আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ (ইংৰাজী: United States of America) উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্‌চ অৱ আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলাণ্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত; উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ-পশ্চিমত অৱস্থিত; এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী; তাৰ কাষতে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। ইয়াৰোপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অসংখ্য দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত।

আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ
নীতিবাক্য
In God We Trust  (official)
E Pluribus Unum  (traditional)
(Latin: Out of Many, One)
ৰাষ্ট্ৰীয় সঙ্গীত

"The Star-Spangled Banner"
the United States-ৰ অৱস্থান
the United States-ৰ অৱস্থান
ৰাজধানীৱাছিংটন, ডি চি
38°53′N 77°01′W / 38.883°N 77.017°W / 38.883; -77.017
বৃহত্তম নগৰ নিউয়ৰ্ক মহানগৰ
ৰাষ্ট্ৰভাষা (সমূহ) যুক্তৰাষ্ট্ৰীয় স্তৰত নাই[a]
ৰাষ্ট্ৰীয় ভাষা ইংৰাজী (ডি ফেক্টো)[b]
জাতীয়তাসূচক বিশেষণ আমেৰিকান
চৰকাৰ যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি জ’ বাইডেন
 -  ৰাষ্ট্ৰপতি {{{leader_name2}}}
 -  হউচৰ স্পিকাৰ জন বহনাৰ (ৰি)
 -  মুখ্য বিচাৰপতি জন ৰবাৰ্টচ
স্বাধীনতা যুক্তৰাজ্যৰ পৰা 
 -  স্বাধীনতা লাভ ৪ জুলাই, ১৭৭৬ 
 -  Recognized September 3, 1783 
 -  Current constitution June 21, 1788 
মাটিকালি
 -  মুঠ ৯৮,২৬,৬৭৫ বৰ্গ কিমি [c](3rd/4th)
৩৭,৯৪,১০১ বৰ্গ মাইল 
 -  জলভাগ (%) ৬.৭৬ (৬,৬৪,২৮৩ বৰ্গ কিমি)
জনসংখ্যা
 -  2011 আনুমানিক সাঁচ:Poptoday'"`UNIQ--ref-০০০০০০০১-QINU`"' (৩rd)
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $15.065 trillion (1st)
 -  জনমুৰি $48,147 (8th)
জিডিপি (নামমাত্ৰ) 2011 আনুমানিক
 -  মুঠ $15.065 trillion (1st)
 -  জনমুৰি $48,147 (15th)
জিনি সহগ? (2007) 45.0 (39th)
মানৱ উন্নয়ন সূচক (2011) বৃদ্ধি 0.910 (very high) (4th)
মুদ্ৰা United States dollar ($) (USD)
সময় অঞ্চল (ইউটিচি−5 to −10)
 -  গ্ৰীষ্মকালীন (ডিএছটি)  (ইউটিচি−4 to −10)
তাৰিখ বিন্যাস m/d/yy (AD)
গাড়ী চলোৱা হয় right
ইণ্টাৰনেট টিএলডি .us .gov .mil .edu
কলিং ক'ড ++1
^ a. English is the official language of at least 28 states—some sources give a higher figure, based on differing definitions of "official". English and Hawaiian are both official languages in the state of Hawaii.

^ b. English is the de facto language of American government and the sole language spoken at home by 80% of Americans age five and older. Spanish is the second most commonly spoken language.

^ c. Whether the United States or the People's Republic of China is larger is disputed. The figure given is from the U.S. Central Intelligence Agency's World Factbook. Other sources give smaller figures. All authoritative calculations of the country's size include only the 50 states and the District of Columbia, not the territories.

^ d. The population estimate includes people whose usual residence is in the fifty states and the District of Columbia, including noncitizens. It does not include either those living in the territories, amounting to more than 4  million U.S. citizens (most in Puerto Rico), or U.S. citizens living outside the United States.

