কন্নড় ভাষা

কন্নড় (ইংৰাজী: Kannada, কন্নড়: ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।

কন্নড়
ಕನ್ನಡ
কন্নড় ভাষা
থলুৱা অঞ্চল কৰ্ণাটক, ভাৰত
স্থানীয় ভাষিক
৫ কোটি
ভাষা পৰিয়াল
Dravidian
  • দক্ষিণ দ্ৰাবিড়
    • তামিল-কন্নড়
      • কন্নড়
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
কৰ্ণাটক, ভাৰত
নিয়মাধীন হয়
কৰ্ণাটকৰ চৰকাৰ আৰু বিভিন্ন একাডেমি
ভাষা সংকেত
ISO 639-1 kn
ISO 639-2 kan
ISO 639-3 kan

কন্নড় সংখ্যা

সংখ্যা নাম অসমীয়া
সূন্নে (ಸೊನ್ನೆ)
ওন্দু (ಒಂದು)
এৰিডু (ಎರಡು)
মূৰু (ಮೂರು)
নাল্কু (ನಾಲ್ಕು)
আইদু (ಐದು)
আৰু (ಆರು)
ইয়েএলু (ಏಳು)
এন্টু (ಎಂಟು)
ওম্বাত্তু (ಒಂಬತ್ತು)

তথ্যসূত্ৰ

Tags:

অন্ধ্ৰপ্ৰদেশইংৰাজী ভাষাকৰ্ণাটকতামিলনাডুভাৰতমহাৰাষ্ট্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ৰাজিয়া চুলতানাচকলংমুদ্ৰাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তজয়সাগৰ পুখুৰীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকৰ্কট ক্ৰান্তিঅন্নপ্ৰাশনবহনক্ষম উন্নয়নৰ লক্ষ্যহীৰেন ভট্টাচাৰ্যঅসমৰ মাছ ধৰা সঁজুলিঅসমৰ নদীসমূহৰ তালিকাঅম্বিকাগিৰি ৰায়চৌধুৰীমৌ-মাখিঅসমৰ চিত্ৰকলাৰ ইতিহাসহলায়ুধঅসমৰ পৰম্পৰাগত সাজ- পাৰযুধিষ্ঠিৰসত্যনাথ বৰাৰংঅসমীয়া জাতিসাগৰপ্ৰাচীন গ্ৰীচআৱাহন (আলোচনী)বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমিয়া খলিফাকথা কবিতাকলাগৌতম বুদ্ধঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাখামটি জনগোষ্ঠীদুৰ্গাআনন্দৰাম বৰুৱাবংগ বিভাজন (১৯০৫)জামুগুৰিহাটআহোম-মোগলৰ সংঘৰ্ষঅসমৰ ৰাজ্যপালসকলৰ তালিকাপ্ৰদূষণগগনাবিহুৰ সাজ-পোচাক আৰু অলংকাৰযোগেশ দাসঈয়াৰুইঙ্গমনিৰুপমা বৰগোহাঞিভাৰতীয় ৰিজাৰ্ভ বেংকহাড়ইণ্টাৰনেটলোকসভাঅসমীয়া গীতি সাহিত্যবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনএহাত ডাবাউৎসৱঠেঙ্গাল কছাৰী জনগোষ্ঠীৰজনীকান্ত বৰদলৈভাৰতীয় নাগৰিকত্ব আইনকাৰেংঘৰহেমচন্দ্ৰ বৰুৱানামচিংঅসমীয়া ভাষা আন্দোলনব্ৰহ্মগুপ্তবেদমৌখিক ইতিহাসকামৰূপ জিলাপুৰুষোত্তম দাসঅসীমত যাৰ হেৰাল সীমাজাপিকবিতামূলা গাভৰুলোকবিশ্বাসঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাবাঁহীনামেৰি ৰাষ্ট্ৰীয় উদ্যানমুগা (ৰেচম)🡆 More