মফিজুদ্দিন আহমদ হাজৰিকা

মফিজুদ্দিন আহমদ হাজৰিকা (৩০ আগষ্ট, ১৮৭০ - ২৯ অক্টোবৰ, ১৯৫৮) বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। বিখ্যাত কবিতা পুথি ‘জ্ঞান মালিনী(১৮৯৬)’ৰ ৰচক। মফিজুদ্দিন আহমদ হাজৰিকা ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল। অসম চৰকাৰৰ পৰা তেখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল।

মফিজুদ্দিন আহমদ হাজৰিকা
মফিজুদ্দিন আহমদ হাজৰিকা
জন্ম ৩০ আগষ্ট, ১৮৭০ (১৫৩ বছৰ)
ডিব্ৰুগড়, অসম
মৃত্যু ২৯ অক্টোবৰ, ১৯৫৮ (৮৮ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত ভাৰত

জন্ম আৰু শিক্ষাজীৱন

মফিজুদ্দিন আহমদ হাজৰিকাৰ পিতৃৰ নাম হিম্মতুদ্দিন আহমদ। এখেতসকল বাঘ হাজৰিকাৰ বংশধৰ। জন্ম হৈছিল ডিব্ৰুগড়ত। ডিব্ৰুগড়তে পঢ়া-শুনা কৰি তাৰে চৰকাৰী হাইস্কুলৰপৰা ১৮৯২ চনত এণ্ট্ৰেন্স পৰীক্ষা দিয়ে। কিন্তু পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি পঢ়াৰ ইতি পেলায়।

কৰ্মজীৱন

১৮৯৩ মফিজুদ্দিন আহমদ হাজৰিকাই উত্তৰ লখিমপুৰত ফৰেষ্টাৰ হিচাপে কৰ্মত নিয়োজিত হয়। তিনিবছৰ এই কাম কৰাৰ পাছত ১৮৯৬ চনত লক্ষ্মীপুৰ কাছাৰীত আমোলা হিচাপে যোগদান কৰে। ১৯০২ চনত ডিব্ৰুগড় কাছাৰীলৈ বদলি হয়। অৱসৰৰ সময়লৈ তেওঁ চিভিল পেস্কাৰ পদবী পাইছিল। ১৯২৬ চনত অৱসৰ লয়।

সাহিত্যিক জীৱন

১৮৯৬ চনত এখেতৰ বিখ্যাত কবিতা পুথি জ্ঞান মালিনী প্ৰকাশিত হয়। তেখেতৰ দ্বিতীয় কবিতা পুথি হ'ল 'মালিনীৰ বীণ', যিখন শেহতীয়াকৈ উদ্ধাৰ কৰা হৈছে । আন এখনি কবিতা পুথি তত্ত্ব পাৰিজাত(১৯৭০)। ।

১৯০৪ চনৰপৰা ১৯৩৪ চনলৈ সুদীৰ্ঘ ৩০ বছৰ কাল ধৰি মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল। ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল। এখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মফিজুদ্দিন আহমদ হাজৰিকা জন্ম আৰু শিক্ষাজীৱনমফিজুদ্দিন আহমদ হাজৰিকা কৰ্মজীৱনমফিজুদ্দিন আহমদ হাজৰিকা সাহিত্যিক জীৱনমফিজুদ্দিন আহমদ হাজৰিকা তথ্য সংগ্ৰহমফিজুদ্দিন আহমদ হাজৰিকা বাহ্যিক সংযোগমফিজুদ্দিন আহমদ হাজৰিকাঅসম চৰকাৰঅসম সাহিত্য সভাগোলাঘাটজ্ঞান-মালিনী

🔥 Trending searches on Wiki অসমীয়া:

লোকভাষাচাইকেলহাজোমূৰাৰা, ৰঙিয়াঅসম গণ পৰিষদশকুন্তলাপঞ্চায়তী ৰাজঅসমৰ কুঁহিলা শিল্পযোগ দৰ্শন২০২৩ জি-২০ নতুন দিল্লী সন্মিলনশিৱসাগৰআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ম’বাইল ফোনভট্টদেৱহৰণ (গণিত)সঁফুৰা (শিশু আলোচনী)প্ৰদূষণভবেন্দ্ৰ নাথ শইকীয়ানগাঁও (লোকসভা সমষ্টি)জয়মতী কুঁৱৰীভূগোলচ্যু-খ্ৰুং-ফাডি এন এভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাপাইথেগাৰাছমূলা গাভৰুহুঁচৰিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাপদ্মধৰ চলিহাদেওপাহাৰসিন্ধু সভ্যতাপৰ্যাবৃত্ত তালিকাইজৰাইলমহেঞ্জোদাৰোপাণিনিশ্ৰী শ্ৰী বটদ্ৰৱা থানলখিমপুৰ জিলাসমাজবাদৰাভা ভাষাসংযুক্ত মুক্তি বাহিনী, অসমত্ৰিভুজকলগায়ন-বায়নহনুমানভাৰতৰ জাতীয় পতাকাসমাৰ্থক শব্দচৰ্যাপদভূপেন হাজৰিকাচামেলি মেমচা'বশালস্তম্ভ ৰাজবংশনেপোলিয়ন বোনাপাৰ্টলভিতাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঘিলাধাৰী ঘাটৰ সন্ধিপৰিৱেশ অধ্যয়নবিশেষ শিক্ষাউত্তৰ-পূব সীমান্ত ৰেলৱেঅসমীয়া সাহিত্যমৰিগাঁও জিলাবিল গেট্‌ছহিন্দু ধৰ্মঅব্যয় পদআউনীআটী সত্ৰনামঘৰআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যানেপালঅনুৰাধা শৰ্মা পূজাৰীনগেন শইকীয়াজীৱনৰ বাটতআহোম ৰাজবংশঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকানাটকৰামধেনুহেম বৰুৱাতেজপুৰজৈৱ বৈচিত্ৰ্য🡆 More