ভাৰত চৰকাৰ

ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মৌখিক ইতিহাসপদুমপ্ৰেমচন্দপ্ৰাকৃতিক সম্পদভাৰতৰ জাতীয় পতাকাপদ (ব্যাকৰণ)অসম চাহসিন্ধু সভ্যতামিঠু বৰুৱানামচিংঅসমীয়া জাতিবিশেষ্য পদভিটামিনভক্তি ৰত্নাৱলীবেটুপাতবুঢ়া চাপৰি অভয়াৰণ্যশৰীৰস্থানব্ৰিটিছ ৰাজৰাজনৈতিক দলঅসমৰ শাক-পাচলিৰ তালিকামধ্যাহ্ন ভোজন আঁচনিডিমাছা জনগোষ্ঠীবহনক্ষম উন্নয়নৰ লক্ষ্যগান্ধীবাদমণিপুৰধেমাজি জিলাচ্যু-কা-ফামানৱ উন্নয়ন সূচকচক্ৰধ্বজ সিংহ (নাটক)মনোমতীপ্ৰাকৃতিক পৰিৱেশৰজনীকান্ত বৰদলৈকামৰূপ জিলাভাৰতীয় দৰ্শনমেলেৰিয়াউদ্ভিদঅসমীয়া ভাষাৰ শব্দসম্ভাৰভূপেন হাজৰিকাঅসমৰ জিলাসমূহকলিতা জনগোষ্ঠীগুৱাহাটী (লোকসভা সমষ্টি)ৰাম বিজয়ভঠেলিশিশু সাহিত্যছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)মুগা (ৰেচম)সংগীত নাটকঘৰচিৰিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাদিহানামকাঞ্চন (উপন্যাস)ভূপেন হাজৰিকাৰ সাহিত্যজ'মাট'গোলাঘাটলক্ষ্মীধৰ শৰ্মাগোৱালপাৰাপথৰুঘাটৰ ৰণকৰ্কট ৰোগস্বামী বিবেকানন্দনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পহাঁচতিশচীন তেণ্ডুলকাৰকাৰ্ল মাৰ্ক্সমানৰ অসম আক্ৰমণভাৰতীয় সাহিত্যচন্দ্ৰকান্ত অভিধানঅনুৰাধা শৰ্মা পূজাৰীভগ্নাংশ (গণিত)ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামিত্ৰদেৱ মহন্তজয় দৌলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসংখ্যাঅসম বিধানসভাপূৰবী বৰমুদৈৰাতি বিহু🡆 More