জ্যেষ্ঠ নীলমণি ফুকন

নীলমণি ফুকন (ইংৰাজী: Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।

নীলমণি ফুকন (জ্যেষ্ঠ)
জ্যেষ্ঠ নীলমণি ফুকন
নীলমণি ফুকনৰ স্মৃতিত প্ৰকাশিত ডাকটিকট
জন্ম ২২ জুন, ১৮৮০
ডিব্ৰুগড়, অসম, ভাৰত
মৃত্যু ২০ জানুৱাৰী, ১৯৭৮ (৯৭ বছৰ)
পেচা সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী

জন্ম

১৮৮০ জুন মাহ ডিব্ৰুগড়। পিতৃ লম্বোদৰ ফুকন। মাতৃ চন্দ্ৰাৱলী। শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এণ্ট্ৰেন্স (১৯০০) স্কুলিয়া শিক্ষা ডিব্ৰুগড়ত। পিতৃ লম্বোদৰ ফুকন।

শিক্ষা

কলিকতাতৰ প্ৰেচিডেন্সি কলেজ,কটন কলেজৰ পৰা এফ এ (১৯০৫)। কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ (১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা

কৰ্মজীৱন

ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬)। ন জোন(১৯৩৪),আলোচনী, অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ৰ প্ৰথম সম্পাদক।

ৰচনা

জ্যোতিকণা(১৯৩৮), সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০), জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩), আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?

সন্মান আৰু স্বীকৃতি

মৃত্যু

১৯৭৮ চন

তথ্য সংগ্ৰহ

  • অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ)
  • সঞ্চয়ন

Tags:

জ্যেষ্ঠ নীলমণি ফুকন জন্মজ্যেষ্ঠ নীলমণি ফুকন শিক্ষাজ্যেষ্ঠ নীলমণি ফুকন কৰ্মজীৱনজ্যেষ্ঠ নীলমণি ফুকন ৰচনাজ্যেষ্ঠ নীলমণি ফুকন সন্মান আৰু স্বীকৃতিজ্যেষ্ঠ নীলমণি ফুকন মৃত্যুজ্যেষ্ঠ নীলমণি ফুকন তথ্য সংগ্ৰহজ্যেষ্ঠ নীলমণি ফুকনইংৰাজী ভাষাছনেট

🔥 Trending searches on Wiki অসমীয়া:

জামুগুৰিহাটধৰিত্ৰী দিৱসঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাসমাজতত্ত্বঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকমলাবাৰী সত্ৰবানপানীফলৰ তালিকাম’বাইল ফোনঅসমীয়া ব্যাকৰণৰামভাৰতীয় নাগৰিকত্ব আইনভাৰতৰ ইতিহাসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহচৰকাৰমাধৱদেৱআলেকজেণ্ডাৰ গ্ৰাহাম বে'লয়কলিতা জনগোষ্ঠীএকলব্যঢোলশ্ৰী সূৰ্য পাহাৰব’হাগভলিবলঅসমৰ পৰম্পৰাগত সাজ- পাৰঅংগৰাগ মহন্তবিয়া নামঈয়াৰুইঙ্গমবিষ্ণুপ্ৰসাদ ৰাভাউগ্ৰতাৰা দেৱালয়মানৱ শৰীৰমামণি ৰয়ছম গোস্বামীনাগৰিকত্বসত্যনাথ বৰাভাৰতৰ প্ৰধানমন্ত্ৰীবিশ্ব মেলেৰিয়া দিৱসঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰহাড়অৰুণাচল প্ৰদেশহিমবাহঘৰচিৰিকাতলাতল ঘৰশ্ৰীমন্ত শংকৰদেৱউত্তৰ গুৱাহাটীহিমাংশু প্ৰসাদ দাসঅসমৰ সমস্যাহৰপ্পাকেঁচুবসন্ত ঋতুঅসমৰ ইতিহাসমাটিৰ হিচাপলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপৰিসংখ্যাঅসমীয়া প্ৰতিদিনকাৰেঙৰ লিগিৰীচৰক সংহিতাঅসম আৰক্ষীপৰিমেয় সংখ্যাবাগ্‌ধ্বনিঅংক২৫ এপ্ৰিলশিক্ষকনীলমণি ফুকন (জ্যেষ্ঠ)ভাৰতৰ নিৰ্বাচন আয়োগআহোম ৰাজবংশযতীন বৰামৌ-মাখিচ্যু-লিক-ফানৰকাসুৰমৰিগাঁও জিলাজল সংৰক্ষণআফগানিস্তানহেমচন্দ্ৰ বৰুৱাঅমিয় কুমাৰ ভূঞা🡆 More