২৯ অক্টোবৰ: তাৰিখ

২৯ অক্টোবৰ (ইংৰাজী: 29 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০২তম (অধিবৰ্ষত ৩০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯২৩ - তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয়। ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয়।
  • ১৯০৮ - যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি আবিস্কাৰ কৰা হৈছিল।
  • ২০০২ - ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়।

জন্ম

  • ১৭৪০ - জেছ বছৱেল, স্কটলেণ্ডৰ সাহিত্যিক, জীৱনীকাৰ।
  • ১৮৫১ - ৰায়বাহাদুৰ জগন্নাথ বৰুৱা, অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা।
  • ১৮৯৭ - যোছেফ গোৰৱেলছ, হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী।
  • ১৯১৭ - সত্যপ্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ।
  • ১৯২০ - বাৰুজ বেনাকেৰৰাফ, প্ৰখ্যাত আমেৰিকান বিজ্ঞানী।
  • ১৯৮৫ - বিজেন্দৰ সিং, ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ।

মৃত্যু

  • ১৯৩৩ - এলবাৰ্ট কামেট, ফৰাচী বিজ্ঞানী।
  • ১৯৫৮ - মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, জ্ঞান-মালিনী কবি খ্যাত অসমীয়া কবি।
  • ২০২০ - গৌৰী বৰ্মন, অসমৰ চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা।

দিৱস

বাহ্যিক সংযোগ


Tags:

২৯ অক্টোবৰ ঘটনাৱলী২৯ অক্টোবৰ জন্ম২৯ অক্টোবৰ মৃত্যু২৯ অক্টোবৰ দিৱস২৯ অক্টোবৰ বাহ্যিক সংযোগ২৯ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া খাদ্যাভ্যাসনগাঁও (লোকসভা সমষ্টি)মঙ্গলদৈ (লোকসভা সমষ্টি)পৃথিৱীমহামায়া ধামগড়গাঁওযতীন্দ্ৰ নাথ দুৱৰাউদ্ভিদঅসমৰ পৰম্পৰাগত সাজ- পাৰআত্মজীৱনীঅসমীয়া গীতি সাহিত্যহিন্দু ধৰ্মমৌৰ্য সাম্ৰাজ্যমানস ৰাষ্ট্ৰীয় উদ্যানভাওনাঅংগৰাগ মহন্তচ্যু-খ্ৰুং-ফাঘৰচিৰিকাআকবৰদৈনিক বাতৰিমণিকৰ্ণেশ্বৰ দেৱালয়কামাখ্যা মন্দিৰহিমাংশু প্ৰসাদ দাসভাৰতত মহিলাৰ স্বাস্থ্যবাঁহী (আলোচনী)কৰ্কট ক্ৰান্তিভূমি প্ৰদূষণৱিকিপিডিয়াঅসমৰ কুঁহিলা শিল্পনামনি অসমঅসমীয়া বৰ্ণমালামৰুভূমিভট্টদেৱৰ গদ্যশৈলীঘৰ শালিকানুৰ জাহানউচ্চ ৰক্তচাপবৌদ্ধ ধৰ্মছুনামিউপন্যাস২৭ এপ্ৰিলকমলাবাৰী সত্ৰগুণাভিৰাম বৰুৱাপাইক প্ৰথাআলোচনীশব্দ প্ৰদূষণসোণোৱাল কছাৰীটুক্ৰেশ্বৰী দেৱালয়ৰাভা ভাষাকৃত্ৰিম বুদ্ধিমত্তামহেশ্বৰ নেওগকোকৰাঝাৰ (লোকসভা সমষ্টি)হৰি-হৰ যুদ্ধগাখীৰক্ৰিকেটবাগ্‌ধ্বনিহুঁচৰিকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমাইলছ ব্ৰনছনঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমৰ ইতিহাসমামণি ৰয়ছম গোস্বামীৰ উপন্যাসশুৱালকুছিকবিতাৰাষ্ট্ৰসংঘ দিৱসৰোমাণ্টিক কবিতাইয়াণ্ডাবু সন্ধিজল সংৰক্ষণবিহু নৃত্যপদ্মধৰ চলিহানলবাৰী জিলাথমাছ আলভা এডিচনমিচিং জনগোষ্ঠীৰ সাজপাৰকনকলতা বৰুৱাবংগ বিভাজন (১৯০৫)🡆 More