কীৰ্তিনাথ হাজৰিকা

কীৰ্তিনাথ হাজৰিকা (ইংৰাজী: Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল। তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ হাইলাকান্দি অনুষ্ঠিত হোৱা ৫৪ তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। কীৰ্তিনাথ হাজৰিকাৰ ২০০২ চনৰ ৩ মে তাৰিখে দেহৱসান ঘটে।

কীৰ্তিনাথ হাজৰিকা
জন্ম ২২ আগষ্ট, ১৯২২
গোলাঘাট, অসম
মৃত্যু ৩ মে, ২০০২
পেচা সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

সাহিত্যিক অৱদান

অনুবাদ গ্ৰন্থ

  1. এহেজাৰ এনিশাৰ সাধু,
  2. দাপোণৰ দেশত এলিচ,
  3. ৰামধেনু,
  4. নৈখনে কথা কোৱাৰ দিছা,
  5. মতিলাল ঘোষ,
  6. গৌতম বুদ্ধ,
  7. কিতাপৰ বিচিত্ৰ পৃথিৱী,
  8. মনৰ কথা।

শিশু সাহিত্য

  1. ফুটুকাৰ ফেন,
  2. অলৌগুটি টলৌগুটি,
  3. হুঁচৰিয়ে হাওঁ।

অন্যান্য গ্ৰন্থ

  1. নাৰদৰ ডায়েৰী,
  2. বিকৰ্ষণ আকৰ্ষণ,
  3. অসমীয়া সাংবাদিকতা,
  4. অসম আৰু নেতৃত্ব।

পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান

  1. বি ডি গোৱেঙ্কা বঁটা, (১৯৮৬)
  2. দুৰ্গাৰতন বঁটা, (১৯৮৭)
  3. শ্ৰীমন্ত শংকৰদেৱ বঁটা, (১৯৮৮)
  4. সাহিত্যিক পেঞ্চন,(১৯৮৭)

তথ্য সংগ্ৰহ

Tags:

কীৰ্তিনাথ হাজৰিকা সাহিত্যিক অৱদানকীৰ্তিনাথ হাজৰিকা পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মানকীৰ্তিনাথ হাজৰিকা তথ্য সংগ্ৰহকীৰ্তিনাথ হাজৰিকাঅসম সাহিত্য সভাইংৰাজী ভাষাগোলাঘাট জিলাদৈনিক অসমৰামধেনু (আলোচনী)

🔥 Trending searches on Wiki অসমীয়া:

ৰামধেনুভটিমাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)বিষুৱ ৰেখাব্ৰহ্মপুত্ৰ নদআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিশব্দউপন্যাসৰঙিয়া ৰেলৱে সংমণ্ডলঅসম গণ পৰিষদডিব্ৰুগড় জিলাকাৰ্বি আংলং জিলাবাজেটকনকলতা বৰুৱাবিশ্ব বেংকবিত্তীয় ব্যৱস্থাশৰাইঘাট দলংঅসমীয়া ভাষাএৰী ৰেচমবৰগীতদিনঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাআলোচনীকুলধৰ শইকীয়াবতৰনয়ন নীলিমমনোবিজ্ঞানৰাষ্ট্ৰসংঘ দিৱসডিমাছা জনগোষ্ঠীখ্ৰীষ্টান ধৰ্মগড়গাঁওযোগ দৰ্শনজীৱনৰ বাটতবানপানীনীতি আয়োগভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাফাট বিহুকোণভোলানাথ দাসমানচিত্ৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপানীনামঘোষাজৈৱ বৈচিত্ৰ্যকেশৱ মহন্তভলিবলসংগীতসাম্যবাদঅসমৰ চলচ্চিত্ৰপাঠ পৰিকল্পনামাধৱ কন্দলিপাঠ্যক্ৰমগুগলসিন্ধু সভ্যতাঅসমৰ সাহিত্যিকসকলৰ তালিকাৰবীন্দ্ৰনাথ ঠাকুৰবিশ্ব স্বাস্থ্য সংস্থাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআনন্দৰাম ঢেকিয়াল ফুকনৰাজিয়া চুলতানাভাৰতীয় মহাকাশ গৱেষণা সংস্থাবিজ্ঞানভাৰতীয় সাহিত্যইংৰাজী ভাষাসন্ধিবিশ্বনাথ চাৰিআলিনাটকঅসমীয়া ভাষা উন্নতি সাধিনী সভাসংবিধান দিৱস (ভাৰত)বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশৰাইঘাটৰ যুদ্ধভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাদৌল গোবিন্দ মন্দিৰআওৰাঅসমৰ সাধুকথাভূপেন হাজৰিকা🡆 More