২০ জানুৱাৰী: তাৰিখ

২০ জানুৱাৰী (ইংৰাজী: 20 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৫টা দিন (অধিবৰ্ষত ৩৪৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৰাজী

  • ১৯৫৭ - ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল।
  • ১৯৭২ - মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।
  • ২০১৩ - শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো আঠখেলৰ ৰাইজ, অসম চৰকাৰ, দেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে পুনঃ নিৰ্মাণ কৰি, গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱৰ দ্বাৰা উদ্বোধন কৰা হয়।
  • ২০০৯ - বাৰাক হুছেইন অ'বামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা বাৰাক হুছেইন অ'বামাই হ'ল প্ৰথমজন আফ্ৰিকীয় মূলৰ ব্যক্তি।

জন্ম

  • ১৮৭৯ - ৰঘুনাথ চৌধাৰী বিহগী কবি খ্যাত অসমীয়া কবি।
  • ১৯২০ - ফেডেৰিকো ফেলিনিৰ, ইটালীৰ চলচ্চিত্ৰ পৰিচালক।
  • ১৯২৬ - কেশৱ মহন্ত, কবি, গীতিকাৰ আৰু শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ।
  • ১৯২৭ - কুৰটোলেইন হাইদৰ, ভাৰতীয় উৰ্দু ঔপন্যাসিক, গল্পকাৰ, শিক্ষাবিদ আৰু সাংবদিক।
  • ১৭৭৫ - আণ্ড্ৰেমেৰী এম্পিয়েৰ, ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ।

মৃত্যু

  • ১৯৭৮ - নীলমণি ফুকন, অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত সাহিত্যিক, তথা ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী।
  • ১৯৮৬ - প্ৰসন্নলাল চৌধুৰী, বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক, প্ৰধানকৈ বিদ্ৰোহী কবি নামেৰে খ্যাত।
  • ১৯৮৮ - খাঁন আব্দুল গফৰ খানজী, সীমান্ত গান্ধী নামেৰে জনাজাত ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা ভাৰত ৰত্ন বিজয়ী।
  • ১৯৯৩ - কৰম সিং, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।

দিৱস

বাহ্যিক সংযোগ

Tags:

২০ জানুৱাৰী ঘটনাৰাজী২০ জানুৱাৰী জন্ম২০ জানুৱাৰী মৃত্যু২০ জানুৱাৰী দিৱস২০ জানুৱাৰী বাহ্যিক সংযোগ২০ জানুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

জোনবিল মেলায়আনন্দৰাম বৰুৱানীতি আয়োগডিব্ৰুগড় জিলাবহুকোষী জীৱঢেঁকীহৰপ্পাকম্পিউটাৰঅসমচ'মাংকানসূৰ্যঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপৰম্পৰাআগ্নেয়গিৰিকৃষ্ণকান্ত সন্দিকৈভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাসংস্কৃতি২৪ এপ্ৰিল২০২৩ জি-২০ নতুন দিল্লী সন্মিলনকাতি বিহুৰঙিয়া ৰেলৱে সংমণ্ডলভাৰত ত্যাগ আন্দোলননিমাতী কইনাবিৰিঞ্চি কুমাৰ বৰুৱানয়ন নীলিমগগনাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাক্ৰিকেটপৰ্যটনৰাতি বিহুশব্দ (অভিধান)পৃথুনামচিংঅসমৰ লোকবাদ্যদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতেজবৰপেটা সত্ৰবাণিজ্যফুলতুলসীগান্ধাৰীঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহনগেন শইকীয়াস্বাভাৱিক সংখ্যাবুঢ়ী আইৰ সাধুকৰ্কট ক্ৰান্তিহেমকোষপাৰিপাৰ্শ্বিক সংঘাতযোৰহাট জিলাৰ ইতিহাসদীৰ্ঘেশ্বৰী দেৱালয়চ্যু-খ্ৰুং-ফাজলসিঞ্চনমানৱ শৰীৰজাতনামঅসমীয়া কবিতাযোৰহাট জিলাব্ৰহ্মপুত্ৰ নদকাৰ্বি ভাষাসৰ্বেপল্লী ৰাধাকৃষ্ণণউগ্ৰতাৰা দেৱালয়ভোলানাথ দাসঅন্নপ্ৰাশনগুণাভিৰাম বৰুৱাড়ভাৰতহীৰেন ভট্টাচাৰ্যকৃষ্ণচূড়াগোৱালপাৰা জিলাঅখণ্ড সংখ্যাশুৱালকুছিঅসমৰ চিত্ৰকলাৰ ইতিহাসলোকভাষা🡆 More