১২ জানুৱাৰী: তাৰিখ

১২ জানুৱাৰী (ইংৰাজী: 12 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন (অধিবৰ্ষত ৩৫৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

জন্ম

  • ১৫৯৮ - জিজাবাঈ শাহাজী ভোঁচলে, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬৩ - স্বামী বিবেকানন্দ, ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
  • ১৮৬৯ - ভগৱান দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক।
  • ১৯৫৮ - অৰুণ গোবিল, ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। এখেতে “ৰামায়ণ” ধাৰাবাহিকত শ্ৰীৰামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।
  • ১৯৬৪ - জয় পাণ্ডা, ভাৰতীয় ৰাজনীতিক।
  • ১৯৭২ - প্ৰিয়ংকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৭৩ - সাক্ষী তানৱাৰ, ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক।
  • ১৯৯০ - মনোজ চৰকাৰ, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
  • ১৯৯৬ - এলেন দেউৰী, ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।
  • ১৯৯৯ - আৰ্য ৰাজেন্দ্ৰন, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৯৯ - কৃষ্ণা নাগৰ, ভাৰতৰ ৰাজস্থানৰ পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

Tags:

১২ জানুৱাৰী জন্ম১২ জানুৱাৰী মৃত্যু১২ জানুৱাৰী দিৱস১২ জানুৱাৰী বাহ্যিক সংযোগ১২ জানুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

সাহিত্যদুৰ্গাকথা-ভাগৱতঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাৰুবুল মাউতক্ৰা দাদি জিলাঅসমত দেখা চৰাইবোৰপৰিস্থিতি বিজ্ঞানভট্টদেৱৰ গদ্যশৈলীসৰ্বেপল্লী ৰাধাকৃষ্ণণহেমচন্দ্ৰ গোস্বামীভাৰতৰ প্ৰধানমন্ত্ৰীঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবচন (ব্যাকৰণ)ৰেখাউমানন্দকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতীয় শিল্পকলাৰজনীগন্ধাজামুগুৰিহাটঅসমীয়া প্ৰতিদিনভাৰতৰ নিৰ্বাচন আয়োগশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমএচিদ বৰষুণমে ডাম মে ফিশৰীৰস্থানঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমীয়া কবিতাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলদূৰদৰ্শন (চেনেল)সিন্ধী ভাষাজোৰোণঅসমীয়া লোক-সংস্কৃতিযতীন বৰাভটিমাচৰকাৰঅসমীয়া লোকসাহিত্যএডৱাৰ্ড জেনাৰঅংকীয়া নাটযতি-চিনফুলগুৰি ধেৱাযোৰানামমাটিধেমাজি জিলাব্ৰজাৱলী ভাষাদৰং জিলাদ্বিতীয় বিশ্বযুদ্ধভাইৰাছআউনীআটী সত্ৰনগাঁও জিলাযকৃৎপদ্মধৰ চলিহাকমলাকান্ত ভট্টাচাৰ্য্যতথ্য জনাৰ অধিকাৰ আইন, ২০০৫তৎসমশৰাইঘাটৰ যুদ্ধধুবুৰী (লোকসভা সমষ্টি)দানৱ ৰাজবংশঅনুবাদসত্ৰক্ৰিকেটপ্ৰকৃতিবিশ্ব গ্ৰন্থ দিৱসস্বামী বিবেকানন্দঅভিযাত্ৰীধৰ্মভগ্নাংশ (গণিত)শব্দ (অভিধান)গোলাঘাটকছাৰী ৰাজ্যমঙ্গলদৈ (লোকসভা সমষ্টি)অসমৰ পুৰণি স্থাপত্যজ্যোতিপ্ৰসাদ আগৰৱালা🡆 More