ভগৱান দাস

ভগৱান দাস (১২ জানুৱাৰী ১৮৬৯ – ১৮ ছেপ্টেম্বৰ ১৯৫৮) স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপনৰ বাবেও কাম কৰিছিল। তেওঁ কিছুসময়ৰ বাবে ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল। তাৰপিছত তেওঁ হিন্দুস্তানী সাংস্কৃতিক সমাজৰ লগত জড়িত হৈছিল আৰু হিংসাত্মক ঘটনাক প্ৰতিহত কৰিবলৈ প্ৰতিবাদ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল।

ভগৱান দাস
ভগৱান দাস
জন্ম ১২ জানুৱাৰী, ১৮৬৯
বেনাৰছ, বেনাৰছ ষ্টেট
(বৰ্তমান বাৰানছি, উত্তৰ প্ৰদেশ, ভাৰত)
মৃত্যু ১৮ ছেপ্টেম্বৰ, ১৯৫৮ (৮৯ বছৰ)
সন্তান শ্ৰী প্ৰকাশ
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত ৰত্ন, ১৯৫৫

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ভাৰত চৰকাৰভাৰত ৰত্নমদন মোহন মালব্য

🔥 Trending searches on Wiki অসমীয়া:

ইজৰাইলউদাৰনৈতিকতাবাদভানুমতীজয়সাগৰ পুখুৰীআজান পীৰউমাচল শিলালিপিপতঞ্জলিৰ যোগসূত্ৰডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰঅৰ্থনীতিবিশেষ শিক্ষাবাঁহএইচ টি এম এলঅৰ্জুন ভঞ্জনলোকসভাৰ অধ্যক্ষগুৱাহাটী বিশ্ববিদ্যালয়এৰী ৰেচমশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯তিৱা জনগোষ্ঠীৰুবুল মাউতজোনবিৰি (অলংকাৰ)সোণোৱাল কছাৰীতেজপুৰ (লোকসভা সমষ্টি)পৰিৱেশ তন্ত্ৰ১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅসুৰআজান পীৰৰ দৰগাহবাইখো পূজাপাইক প্ৰথাব'হাগ বিহুসেউজ গৃহ প্ৰভাৱভাৰতীয় নাগৰিকত্ব আইনঅসমৰ জিলাসমূহকাঠৰ জোখ মাপশীতল যুদ্ধচিৰ চেনেহী মোৰ ভাষা জননীবঙালী ভাষাএইচ.আই.ভি/এইড্‌ছঢোলবিৰিগোৱালপাৰাঅসমৰ ভূগোলজয়মতী কুঁৱৰীভাৰতখোলশ্ৰীমন্ত শংকৰদেৱঅনিৰুদ্ধদেৱঅসমৰ মন্ত্ৰ-সাহিত্যঅতুল চন্দ্ৰ হাজৰিকালক্ষ্মীধৰ শৰ্মাতলাতল ঘৰআল্লাহউদ্ভিদৰাছিয়াঅসমৰ বনৌষধিঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবৰপেটাইংলেণ্ডমুঠিখাৰুশব্দ (অভিধান)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাযৌন প্ৰৱেশক্ৰিয়াজলসিঞ্চনভিটামিনঅসমীয়া খাদ্যাভ্যাসমুগা (ৰেচম)মাধৱ কন্দলিগৌৰৱ গগৈসমাৰ্থক শব্দসাহিত্য অকাডেমি বঁটাশাল গছজল প্ৰদূষণঅসমৰ তামোল-পাণ সংস্কৃতিসিন্ধু নদীঘৰ🡆 More