মেইতেই ভাষা: ভাৰতীয় ভাষা

মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক মণিপুৰী ভাষা হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।

মেইতেই
ꯃꯤꯇꯩ ꯂꯣꯟ
মেইতেই ভাষা: ভাৰতীয় ভাষা
অঞ্চল উত্তৰ-পূৱ ভাৰত, বাংলাদেশ, ম্যানমাৰ
স্থানীয় ভাষিক
৩৩ লাখ
ভাষা পৰিয়াল
চীনা-তিব্বতী
  • তিব্বতী-বৰ্মী
    • মেইতেই
লিখন প্ৰণালী অসমীয়া–বঙালী লিপি, মৈতৈ ময়েক
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
মেইতেই ভাষা: ভাৰতীয় ভাষা ভাৰত (মণিপুৰ, অসম)
ভাষা সংকেত
ISO 639-2 mni
ISO 639-3 mni

লগতে পঢ়ক

তথ্য সংগ্ৰহ

Tags:

অসমউত্তৰ-পূব ভাৰতত্ৰিপুৰাবাংলাদেশভাৰতৰ সংবিধানমণিপুৰম্যানমাৰ

🔥 Trending searches on Wiki অসমীয়া:

যৌন নিৰ্যাতনঅখণ্ড সংখ্যাউইলিয়াম শ্বেইকছপীয়েৰহৰিশংকৰ ব্ৰহ্মআমলখিশিৱসাগৰ জিলাইউটিউবকাৰ্বি জনগোষ্ঠীনাগালেণ্ডমহামায়া ধামপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)ফেইচবুকৰংঘৰবদলা পদ্ম আতা সত্ৰভাস্কো দা গামাকুমাৰ ভাস্কৰ বৰ্মাদন্দুৱা দ্ৰোহঅসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতৰ উচ্চতম ন্যায়ালয়অসম আন্দোলনচুতীয়া জনগোষ্ঠীশাল গছপ্ৰাগজ্যোতিষপুৰআৰবী ভাষাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামঘাই ওজানগাঁওমৈদামনীল প্ৰজাপতিতেজঅণুবীক্ষণ যন্ত্ৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মৌখিক লোকসাহিত্যজৱাহৰলাল নেহৰুমকৰাদুৰ্গা পূজাঅসমীয়া প্ৰতিদিনৰাম সৰস্বতীভূঁই ৰোৱা উৎসৱনৱকান্ত বৰুৱাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাবিহুপ্ৰকাশ (আলোচনী)সোণোৱাল কছাৰীএহাত ডাবামৰাণ জনগোষ্ঠীভাৰতত নাৰীবাদপাঠ্যক্ৰমদীনবন্ধু (চলচ্চিত্ৰ)দিহানামকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানচৰাইদাদাচাহেব ফাল্কেসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাচক্ৰধ্বজ সিংহ (নাটক)খেৰাইৰাইমনা ৰাষ্ট্ৰীয় উদ্যান২০২২ ফিফা বিশ্বকাপৰামায়ণটাই সংস্কৃতিৰ ৰূপৰেখাদিছপুৰঅসমীয়া জলপানমাধৱ কন্দলিবৰাইল পৰ্বতঈয়াৰুইঙ্গমভূপেন হাজৰিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫নগেন শইকীয়ামঙ্গল গ্ৰহভক্তি ৰত্নাৱলীমাহশৰ্মা মন্ত্ৰীসভাঅসমীয়া লোকসাহিত্যঅসমৰ বাঁহ-বেতৰ শিল্প🡆 More