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন ৩.৭৯ মিলিয়ন বৰ্গমাইল (৯.৮৩ মিলিয়ন বৰ্গকিলোমিটাৰ)। দেশখনৰ জনসংখ্যা প্ৰায় ৩০৯ মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বেৰ সকলোতকৈ বৈচিত্ৰ্য মণ্ডিত বহুজাতিক সমাজব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহুসংস্কৃতিবাদী ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। ২০০৮ চনত দেশৰ আনুমানিক মুঠ ঘৰুৱা উৎপাদনৰ (GDP) হাৰ আছিল ১৪.৪ ট্ৰিলিয়ন আমেৰিকান ডলাৰ (বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ)।

ৰাজ্য

আমেৰিকা যুক্তৰাষ্ট্ৰ 
  1. ৱাছিংটন
  2. মণ্টানা
  3. নৰ্থ ডকোটা
  4. মিনিচোটা
  5. উইচকনচিন
  6. মিছিগান
  7. নিউয়ৰ্ক
  8. মেইন
  9. নিউ হেম্পশায়াৰ
  10. ভাৰমণ্ট
  11. মাচাছুছিটাচ
  12. ৰড আইলেণ্ড
  13. কানেকটিকাট
  14. নিউজাৰ্চী
  15. ডেলাৱেৰ
  16. মেৰিলেণ্ড
  17. ৱেষ্ট ভাৰ্জিনিয়া
  18. পেনছিলভেনিয়া
  19. অ’হাঅ’
  20. ইণ্ডিয়ানা
  21. ইলিনয়চ
  22. আইৱা
  23. চাউথ ডাকোটা
  24. ৱায়মিং
  25. আইডাহো
  26. অৰেগন
  27. কেলিফৰ্ণিয়া
  28. নেভাডা
  29. ইউটাহ
  30. কল’ৰাডো
  31. নাব্ৰাস্কা
  32. কেনচাচ
  33. মিচৌৰি
  34. কেণ্টাকি
  35. ভাৰ্জিনিয়া
  36. নৰ্থ কেৰলাইনা
  37. টেনেচি
  38. আৰকেনচাচ
  39. অকল’হামা
  40. নিউ মেক্সিকো
  41. আৰিজোনা
  42. টেক্সাচ
  43. চাউথ কেৰলাইনা
  44. জৰ্জিয়া
  45. আলাবামা
  46. মিছিছিপি
  47. ফ্লৰিডা
  48. লুইচিয়ানা
  49. হাৱাই
  50. আলাস্কা

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নামনি অসমনেলছন মেণ্ডেলানিচুকনি গীতভাৰতীয় জনতা পাৰ্টিবিবাহছি জিনপিংউপনিষদসোণোৱাল কছাৰীআন্তৰ্জাতিক শ্ৰমিক দিৱসযৌন নিৰ্যাতনমৌখিক ইতিহাসশব্দ (অভিধান)এছ এছ ৰাজামৌলীবিত্তীয় ব্যৱস্থাভাৰতৰ জাতীয় পতাকাঅসমীয়া ভাষা আন্দোলনশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাপাঁচালীকালিকা পুৰাণবৰদৈচিলাঅৰুণাচল প্ৰদেশসম্পাদনাবৰাক উপত্যকাস্বাধীনতা দিৱস (ভাৰত)ভাষাবিজ্ঞানমৌ-মাখিমেঘালয়জৈৱ বৈচিত্ৰ্যপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যহৰিদেৱমিৰি জীয়ৰীহেমাংগ কুমাৰ দত্তহনুমান জয়ন্তী২২ এপ্ৰিলতৰল পদাৰ্থবহুভাষাবাদকপৌ ফুলকাৰেঙৰ লিগিৰীভাৰত ত্যাগ আন্দোলনদ্বীপেন বৰুৱাকিতাপমানৱ ভূগোলযোগেশ দাসয়কমলাবাৰী সত্ৰপুৰন্দৰ সিংহবানপানীঅসমীয়া ভাষানেপোলিয়ন বোনাপাৰ্টতোলনি বিয়ালংকাহোমেন বৰগোহাঞিমাৰ্কাছ ৰাছফৰ্ডদীপালী বৰঠাকুৰসৰু-পকমৌবিহুসম্ৰাট অশোকঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলইয়াত এখন অৰণ্য আছিলসত্ৰীয়া নৃত্যঅসমীয়া ভাষা উন্নতি সাধিনী সভাজন গণ মনআগ্নেয়গিৰিনীলমণি ফুকন (কনিষ্ঠ)দক্ষিণ আমেৰিকাআমভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবেদৰুক্মিণী হৰণ নাটএকচেটীয়া বজাৰগৰু বিহুটিকেন্দ্ৰজিৎভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সৌৰজগতমৌলিক সংখ্যাদিনগোলকীকৰণ🡆 More