লেটিন ভাষা: ইটালিক শাখাৰ ইণ্ডো-ইউৰোপীয় ভাষা

লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে।

লেটিন ভাষা
lingua latīna
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
ইটালীৰ ৰোমৰ ক'ল'ছিয়ামত লেটিন লিপি
থলুৱা অঞ্চল
  • লেটিয়াম
  • ৰোমান সম্ৰাজ্য / গণতন্ত্ৰ / সম্ৰাজ্য
    • প্ৰাক আধুনিক ইউৰোপ
  • ছিলিছিয়াৰ আৰ্মেনিয়ান সম্ৰাজ্য (সংযোগী ভাষা)
  • লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ ভেটিকান চিটি
জাতীয়তা লেটিন
যুগ খ্ৰীষ্টীয় ষষ্ঠৰ পৰা নৱম খ্ৰীষ্টাব্দৰ সময়ছোৱাত বিৰূপ লেটিন পিছলৈ ৰোমাঞ্চ ভাষালৈ বিকশিত হৈছিল; বিশুদ্ধ ভাষা মধ্য ইউৰোপ আৰু কেথলিক দেশ সমূহৰ বিদ্বান লেখনি আৰু কেথলিক গীৰ্জা সমূহৰ পৱিত্ৰ ভাষাৰূপে ব্যৱহাৰ হৈছিল
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
  • ইটালীক
    • লেটিন' ফালিস্কান ভাষা
      • লেটিন ভাষা
লিখন প্ৰণালী লেটিন বৰ্ণমালা 
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ হলি চি
নিয়মাধীন হয়
  • প্ৰাচীন: ব্যাকৰণ আৰু অলংকাৰশাস্ত্ৰৰ ৰোমান স্কুল
  • বৰ্তমান: পন্তিফিকেল একাডেমী অফ লেটিন
ভাষা সংকেত
ISO 639-1 la
ISO 639-2 lat
ISO 639-3 lat
গ্লোটোলগ impe1234
lati1261
লিংগোৱাস্ফেয়াৰ 51-AAB-aa to 51-AAB-ac
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
১১৭ খ্ৰীষ্টাব্দৰ ৰোমান সম্ৰাজ্য আৰু লেটিন ভাষী সকলে শাসন কৰা অঞ্চল (ৰঙা)। সম্ৰাজ্যৰ ভিতৰত লেটিনৰ বাহিৰেও আন বহুতো ভাষাৰ প্ৰচলন আছিল।
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
ৰোমাঞ্চ ভাষাৰ বিস্তৃতি, আধুনিক লেটিনৰ উত্তৰপুৰুষ

লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল। ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগে ই এক প্ৰভাৱশালী ভাষালৈ পৰিনীত হয়। প্ৰথমে ই ইটালী আৰু পিছলৈ গোটেই ৰোমান সাম্ৰাজ্যত বিয়পি পৰে। বিৰূপীত লেটিন ভাষা ৰোমাঞ্চ ভাষালৈ বিকশিত হয়। সেই সমূহ হ'ল ইটালীয়ান ভাষা, পৰ্তুগীজ ভাষা, স্পেনীছ ভাষা, ফৰাচী ভাষা, আৰু ৰোমানিয়ান ভাষা। লেটিন, গ্ৰীক আৰু ফ্ৰেন্স ভাষাৰ বহু শব্দয়ে ইংৰাজী শব্দসম্ভাৰ টনকিয়াল কৰিছে। তাৰে ভিতৰত লেটিন আৰু গ্ৰীক শব্দ মূল সমূহ ইংৰাজী ভাষাত সূত্ৰ, জীৱবিজ্ঞান, বিজ্ঞান, ঔষধ আৰু আইনী বিষয়ত ব্যৱহাৰ হয়।

৭৫ খ্ৰীষ্টপূৰ্বত ৰোমান গণতন্ত্ৰয়ে পুৰণি লেটিনক বিধিসন্মতভাবে শাস্ত্ৰীয়কৰণ কৰে। বৰ্তমান লেটিন বিশ্বৰ বহুতো শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিকোৱা হয়। ই ৰোমান কেথলিক গীৰ্জা সমূহ আৰু হলি চিৰ চৰকাৰী ভাষা।

তথ্য উৎস

বাহ্যিক সংযোগ

ভাষা সঁজুলি

শিক্ষা

ব্যাকৰণ আৰু অধ্যয়ন

ফনেটিক

লেটিন ভাষাৰ বাতৰিকাকত

লেটিন ভাষাৰ অনলাইন সমাজ

Tags:

লেটিন ভাষা তথ্য উৎসলেটিন ভাষা বাহ্যিক সংযোগলেটিন ভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়াল

🔥 Trending searches on Wiki অসমীয়া:

লোকবিশ্বাসগড়গাঁওবেক্টেৰিয়াপ্ৰাকৃতিক পৰিৱেশভঠেলিঅসমৰ ধান খেতিৰ সঁজুলিসমূহজাপিদৰং জিলামহাভৈৰৱ মন্দিৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমায়া সীতাআন্তৰ্জাতিক শ্ৰমিক দিৱসঅতুল চন্দ্ৰ হাজৰিকাপুৰাণমাতৃভাষামামণি ৰয়ছম গোস্বামীৰ উপন্যাসজয়সাগৰ পুখুৰীনৱকান্ত বৰুৱানাগালেণ্ডৰুদ্ৰেশ্বৰ দেৱালয়লিংগ স্তম্ভনঅখণ্ড সংখ্যাযতীন্দ্ৰ নাথ দুৱৰাহেমকোষবিষ্ণুপ্ৰসাদ ৰাভাপ্ৰাকৃতিক সম্পদজেং বিহুঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামাছবেটুপাতডেণ্ড্ৰ'বিয়ামসংক্ৰমণছ'ভিয়েট সংঘৰবীন্দ্ৰনাথ ঠাকুৰমণিপুৰী নৃত্যমামণি ৰয়ছম গোস্বামীশিৱসাগৰৰ শিৱদৌলমানচিত্ৰপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৱিকিমিডিয়া ফাউণ্ডেশ্যনৰাজিয়া চুলতানাঅসমৰ গামোচাছট পূজাপোহৰমানৱ শৰীৰপৰিৱেশ অধ্যয়নউইলিয়াম শ্বেইকছপীয়েৰজুৰি দত্তভট্টদেৱৰ গদ্যশৈলীমনোবিজ্ঞানভ্ৰাম্যমাণ থিয়েটাৰচৰ্যাপদমানুহউপভাষাশ্ৰী শ্ৰী বটদ্ৰৱা থানশকুন্তলালংকাভাৰতীয় ৰেলশৰাইঘাটৰ যুদ্ধগুণমালাভাৰতৰ ইতিহাসৰাষ্ট্ৰসংঘজুবিন গাৰ্গহিতেশ্বৰ বৰবৰুৱাডুবাইপূৰ্ণ স্বৰাজসাঁচিপাতবৰদৈচিলাঅসমত দেখা চৰাইবোৰসিংহদ্বি জাতি তত্ত্বভট্টদেৱভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগনাগৰিকত্বজ্ঞানপীঠ বঁটাপাঠ পৰিকল্পনাসাপজলসিঞ্চন🡆 More