মালয়ালম ভাষা

মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত।

মালয়ালম
malayāḷaṁ
മലയാളം
উচ্চাৰণ সাঁচ:IPA-ml; এই শব্দটোৰ বিষয়ে pronunciation
থলুৱা অঞ্চল ভাৰত
অঞ্চল কেৰালা with border communities in the Kanyakumari district of Tamil Nadu, Lakshadweep and Mahé (Puducherry)
জাতীয়তা Malayali
স্থানীয় ভাষিক
L1: সাঁচ:Sigfig million (2011)
L2: সাঁচ:Sigfig
ভাষা পৰিয়াল
Dravidian
  • Southern Dravidian
    • Tamil–Kannada
      • Tamil–Kodagu
        • Malayalam languages
          • মালয়ালম
ভাষা সংকেত
ISO 639-3

এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা।

মালয়ালম ভাষা মালায়ালম লিপিৰে লিখা হয়। চিঙ্গাপুৰ আৰু মালয়েছিয়াত মালয়ালম ভাষা আৰৱী লিপিৰে লিখা হয়। বহু সময়ত কেৰালাৰ মুছলমানসকলেও আৰৱী লিপিৰে ভাষাটো লিখে। মালয়ালম প্ৰধানত কেৰালা, লাক্ষাদ্বীপ আৰু পণ্ডিচেৰীৰ মাহে অঞ্চল প্ৰচলিত। ৩ কোটি ৫৭ লাখ মানুহে এই ভাষাত কথা পাতে।

মালয়ালম ভাষা
The word Malayāḷalipi (Meaning: Malayalam script) written in the Malayalam script
মালয়ালম ভাষা
A Malayalam signboard from Kannur, Kerala. Malayalam is official language in the Indian state of Kerala and the union territories of Lakshadweep and Puduchery
মালয়ালম ভাষা
Letters in Malayalam script

তথ্যসূত্ৰ

Tags:

তামিল ভাষাভাষাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

শিৱনাথ বৰ্মনগোৱালপাৰা জিলাজয়মতী কুঁৱৰী (নাটক)লাচিত বৰফুকনঅসমীয়া গীতি সাহিত্যঅসমৰ আৰ্দ্ৰভূমিৰাতি বিহুখেৰাইভিটামিনমিচিং জনগোষ্ঠীৰ সাজপাৰবৰ-মানিমুনিবেউলাগুৰু আসনলক্ষ্মীনাথ বেজবৰুৱাশিক্ষাঅসমীয়া সাহিত্যত মালিতাযোগেশ দাসইন্দিৰা মিৰিপঞ্চভুজনগেন শইকীয়াবিষ্ণুপ্ৰসাদ ৰাভাবৌদ্ধ ধৰ্মআলুশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰমৌৰ্য সাম্ৰাজ্যপ্ৰাকৃতিক দুৰ্যোগমিচিং নৃত্য আৰু গীত মাতগুপ্ত সাম্ৰাজ্যগায়ত্ৰী মহন্তলেছবিয়ানকালিদাসআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামালালা ইউছুফজাইবাথৌ পূজাঅসমৰ তেল শোধনাগাৰবেলবিহু নৃত্যভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাহৰি-হৰ যুদ্ধপৰিমেয় সংখ্যাভটিমাশিৱসাগৰধেমাজিআত্মসহায়ক গোট২৯ এপ্ৰিলনলবাৰী জিলাকোষ (জীৱবিজ্ঞান)চিত্ৰলেখা উদ্যানবসন্ত ঋতুএ পি জে আব্দুল কালামতাজমহলফাকে জনগোষ্ঠীদেৱকান্ত বৰুৱা২৮ এপ্ৰিলঅসমীয়া ভাষামনোবিজ্ঞানহাঁওফাঁওচান্দ সদাগৰকেতেকীঅসমৰ ইতিহাসশিঙি মাছউদঈয়াৰুইঙ্গমসংগীতকুলধৰ শইকীয়াঅংগনবাদীসংস্কৃতিমাধৱ কন্দলিপিয়লি ফুকনপৰ্যাবৃত্ত তালিকাবুটবহুৱা নাচশিক্ষা মনোবিজ্ঞানৰংবং তেৰাং🡆 More