ডোগ্ৰী ভাষা: ভাৰতীয়-আৰ্য ভাষা

ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ইণ্ডো-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰেৰ অন্যান্য অঞ্চলত এই ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পঞ্জাবী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।

ডোগ্ৰী
डोगरी ڈوگرى ḍogrī
থলুৱা অঞ্চল ভাৰত, পাকিস্তান
অঞ্চল জম্মু, কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাব
স্থানীয় ভাষিক
২০ লাখ
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
  • ইণ্ডো-ইৰানীয়
    • ইণ্ডো-আৰ্য্য
      • উত্তৰ অঞ্চল
        • ডোগ্ৰী
লিখন প্ৰণালী দেৱনাগৰী, তাকৰী লিপি, পাৰ্চী-আৰৱী লিপি
ভাষা সংকেত
ISO 639-2 doi
ISO 639-3 Variously:
doi – ডোগ্ৰী (সাধাৰণ)
dgo – ডোগ্ৰী (বিশেষ)
xnr – কাংৰি

লিপি

ডোগ্ৰী আদিতে তাকৰি লিপিত লেখা হৈছিল। তাকৰি লিপিৰ সৈতে কাশ্মিৰী ভাষা লিখতে ব্যৱহৃত কৰা শাৰদা লিপি আৰু পঞ্জাবী ভাষা লিখাত ব্যৱহৃত গুৰুমুখী লিপিৰ সৈতে মিল আছিল। বৰ্তমানে ই দেৱনাগৰী লিপিৰে অথবা নাস্তালিক লিপিৰে (পাকিস্তান আৰু পাকিস্তান নিয়ন্ত্ৰিত কাশ্মীৰত) লিখা হয়।

তথ্যসূত্ৰ


Tags:

জম্মু আৰু কাশ্মীৰপাকিস্তানভাৰতহিমাচল প্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যঅসমৰ সাহিত্যিকসকলৰ তালিকাৰাজনৈতিক দলমাতৃভাষাবিশেষ শিক্ষাভীমৰাও ৰামজী আম্বেদকাৰজ'মাট'ৰোমাণ্টিক কবিতাচলচ্চিত্ৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাৰাজিয়া চুলতানানাৰীবাদসম্পাদনাসাঁথৰবসন্ত ৰোগভাৰতত মহিলা শিক্ষাপাণবাৰী মছজিদঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকনকলতা বৰুৱাভূমি প্ৰদূষণসদৌ অসম ছাত্ৰ সন্থানেপোলিয়ন বোনাপাৰ্টডাকৰ বচনগাঁও পঞ্চায়তঅসমৰ জিলাসমূহঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাব্ৰহ্মগুপ্তঅসম বিধানসভাকুলধৰ শইকীয়াঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঘৰভূগোলমাছভাৰতৰ শিক্ষাগুণাভিৰাম বৰুৱাৰসায়ন বিজ্ঞানগড়গাঁওৰাষ্ট্ৰসংঘ দিৱসg987zশোণিত কুঁৱৰীপাঠ পৰিকল্পনাআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিপথেৰ পাঁচালীম’বাইল ফোনমহামায়া ধামব্ৰহ্মপুত্ৰ নদশ্ৰীমন্ত শংকৰদেৱঅসমীয়া খাদ্যাভ্যাসশিশুৰ খেল-ধেমালিসংখ্যাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসমৰ গামোচামেলেৰিয়াগোৱালপাৰা জিলালভিতাভাৰতীয় নাগৰিকত্ব আইনকুলিকেশৱ মহন্তড়ইষ্ট ইণ্ডিয়া কোম্পানীহিমবাহদক্ষিণপাট সত্ৰভূপেন হাজৰিকাপৰিৱেশ তন্ত্ৰলোকসভাপদুমভাইৰাছপাৰিজাত হৰণ নাটভাৰতৰ ৰাষ্ট্ৰপতিবৰপেটা সত্ৰপ্ৰাকৃতিক পৰিৱেশকছাৰী ৰাজ্যযৌন সংগমঢোলহুঁচৰিপ্ৰাকৃতিক দুৰ্যোগঅসমৰ কাঁহ শিল্প🡆 More