ্ঞানী, অণুজীৱ বিজ্ঞান বা মাইক্ৰ'বায়'লজিৰ পিতৃপুৰুষ, বেক্টেৰিয়া আৰু অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
  • ১৮৫০ - লুইছ-ফিলিপ-১, ফ্ৰান্সৰ ৰজা।
  • ১৯০৮ - ফ্ৰেইড্ৰিক মেইচছাৰ (Friedrich Miescher), চুইছ জীৱ বিজ্ঞানী, নিউক্লিক এছিডৰ আৱিষ্কাৰক।
  • ১৯১০ - ৱিলিয়াম জেমছ, আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানী।
  • ২০১২ - অৱতাৰ কিষাণ হাঙ্গল, স্বাধীনতা সংগ্ৰামী আৰু অভিনেতা।

দিৱস

  • অসমীয়া সাহিত্যিক গুণাভিৰাম বৰুৱাৰ স্মৃতি দিৱস।
  • মহিলা সমতা দিৱস (যুক্তৰাষ্ট্ৰ)।

বাহ্যিক সংযোগ



তথ্যসূত্ৰ

Tags:

২৬ আগষ্ট ঘটনাৱলী২৬ আগষ্ট জন্ম২৬ আগষ্ট মৃত্যু২৬ আগষ্ট দিৱস২৬ আগষ্ট বাহ্যিক সংযোগ২৬ আগষ্ট তথ্যসূত্ৰ২৬ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় জনতা পাৰ্টিএককোষী জীৱনলিনীবালা দেৱীঢ়বতৰনাগালেণ্ডৰ সংস্কৃতিআহোম-মোগলৰ সংঘৰ্ষঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমৰাণ জনগোষ্ঠীৰাষ্ট্ৰসংঘ দিৱসকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলএশিঙীয়া গঁড়কামৰূপ জিলাবুলু ফিল্মবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমত দেখা চৰাইবোৰভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যজন গণ মনঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ৰাতি বিহুপিঠাধেমাজিঅসহযোগ আন্দোলনসমীৰ তাঁতীপ্ৰাকৃতিক সম্পদমহাসাগৰতেজপুৰঅসমত মহাত্মাশচীন তেণ্ডুলকাৰস্বাভাৱিক সংখ্যাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহফুৰালুং ধৰ্মভঠেলিঅসম চুক্তিপদাৰ্থৰ অৱস্থাপৰিৱেশ তন্ত্ৰসাম্যবাদদিহানামতৰল পদাৰ্থভৌতিক সংস্কৃতিশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাতথ্যজলবিদ্যুৎছক্ৰেটিছছট পূজামৌখিক পৰম্পৰাউত্তৰ গুৱাহাটীঅসমীয়া জাতিনিৰোদ চৌধুৰীশিৱআইজাক নিউটনফ্লোৰেন্স নাইটিংগেলঅভিধানব্লগউৎসৱভটিমাভাৰতৰ স্বাধীনতা আন্দোলনভাৰতৰ উপৰাষ্ট্ৰপতিবিষ্ণুপ্ৰসাদ ৰাভাভাৰতীয় দৰ্শনফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাঅসমীয়া উপন্যাসহাজোবিপৰীতাৰ্থক শব্দউপনিষদগঙ্গা নদীচিৰ চেনেহী মোৰ ভাষা জননীভূপেন্দ্ৰ সংগীতনাৰীবাদবহুমূত্ৰ ৰোগকবিতানামঘোষাএলভিছ আলী হাজৰিকা🡆 More