২২ জানুৱাৰী: তাৰিখ

২২ জানুৱাৰী (ইংৰাজী: 22 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  


ঘটনাৰাজি

  • ১৯৬৩ - দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হয়।

জন্ম

  • ১৫৬১ - ফ্ৰান্সিছ বেকন, ইংৰাজ সাহিত্যিক।
  • ১৭৪৭ - টিমথী ডেক্সটাৰ, আমেৰিকান ব্যৱসায়ী।
  • ১৭৮৮ - বায়ৰন, ইংৰাজ কবি। তেওঁৰ সম্পূৰ্ণ নাম জৰ্জ গৰ্ডন।
  • ১৮৭৭ - দেশভক্ত তৰুণৰাম ফুকন, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯০৮ - লে'ভ লাণ্ডাউ, ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী।
  • ১৯২৭ - নিপ বৰুৱা, অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।
  • ১৯৪৯ - মাণিক চৰকাৰ, ভাৰতীয় ৰাজনীতিবিদ তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

মৃত্যু

  • ১৬৬৬ - শ্বাহজাহান, মোগল সম্ৰাট।
  • ১৯০১ - ৰাণী ভিক্টোৰিয়া, ইংলেণ্ডৰ ৰাণী।
  • ১৯৯৬ - দুৰ্গেশ্বৰ বৰঠাকুৰ, নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ।

দিৱস

বাহ্যিক সংযোগ

Tags:

২২ জানুৱাৰী ঘটনাৰাজি২২ জানুৱাৰী জন্ম২২ জানুৱাৰী মৃত্যু২২ জানুৱাৰী দিৱস২২ জানুৱাৰী বাহ্যিক সংযোগ২২ জানুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

চিলাৰায়ৰামধেনুমংগোলিয়াআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাএলবাৰ্ট আইনষ্টাইনঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰশামুকস্বৰাজহৰি-হৰ যুদ্ধজৈৱিক কৃষিসঁফুৰা (শিশু আলোচনী)নলবাৰীঅসমৰ পুৰণি স্থাপত্যনীলমণি ফুকন (কনিষ্ঠ)হিন্দু ধৰ্মমৰিগাঁও জিলাবিবাহভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমৰ পৰম্পৰাগত খেল-ধেমালিযতীন্দ্ৰ নাথ দুৱৰাসম্ৰাট অশোককলামানৱ শৰীৰকালিদাসসৌৰভ কুমাৰ চলিহামনোমতীভাৰতৰ উপৰাষ্ট্ৰপতিগণৰাজ্য দিৱস (ভাৰত)বিশ্ব বেংকবেক্টেৰিয়ামই আৰু নেফানেলছন মেণ্ডেলাসত্যনাথ বৰাআৱাহন (আলোচনী)সত্ৰড়মণিকৰ্ণেশ্বৰ দেৱালয়ভাষাপাণবাৰী মছজিদঅসমীয়া ব্যাকৰণজ্যোতিপ্ৰসাদ ৰচনাৱলীঅন্তৰীপ (উপন্যাস)ধৰ্মপাইক প্ৰথাঅসমৰ ৰাজ্যপালসকলৰ তালিকাসাম্যবাদবাইখো পূজাবৰগীতউমানন্দনামঘোষাঅসমৰ চলচ্চিত্ৰকোষ (জীৱবিজ্ঞান)জীৱনৰ বাটতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাহেমকোষৰাতি বিহুকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলইছলামবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসভটিমানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পৰিৱেশ তন্ত্ৰপূৰ্ণ স্বৰাজভূমিস্খলনঘৰকৰ্কট ক্ৰান্তিঅসমীয়া প্ৰতিদিনমাঘ বিহুভাৰতৰ সংৰক্ষণ ব্যৱস্থাতুলসীৱিকিপিডিয়াকম্পিউটাৰজীৱঅসমৰ চিত্ৰকলাৰ ইতিহাসজামুগুৰিহাটখ্ৰীষ্টান ধৰ্ম🡆 More