আয়তক্ষেত্ৰ

আয়তক্ষেত্ৰ (ইংৰাজী: Rectangle) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ।

আয়তক্ষেত্ৰ
আয়তক্ষেত্ৰ
প্ৰকাৰ quadrilateral, parallelogram, orthotope
বাহু আৰু শীৰ্ষ
Schläfli symbol {}×{}
Coxeter–Dynkin diagrams আয়তক্ষেত্ৰআয়তক্ষেত্ৰআয়তক্ষেত্ৰ
Symmetry group D2, [2], (*22)
Dual polygon ৰম্বাছ
বৈশিষ্ট convex, isogonal, cyclic
আয়তক্ষেত্ৰ
৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্ৰস্থৰ এটা আয়তক্ষেত্ৰ

এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক। বৰ্গক্ষেত্ৰ এটি বিশেষ ধৰণৰ আয়তক্ষেত্ৰ যাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্য সমান; ইয়াৰ অৰ্থ বৰ্গ একে সময়তে এক আয়তক্ষেত্ৰ আৰু ৰম্বাছ

দুটি বিপৰীত সমান্তৰাল যোৰা মাজত যিটো বেছি দীঘল তাৰ দৈৰ্ঘ্যক আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু সৰু যোৰা বাহুক আয়তক্ষেত্ৰৰ প্ৰস্থ বোলা হয়। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ গুণফল। সংকেতত প্ৰকাশ কৰিলে । উদাহৰণস্বৰূপে ৫ একক দৈৰ্ঘ্য আৰু ৪ একক প্ৰস্থৰ আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল ২০ বৰ্গ একক:

আয়তক্ষেত্ৰৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে । সেই অনুসৰি 5 cm দৈঘ্য আৰু 4cm প্ৰস্থৰ আয়তটোৰ পৰিসীমা হ'ব

বৈশিষ্ট্য

  • প্ৰতিটো কোণ ৯০ ডিগ্ৰী
  • বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্যে পৰস্পৰ সমান।
  • বিপৰীত বাহুবোৰ সমান্তৰাল।
  • কৰ্ণদ্বয়ৰ দৈৰ্ঘ্য সমান আৰু ই পৰস্পৰক দ্বিখণ্ডিত কৰে।

সংশ্লিষ্ট বহুভুজ

  • আয়তক্ষেত্ৰ এক ধৰণৰ বৃত্তস্থ চতুৰ্ভুজ।
  • আয়তক্ষেত্ৰৰ যুগ্ম বহুভুজ হ’ল ৰম্বাছ
  • দৈৰ্ঘ্য-প্ৰস্থ সমান হলে আয়ত বৰ্গত পৰিণত হয়।
  • আয়ত বিশেষ ধৰণৰ সামান্তৰিক, কাৰণ ইয়াৰ দুই যোৰা সমান্তৰাল বাহু আছে। সামান্তৰিক আৰু ফলত আয়তক্ষেত্ৰও বিশেষ ধৰণৰ ট্ৰেপিজিয়াম, যাৰ অন্ততঃ এযোৰ বাহু সমান্তৰাল হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

আয়তক্ষেত্ৰ বৈশিষ্ট্যআয়তক্ষেত্ৰ সংশ্লিষ্ট বহুভুজআয়তক্ষেত্ৰ তথ্য সংগ্ৰহআয়তক্ষেত্ৰ বাহ্যিক সংযোগআয়তক্ষেত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

পথেৰ পাঁচালীআনন্দৰাম ঢেকিয়াল ফুকনশিল্প বিপ্লৱনিউয়ৰ্ক মহানগৰএপ্ৰিলধুবুৰী জিলাজল প্ৰদূষণবিহু নৃত্যযৌন নিৰ্যাতননীলমণি ফুকন (কনিষ্ঠ)ক্ৰিকেটভাৰতীয় ভাষাপদ্ম পুৰাণপাচন তন্ত্ৰসংযুক্ত মুক্তি বাহিনী, অসমভিটামিনঝুমৰসমাজবাদসাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণঅসমীয়া উপন্যাসপঞ্চায়তী ৰাজভাৰতৰ ৰাষ্ট্ৰপতিঅংকীয়া নাটনিৰ্বাচনী বণ্ডডিয়েগ' মাৰাড'নাজৈৱিক কৃষিডিব্ৰুগড়মুখমৈথুনকোচ ৰাজবংশীবতাহবচন (ব্যাকৰণ)শিৱসাগৰ জিলাকামৰূপী উপভাষামণিপুৰ সংঘৰ্ষ ২০২৩পুঁজিবাদপাঁচালীতলাতল ঘৰপৃথিৱীৰ বায়ুমণ্ডলপিঠাভাৰতত নাৰীবাদসংস্কৃত সাহিত্যভাষাবিজ্ঞানশক্তিহোলোঙাপাৰ গিবন অভয়াৰণ্যজীৱনীগামখাৰুগৌতম বুদ্ধশিৱমানৱ ভূগোলপতঞ্জলিৰ যোগসূত্ৰৰামমোহন ৰায়কৃষিশংকৰপালীবাঁহ৩১ মাৰ্চঅনুবাদনামঘৰভাৰতীয় শিল্পকলা২৯ মাৰ্চমহানাদপূৰবী বৰমুদৈলোককথাবৰষুণগুণাভিৰাম বৰুৱানগেন শইকীয়ামুদ্ৰাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাচৰাইদেউ জিলাভূটানচেংগিজ খানহিমালয়বকুল ফুলৰ দৰে (গ্ৰন্থ)অসমীয়া খাদ্যাভ্যাসএচিদ বৰষুণমৃণাল কলিতাসাধাৰণ আপেক্ষিকতাবাদ🡆 More