১০ জানুৱাৰী: তাৰিখ

১০ জানুৱাৰী (ইংৰাজী: 10 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১০ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৫টা দিন (অধিবৰ্ষত ৩৫৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৰাজী

  • ১৮৬৩ - লণ্ডন মহানগৰীত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি।
  • ১৮৯৪ - ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে ৰঙিয়া ৰাইজমেল অনুষ্ঠিত হৈছিল।
  • ১৯৪৬ - ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল।
  • ২০০৮ - দিল্লীৰ অটো এক্সপ'ত বিশ্বৰ ভিতৰত সবাতোতকৈ সূলভ মূল্যৰ গাড়ী টাটা কোম্পানীৰ এক লাখ টকীয়া টাটা নেন' গাড়ীৰ প্ৰথম প্ৰদৰ্শন।

জন্ম

  • ১৮৮৩ - এলেক্সেই নিকলাইয়েভিচ টলষ্টয়, ৰুছ লেখক।
  • ১৯১৪ - বেগম আখটাৰ, ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী।
  • ১৯৩০ - ইন্দ্ৰেশ্বৰ শৰ্মা, ভাৰতীয় সংগীতজ্ঞ, বেহেলাবাদক আৰু সংগীত পৰিচালক।
  • ১৯৩০ - বাসু চেটাৰ্জী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
  • ১৯৬০ - মিতালী চৌধুৰী, অসমীয়া কণ্ঠশিল্পী।
  • ১৯৭৪ - হৃত্বিক ৰোশন, তাৰকা বলীউদ অভিনেতা।
  • ১৯৮৪ - কাল্কী কেকলাঁ, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা।

মৃত্যু

দিৱস

  • সংখ্যাগৰিষ্ঠতাৰ বিধি দিৱস (বাহামা)।
  • পৰম্পৰাগত দিৱস (বেনিন)।

বাহ্যিক সংযোগ

Tags:

১০ জানুৱাৰী ঘটনাৰাজী১০ জানুৱাৰী জন্ম১০ জানুৱাৰী মৃত্যু১০ জানুৱাৰী দিৱস১০ জানুৱাৰী বাহ্যিক সংযোগ১০ জানুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

বাৰেমতৰাৱিকিমিডিয়া আন্দোলনভাৰত-আৰ্য ভাষা পৰিয়ালপ্ৰাকৃতিক দুৰ্যোগমেঘালয়কথাকলিঅসমৰ মাছ ধৰা সঁজুলিঅসমীয়া গীতি সাহিত্যভিটামিননিৰ্ম্মল ভকতঅসমৰ মহকুমাসমূহৰ তালিকাচন্দ্ৰকান্ত অভিধানঅসমৰ জাতীয় গীতসিজুবৰাইল পৰ্বতবিশ্বনাথ জিলাএহাত ডাবাগণৰাজ্য দিৱস (ভাৰত)বংগ বিভাজন (১৯০৫)নীতিপালহয়গ্ৰীৱ মাধৱ মন্দিৰকলচৰকাৰনিচুকনি গীতলোকাচাৰহেমকোষৱিকিপিডিয়াৰ তালিকাভাৰতীয় নাগৰিকত্ব আইনগাৰো জনগোষ্ঠীকৰ্কট ক্ৰান্তিইয়াণ্ডাবু সন্ধিফুলগুৰি ধেৱাচলচ্চিত্ৰবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনহস্তমৈথুনফকৰা যোজনাগৰু বিহুলাচিত বৰফুকননিৰ্মলপ্ৰভা বৰদলৈঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাআহোম বিবাহ পৰম্পৰাহেমচন্দ্ৰ গোস্বামীঅসমৰ চলচ্চিত্ৰবৰপেটা সত্ৰকীৰ্তন ঘোষা সংকলনশৰৎচন্দ্ৰ চট্টোপাধ্যায়মণিপুৰৰাম মন্দিৰ, অযোধ্যামেকুৰীকৃষ্ণকান্ত সন্দিকৈস্বৰাজআন্তৰ্জাতিক শ্ৰমিক দিৱসআইদেউ সন্দিকৈমুদ্ৰাজাহানাৰা শ্বাহনৱাজশ্ৰী সূৰ্য পাহাৰঅপৰিমেয় সংখ্যাভগৎ সিংহিমা দাসচৰাইশূন্যমামণি ৰয়ছম গোস্বামীপ্ৰজ্ঞাপ্ৰাকৃতিক সম্পদখিলঞ্জীয়া লোকমাৰাঠা সাম্ৰাজ্যৰাতি বিহুবিজ্ঞাপনমানৱ ভূগোলবৌদ্ধ দৰ্শনমানস ৰাষ্ট্ৰীয় উদ্যানবড়ো-কছাৰী🡆 More