২৪ আগষ্ট: তাৰিখ

২৪ আগষ্ট (ইংৰাজী: 24 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৬তম (অধিবৰ্ষত ২৩৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৬০৮ - ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমখন জাহাজ চুৰাট উপকূলত প্ৰবেশ কৰে।
  • ১৮১৪ - ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন, ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে। (বাৰ্নি অৱ ৱাশ্বিংটন বা ১৮১২ৰ যুদ্ধ)
  • ১৯৬৯ - বৰাহগিৰি ভেংকট গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় আৰু ১৯৭৪ চনৰ একে তাৰিখত কাৰ্যকাল শেষ হয়।
  • ১৯৭৪ - ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয়।
  • ১৯৯১ - ইউক্ৰেইনে ছোভিয়েট সংঘৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰে।
  • ২০০৮ - বেইজিংত ২৯তম অলিম্পিক ক্ৰীড়াৰ সামৰণি পৰে।

জন্ম

  • ১৮৪৬ - হেনৰী গেনেট (Henry Gannett), আমেৰিকান ভূগোল বিজ্ঞানী আৰু কাৰ্ট'গ্ৰাফাৰ।
  • ১৯০৮ - ৰাজগুৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৪২ - কাৰেণ কেছকুল্লা উলেনবেক, এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ।
  • ১৯৪৪ - ৰকি জনছন, মল্লযুঁজাৰু, হলীউডৰ অভিনেতা আৰু মল্লযুঁজাৰু ডৱেন "দ্য ৰক" জনছনৰ পিতৃ।
  • ১৯৪৫ - ভিন্স মেকমাহন, ডব্লিউ ডব্লিউ ইৰ (WWE) মুৰব্বী, মল্লযুঁজাৰু।
  • ১৯৬৩ - হিডৌ ক'জিমা, ভিডিঅ' গেমৰ নিৰ্মাতা।
  • ১৯৬৫ - মাৰ্লি মেটলিন, অমেৰিকান অভিনেত্ৰী, অস্কাৰ বিজয়ী একমাত্ৰ বধিৰ শিল্পী।
  • ১৯৬৯ - মুকেশ তিৱাৰী, অভিনেতা।
  • ১৯৮৬ - শান্তনু ভাগ্যৰাজ, প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮৮ - পদ্মনাভ বৰদলৈ, ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।
  • ১৯৯০ - এলিজাবেথ ডেবিকি, ফৰাচী অভিনেত্ৰী।
  • ১৯৯৭ - এলান ৱাকাৰ, জনপ্ৰিয় সংগীত নিৰ্মাতা আৰু ডি জে (DJ)।

মৃত্যু

  • ১৮৮৮ - ৰুডল্ফ ক্ল'ছিয়াছ (ইংঃ Rudolf Clausius), জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ (second law of thermodynamics) আৰু এনট্ৰ'পি (entropy) সূত্ৰৰ আৱিষ্কাৰক।
  • ১৯২৫ - ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকৰ, সমাজ সংস্কাৰক।
  • ১৯৮৯ - ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱা, বিপ্লৱী, কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী।
  • ২০১৪ - ৰিছাৰ্ড এটেনবৰ', ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক।
  • ২০১৯ - অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
  • ২০২০ - জীৱেশ্বৰ ডেকা, অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা।

দিৱস

  • স্বাধীনতা দিৱস (ইউক্ৰেইন)।
  • পতাকা দিৱস (লাইবেৰিয়া)।

বাহ্যিক সংযোগ



তথ্যসূত্ৰ

Tags:

২৪ আগষ্ট ঘটনাৱলী২৪ আগষ্ট জন্ম২৪ আগষ্ট মৃত্যু২৪ আগষ্ট দিৱস২৪ আগষ্ট বাহ্যিক সংযোগ২৪ আগষ্ট তথ্যসূত্ৰ২৪ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

হেমকোষসাম্যবাদবিষ্ণুঅসমৰ শাক-পাচলিৰ তালিকাএডৱাৰ্ড জেনাৰআহোম বিবাহ পৰম্পৰাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ওৰাং ৰাষ্ট্ৰীয় উদ্যানভাৰতীয় নাগৰিকত্ব আইনডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰেখাবেণুধৰ শৰ্মাঢোলপৰিৱেশ বিজ্ঞানজোনবিল মেলাগৰু বিহুমুগা (ৰেচম)প্ৰবীণা শইকীয়াআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰব্ৰজাৱলী ভাষাচামেলি মেমচা'বঅসম আন্দোলনগৌতম বুদ্ধলক্ষ্মীনন্দন বৰাহলায়ুধশুৱালকুছিলুৰিন জ্যোতি গগৈযোগ দৰ্শনঅসমৰ সাহিত্যিকসকলৰ তালিকাভৃগু কুমাৰ ফুকনসাঁচিপাতফুলগুৰি ধেৱাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভূগোলস্বদেশী আন্দোলনধানএকচেটীয়া বজাৰতিৱা জনগোষ্ঠীকথা কবিতাএইচ.আই.ভি/এইড্‌ছবিশেষ শিক্ষাসংমিশ্ৰিত মীন-পালনপাঠ পৰিকল্পনামণিপুৰতিনিচুকীয়া জিলানৱবিধা ভক্তিঅসমৰ পৰম্পৰাগত খেল-ধেমালিভট্টদেৱৰ গদ্যশৈলীমৰিগাঁও জিলাঅৰ্জুন ভঞ্জনকালিকা পুৰাণইলিয়াডআহোম জনগোষ্ঠীনাটকবলোৰামগুগলঅসমৰ জিলাসমূহকৃষ্ণচূড়ামহা মৃত্যুঞ্জয় মন্দিৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিদিখৌ নদীকছাৰী ৰাজ্যপৰিয়ালভগদত্তসাহিত্যভাৰতীয় জাতীয় কংগ্ৰেছগোলাঘাটবাঁহীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ড🡆 More