গুজৰাটী ভাষা: এটা ইণ্ডো-আৰ্য ভাষা

গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

গুজৰাটী
ગુજરાતી
গুজৰাতী
অঞ্চল ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তানজানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা
স্থানীয় ভাষিক
৪ কোটি ৬০ লাখ
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
  • ইন্দো-ইৰানীয়
    • ইন্দো-আৰ্য
      • পশ্চিম ইন্দো-আৰ্য
        • গুজৰাটী
লিখন প্ৰণালী গুজৰাটী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
গুজৰাট (ভাৰত)
ভাষা সংকেত
ISO 639-1 gu
ISO 639-2 guj
ISO 639-3 guj

গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।

গুজৰাটী বৰ্ণ আৰু সংখ্যা

અ આ ઇ ઈ ઉ ઊ ઋ
অ আ ই ঈ উ ঊ ঋ
એ ઐ ઍ ઓ ઔ ઑ
এ ঐ এ' ও ঔ অ'
ક ખ ગ ઘ ઙ ચ છ જ ઝ ઞ
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ
ટ ઠ ડ ઢ ણ ત થ દ ધ ન
ট ঠ ড ঢ ণ ত থ দ ধ ন
પ ફ બ ભ મ ય ર લ વ
প ফ ব ভ ম য ৰ ৱ ল ৱ
શ ષ સ હ ળ
শ ষ স হ ল্
કા કિ કી કુ કૂ કૃ
কা কি কী কু কূ কৃ
કે કૈ કૅ કો કૌ કૉ કં કઃ
কে কৈ কে' কো কৌ ক' কং কঃ
૦ ૧ ૨ ૩ ૪ ૫ ૬ ૭ ૮ ૯
০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯

Tags:

ইংৰাজী ভাষাগুজৰাটভাৰত

🔥 Trending searches on Wiki অসমীয়া:

ইজৰাইলঅসমৰ চাহ জনগোষ্ঠীঢ়প্ৰাক-ইতিহাসৱিকিপিডিয়াজ্যোতিপ্ৰসাদ ৰচনাৱলীঅসম বিধানসভামিচিং জনগোষ্ঠীহাবুংকনকলতা বৰুৱাওজাপালিৰঙিয়া ৰেলৱে সংমণ্ডলবৃত্তমেলেৰিয়াভেদাই লতাবনঘোষাঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ সাহিত্যিকসকলৰ তালিকাগোলকীকৰণবৌদ্ধ ধৰ্মবিষুৱ ৰেখামুখমৈথুনপ্ৰথম বিশ্বযুদ্ধকৃষ্ণচূড়াডিগবৈদেউৰী জনগোষ্ঠীঁ (চন্দ্ৰবিন্দু)ভাৰতৰ জাতীয় পতাকাবাগ্‌ধ্বনিমোগল সাম্ৰাজ্যকৰ'নাভাইৰাছ ৰোগ ২০১৯কামৰূপী লোকগীতধ্যান চান্দবৰপেটা সত্ৰভিটামিনগুগলপাণিনিমহাভাৰতঢোলশ্ৰী শ্ৰী বটদ্ৰৱা থানহিন্দু ধৰ্মড়অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাজীৱনীপ্ৰদূষণগণিতকলাবাণীকান্ত কাকতিইংৰাজী ভাষাশামুকব্ৰজাৱলী ভাষামোহনদাস কৰমচান্দ গান্ধীমাধৱদেৱভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাৱিকিমিডিয়া ফাউণ্ডেশ্যননীলমণি ফুকন (জ্যেষ্ঠ)বহনক্ষম উন্নয়নৰ লক্ষ্যহেমচন্দ্ৰ গোস্বামীনীলমণি ফুকন (কনিষ্ঠ)ৰঘুনাথ চৌধাৰীয়ফকৰা যোজনাউইলিয়াম শ্বেইকছপীয়েৰঅনুৰাধা শৰ্মা পূজাৰীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসীমত যাৰ হেৰাল সীমাফাট বিহুকৃত্ৰিম বুদ্ধিমত্তাঅসমৰ গামোচা🡆 More