ডিব্ৰুগড়

ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূব প্ৰান্তত অৱস্থিত। ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায়। ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূবত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূব ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।

ডিব্ৰুগড়
তি-ফাও
—  নগৰ  —
Dibrugarh_Night_View.jpgডিব্ৰুগড় চহৰৰ ৰাতিৰ দৃশ্য
অন্য নাম: ভাৰতৰ চাহ নগৰী
ভৌগোলিক স্থানাংক: 27°29′N 95°00′E / 27.48°N 95°E / 27.48; 95
দেশ ডিব্ৰুগড় ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
Named for ডিব্ৰু নদী
চৰকাৰ
 - প্ৰকাৰ পৌৰসভা
 - পৰিষদ ডিব্ৰুগড় পৌৰসভা
 - স্থাপিত ১৮৭৩
 - ৱাৰ্ডৰ সংখ্যা ২২
 - পৌৰপতি সমা চক্ৰৱৰ্তী বিজেপি
মাটিকালি
 - মুঠ ১২.৬৫ কি.মি. 
(৪.৯ বৰ্গ মাইল)
উচ্চতা ১০৮ মিটাৰ (৩৫৪.৩৩ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ১,৫৪,০১৯ জন
ভাষা
 - চৰকাৰী অসমীয়া ভাষা
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
পিনক'ড ৭৮৬০ XX
দূৰভাষ কোড +৯১ - (০) ৩৭৩ - XX XX XXX
আই এচ অ’ ৩১৬৬ কোড IN-AS
যানবাহনৰ নম্বৰ AS-06
ৱেবছাইট www.dibrugarh.nic.in

ইতিহাস

ডিব্ৰুগড় নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই ঠাই প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।

ইয়াণ্ডাবু সন্ধি সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়।

নগৰৰ ৰূপ

পৰিচালনা

জনগাঁথনি

জলবায়ু

ডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.5
(83.3)
31.9
(89.4)
34.5
(94.1)
36.0
(96.8)
37.2
(99.0)
38.1
(100.6)
37.9
(100.2)
37.5
(99.5)
37.6
(99.7)
36.3
(97.3)
33.1
(91.6)
30.6
(87.1)
38.1
(100.6)
গড় উষ্ণতা - উচ্চ °C (°F) 22.8 23.9 26.4 27.6
(81.7)
29.7
(85.5)
31.1
(88.0)
31.0
(87.8)
31.8
(89.2)
30.6
(87.1)
29.8
(85.6)
27.4
(81.3)
24.2
(75.6)
28.0
(82.4)
গড় উষ্ণতা - নিম্ন °C (°F) 9.2
(48.6)
12.2
(54.0)
15.9
(60.6)
18.8
(65.8)
21.9
(71.4)
24.2
(75.6)
24.6
(76.3)
24.9
(76.8)
23.8
(74.8)
20.7
(69.3)
15.0
(59.0)
10.0
(50.0)
18.4
(65.1)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.4
(38.1)
4.8
(40.6)
8.1
(46.6)
10.8
(51.4)
14.1
(57.4)
16.5
(61.7)
20.6
(69.1)
19.5
(67.1)
19.7
(67.5)
13.3
(55.9)
6.5
(43.7)
2.7
(36.9)
2.7
(36.9)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 30.1
(1.185)
58.9
(2.319)
105.5
(4.154)
230.4
(9.071)
287.9
(11.335)
428.5
(16.87)
525.5
(20.689)
427.7
(16.839)
350.1
(13.783)
143.3
(5.642)
16.4
(0.646)
18.6
(0.732)
2,622.8
(103.26)
% আৰ্দ্ৰতা 80 74 68 75 76 81 85 82 85 83 81 82 79.3
Avg. rainy days 3.5 5.7 8.8 13.4 14.1 18.0 21.7 17.1 15.2 7.4 1.8 1.7 128.4
উৎস নং ১: India Meteorological Department (record high and low up to 2010)
উৎস নং ২: NOAA (humidity, 1971–1990)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

Tags:

ডিব্ৰুগড় ইতিহাসডিব্ৰুগড় নগৰৰ ৰূপডিব্ৰুগড় পৰিচালনাডিব্ৰুগড় জনগাঁথনিডিব্ৰুগড় জলবায়ুডিব্ৰুগড় বাহ্যিক সংযোগডিব্ৰুগড় তথ্যসূত্ৰডিব্ৰুগড়

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱৰ গদ্যশৈলীঅসমৰ চাহ জনগোষ্ঠীঅনুৰাধা শৰ্মা পূজাৰীনৈৰাজ্যবাদসুবাসনা দত্তচুতীয়া ৰাজ্যস্বামী বিবেকানন্দপুথিভঁৰালঅসম বৈভৱ বঁটাঅসমীয়া লোক-সংস্কৃতিজয়মতী কুঁৱৰীযতি-চিনকোচ ৰাজবংশবিত্তীয় ব্যৱস্থাপোলেণ্ডৰাজহুৱা ক্ষেত্ৰভানুমতীৰাম নৱমীকাতি বিহুবিষ্ণুঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাগৌৰৱ গগৈসৰ্বপল্লী ৰাধাকৃষ্ণণগগনামৈদামসালোক সংশ্লেষণদেওপাহাৰআঙঠি পিন্ধোৱাআবেগমহাভাৰতগাঁও পঞ্চায়তবিশ্বনন্দবড়ো ভাষাঅসমৰ জনগোষ্ঠীতাঁতশালবীণাপাণি নাট্য সমাজভবেন্দ্ৰ নাথ শইকীয়াউত্তৰ-পূব ভাৰতচৰিত পুথিচেৰা-বিহুফণী শৰ্মাচি এছ এছনাগাৰা নামলভিতাগোৱালপাৰাঅসমীয়া ভাষা আন্দোলনঅন্নপ্ৰাশনঅসমৰ জিলাসমূহনৱবিধা ভক্তিআনন্দৰাম ঢেকিয়াল ফুকনমুগা (ৰেচম)বকুলএইচ.আই.ভি/এইড্‌ছবৰদৈচিলাহিতেশ ডেকাভাৰতৰ প্ৰধানমন্ত্ৰী১৯ এপ্ৰিলভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানগুৱাহাটী বিশ্ববিদ্যালয়চিপাহী বিদ্ৰোহ ১৮৫৭চলচ্চিত্ৰআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডকলীয়াভোমোৰা সেতুপৃথিৱীভাৰতীয় জনতা পাৰ্টিমহেশ্বৰ নেওগহিৰণ্যকশিপুভাষাৰঘুনাথ চৌধাৰীশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পাইক প্ৰথাআল্লাহনামঘোষাউদ্ভিদআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰমহাদেশ🡆 More