ৰাজ্যসভা

ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।

ৰাজ্যসভা
ৰাজ্যসভা
ধৰন
ধৰন ভাৰতৰ সংসদৰ উচ্চ সদন
নেতা
সভাপতি
এম ভেঙ্কায়াহ নাইডু, ভাৰতীয় জনতা পাৰ্টী
১১ আগষ্ট, ২০০১৭
ডেপুটি চেয়াৰমেন পি জে কুৰিয়েন, কংগ্ৰেছ
২১ আগষ্ট, ২০১২
সভাৰ নেতা অৰুণ জেটলী, বি জে পি
বিৰোধী নেতা গোলাম নবী আজাদ, কংগ্ৰেছ
৮ জুন ২০১৪
গঠন
সদস্য ২৫০ জন (২৩৮ নিৰ্বাচিত + ১২ জন মনোনীত)
ৰাজনৈতিক দলসমূহ সংযুক্ত প্ৰগতিশীল মৰ্চা
জাতীয় গণতান্ত্ৰিক মৰ্চা
বামফ্ৰণ্ট
সভাৰ স্থান
ৰাজ্যসভা কক্ষ, সংসদ ভৱন, সংসদ মাৰ্গ, নতুন দিল্লী
ৱেবছাইট
rajyasabha.nic.in

সদস্য সংখ্যা

ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে মনোনীত কৰে।

সদস্য হোৱাৰ যোগ্যতা

সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে।

কাৰ্যকাল

ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমূহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।

ক্ষমতা আৰু দায়িত্ব

ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা লোকসভাৰ দৰেই। অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।

দল অনুযায়ী সদস্যপদ

ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল।

মিত্ৰ-গোষ্ঠী (২০১০ চনৰ নিৰ্বাচনৰ পৰ) দল সাংসদ
সংযুক্ত গণতান্ত্ৰিক মৰ্চা
আসন: ৯১
ভাৰতীয় জাতীয় কংগ্ৰেছ ৭১
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টী
দ্ৰাবিড় মুন্নেত্ৰা কড়গম
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
জম্মু আৰু কাশ্মীৰ নেশ্যনেল কনফাৰেন্স
বড়োলেণ্ড পিপল’ছ ফ্ৰণ্ট
জাতীয় গণতান্ত্ৰিক মৰ্চা
আসন: ৬৯
ভাৰতীয় জনতা পাৰ্টি ৫১
জনতা দল (সংযুক্ত)
শিৱসেনা
শিৰোমণি অকালি দল
অসম গণ পৰিষদ
ৰাষ্ট্ৰীয় লোক দল
ভাৰতীয় জাতীয় লোক দল
তৃতীয় ফ্ৰণ্ট
আসন: ৩৪
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ১৩
বিজু জনতা দল
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কড়গম
তেলুগু দেশম পাৰ্টি
সাৰা ভাৰত ফৰৱাৰ্ড ব্লক
অন্যান্য
আসন: ৩২
সমাজবাদী পাৰ্টি
বহুজন সমাজ পাৰ্টি ১৮
ৰাষ্ট্ৰীয় জনতা দল
লোক জনশক্তি পাৰ্টি
মিজো নেশ্যনেল ফ্ৰণ্ট
ছিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট
নাগালেণ্ড পিপল’ছ ফ্ৰণ্ট
মনোনীত
অন্যান্য দল আৰু নিৰ্দলীয়
খালি আসন
সৰ্বমুঠ ২৪৫

আৰু চাওক

  • ৰাজ্যসভা সদস্য
  • লোকসভা
  • ভাৰতৰ ৰাজনীতি
  • ভাৰতীয় সংসদ
  • ভাৰতত আইন প্ৰণয়ন প্ৰক্ৰিয়া

তথ্য সংগ্ৰহ

আৰু পঢ়ক

বাহ্যিক সংযোগ


Tags:

ৰাজ্যসভা সদস্য সংখ্যাৰাজ্যসভা সদস্য হোৱাৰ যোগ্যতাৰাজ্যসভা কাৰ্যকালৰাজ্যসভা ক্ষমতা আৰু দায়িত্বৰাজ্যসভা আৰু চাওকৰাজ্যসভা তথ্য সংগ্ৰহৰাজ্যসভা আৰু পঢ়কৰাজ্যসভা বাহ্যিক সংযোগৰাজ্যসভাভাৰতৰ উপ-ৰাষ্ট্ৰপতি

🔥 Trending searches on Wiki অসমীয়া:

বিপৰীতাৰ্থক শব্দজোঙাল বলহুঅনুবাদনাৰী সবলীকৰণসৌৰ শক্তিঅৰুণাচল প্ৰদেশতিৱা জনগোষ্ঠীৰজনীকান্ত বৰদলৈহেমচন্দ্ৰ বৰুৱাঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাভাৰতীয় জাতীয় কংগ্ৰেছশ্ৰীকৃষ্ণকীৰ্তননেপালী জনগোষ্ঠীবাজেটবকুলমামণি ৰয়ছম গোস্বামীৰ উপন্যাসশিৱসাগৰৰ শিৱদৌলউদাৰনৈতিকতাবাদঅসমৰ বনৌষধিপূৰ্ণ স্বৰাজইছলামফুলগুৰি ধেৱাপৰিমেয় সংখ্যাসাহিত্যশিক্ষা মনোবিজ্ঞানপৰিৱেশ বিজ্ঞানভাৰতৰ ৰাষ্ট্ৰপতিফকৰা যোজনাঋতুজোৰোণৰংঘৰসৰস্বতী পূজাউমানন্দমিয়া খলিফাসূৰ্যদেৱব্ৰত দাসমাটিৰ হিচাপনীলমণি ফুকন (কনিষ্ঠ)দ্য টেল অফ গেঞ্জিমল্লিকা ফুলমানৱ ভূগোলযোৰহাট জিলাৰ ইতিহাসমাদাৰ টেৰেছালেছবিয়ানতথ্যদেওহাঁহঅসমৰ সমস্যালোকসভাপাঠ পৰিকল্পনাচীনঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাৰাভা জনগোষ্ঠীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বৰপুণিবিজ্ঞানকমলাকান্ত ভট্টাচাৰ্য্যশ্ৰীমদ্ভগৱতগীতাপুৰুষোত্তম দাসগগনাঅৰূপা পটংগীয়া কলিতাঅসমৰ সাহিত্যিকসকলৰ তালিকাইতিহাসৰত্নকান্ত বৰকাকতীদিল্লীঅপৰূপাশ্ৰী সূৰ্য পাহাৰঅব্যয় পদমেঘালয়ভাৰতীয় দৰ্শনপলাশীৰ যুদ্ধবাঁহীমনোবিজ্ঞান🡆 More