ভাৰতৰ প্ৰধানমন্ত্ৰী

ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব। যদিহে প্ৰথম অৱস্থাত তেওঁৰ এই যোগ্যতা নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব। যদিহে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰে তেন্তে মন্ত্ৰী পৰিষদৰো পতন ঘটে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। দ্বিতীয়তে, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা। তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধানমন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ জাতীয় প্ৰতীক
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ জাতীয় পতাকা
ভাৰতৰ প্ৰধানমন্ত্ৰী
বৰ্তমান পদাধিকাৰী
নৰেন্দ্ৰ মোদী

২৬ মে' ২০১৪ (2014-05-26) -ৰ পৰা
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সম্বোধন মাননীয় প্ৰধানমন্ত্ৰী (অনানুষ্ঠানিক)
The Honourable (আনুষ্ঠানিক)
স্থিতি কাৰ্যবাহী শাসক
চমুনাম পি এম
সদস্য হয় ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভা
ভাৰতীয় সংসদ
প্ৰতিবেদন দিয়ে
চৰকাৰী বাসগৃহ ৭, লোক কল্যাণ মাৰ্গ, নতুন দিল্লী
আসন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, চাউথ ব্লক, নতুন দিল্লী
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
by convention, based on appointee's ability to command confidence in the Lok Sabha
কাৰ্যকাল At the pleasure of the president
লোকসভাৰ কাৰ্যকাল ৫ বছৰ unless dissolved sooner
No term limits specified
প্ৰথম পদাধিকাৰী জৱাহৰলাল নেহৰু
১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)
গঠন ১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)
সহকাৰী ভাৰতৰ উপপ্ৰধানমন্ত্ৰী (যদি থাকে)
দৰমহা ২০ লাখ (বছৰেকীয়া, য'ত সাংসদৰ বছৰেকীয়া দৰমহা ৯.৬ লাখ অন্তৰ্ভুক্ত হৈ আছে)
ৱেবচাইট pmindia.gov.in

ভাৰতৰ প্ৰধানমন্ত্ৰীসকল

তথ্য সংগ্ৰহ

Tags:

ভাৰতৰ ৰাষ্ট্ৰপতিলোকসভা

🔥 Trending searches on Wiki অসমীয়া:

কথা কবিতাঅব্যয় পদভাৰত চৰকাৰপাঠ্যক্ৰমআগ্নেয়গিৰিগোলাঘাট জিলাগদ্যবুৰঞ্জীচ্যু-কা-ফাফুলউপভাষাঅংগনবাদীমিডিয়াৱিকিদ্বিতীয় বিশ্বযুদ্ধমামণি ৰয়ছম গোস্বামীভীমৰাও ৰামজী আম্বেদকাৰপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰকীৰ্তন ঘোষা সংকলনতথ্যলক্ষ্মীনাথ বেজবৰুৱাচীনা-তিব্বতীয় ভাষামহাভাৰতনেলছন মেণ্ডেলাভাৰতৰ জাতীয় পতাকানাৰীবাদৰম্বাছশিশু সাহিত্যমাঘ বিহুঅসহযোগ আন্দোলননলবাৰী জিলাকোচ ৰাজবংশীসাম্যবাদহিউৱেন-চাংলিংগ স্তম্ভনভগ্নাংশ (গণিত)সমাজবাদভাওনাজুইবন্দে মাতৰম্‌পাৰিজাত হৰণ নাটগোৱালপাৰাঅসমীয়া কবিতাশৰাইঘাটৰ যুদ্ধচৰ্যাপদকোষ (জীৱবিজ্ঞান)মাধৱদেৱপৰ্যটননৱকান্ত বৰুৱাঢ়ভূমিকম্পমনোবিজ্ঞানৰেৱতী মোহন দত্তচৌধুৰীতাল (বাদ্যযন্ত্ৰ)অসমৰ সমস্যাযুগ্ম সংখ্যাগণতন্ত্ৰবেক্টেৰিয়াঅসমৰ পুৰণি স্থাপত্যভাৰতীয় জনতা পাৰ্টিচন্দ্ৰযান-৩বহুভাষাবাদঅসমীয়া বৰ্ণমালাক্ৰিষ্টোফাৰ কলম্বাছবিল গেট্‌ছভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাগুৱাহাটী তেল শোধনাগাৰঅসমৰ কাঁহ শিল্পকমলাবাৰী সত্ৰবৃক্ষবৈচাগুটিকেন্দ্ৰজিৎস্বাভাৱিক সংখ্যাসৌৰভ কুমাৰ চলিহাঅসমৰ মহকুমাসমূহৰ তালিকাবৰপেটাঅতুল চন্দ্ৰ হাজৰিকাশামুক🡆 More