তামিল ভাষা

তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে। সমগ্ৰ বিশ্বত প্ৰায় চাৰে সাত কোটি লোকে তামিল ভাষাত কথা পাতে।

Tamil
தமிழ்
তামিল
তামিল ভাষা
উচ্চাৰণ সাঁচ:IPA-ta; এই শব্দটোৰ বিষয়ে pronunciation
থলুৱা অঞ্চল ভাৰত
শ্ৰীলংকা
জাতীয়তা তামিল মানুহ
স্থানীয় ভাষিক
৭৫.২ মিলিয়ন (2011–2015)
৫.৯৬ মিলিয়ন
ভাষা পৰিয়াল
দ্ৰাবিড়
  • দক্ষিণা দ্ৰাবিড়
    • তামিল—কান্নাডা
      • তামিল—কডাগু
        • তামিল—মালায়ালম
          • তামিল
            • Tamil
পূৰ্বসূৰী
পুৰণি তামিল
  • মধ্য তামিল
লিখন প্ৰণালী Tamil (Brahmic)
Tamil-Brahmi (historical)
Grantha (historical)
Vatteluttu (historical)
Pallava (historical)
Kolezhuthu (historical)
Arwi (Abjad)
Tamil Braille (Bharati)
Latin script (informal)
সংকেতিক ৰূপ
Signed Tamil
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
তামিল ভাষা শ্ৰীলংকা
তামিল ভাষা ছিংগাপুৰ
তামিল ভাষা ভাৰত:
তামিল ভাষা এচিয়েন
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা
ভাষা সংকেত
ISO 639-1 ta
ISO 639-2 tam
ISO 639-3 Either:
tam – Modern Tamil
oty – Old Tamil
ভাষাতাত্বিক
oty Old Tamil
গ্লোটোলগ tami1289  Modern Tamil
oldt1248  Old Tamil
লিংগোৱাস্ফেয়াৰ 49-EBE-a
তামিল ভাষা
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

বৰ্ণ

তামিল বৰ্ণমালা আন ভাৰতীয় বৰ্ণমালাতকৈ পৃথক। প্ৰতিটো বৰ্গৰ বাবে মাত্ৰ এটাকৈ বৰ্ণ আছে। যেনে - ক বৰ্গৰ আখৰ ক, খ, গ, ঘ, ঙ লিখিবলৈ க ব্যৱহাৰ কৰা হয়।

অসমীয়া তামিল
ক বৰ্গ
চ বৰ্গ
ট বৰ্গ
ত বৰ্গ
প বৰ্গ

ள-ळ, ழ-ऴ, ற-ऱ, ன-ऩ - এইবিলাক বৰ্ণ বুজাব পৰা সমাৰ্থক অসমীয়া বৰ্ণ নাই।

সাধাৰণ সংখ্যাৰ বাহিৰেও তামিল ভাষাত ১০, ১০০ আৰু ১০০০ৰ বাবে চিহ্ন আছে। দিন, মাহ, বছৰ, ডেবিট, ক্ৰেডিট, টকা আৰু সংখ্যাৰ বাবেও চিহ্ন উপস্থিত থাকে। তামিলত কেইবাটাও ঐতিহাসিক ভগ্নাংশ চিহ্নৰ মাধ্যমেৰে ব্যৱহাৰ কৰা হয়।

সংখ্যা

১০ ১০০ ১০০০
    অন্ৰু = এক
    ইৰণ্ডু = দুই
    মুন্ৰু = তিনি
    নান্গু = চাৰি
    ঐন্দু = পাঁচ
    আৰু = ছয়
    এলু = সাত
    ঔট্টু = আঠ
    ঔন্পদু = ন
    পত্তু = দহ

তথ্যসূত্ৰ

Tags:

তামিলনাডুশ্ৰীলঙ্কা

🔥 Trending searches on Wiki অসমীয়া:

মেলেৰিয়াজৈৱ বৈচিত্ৰ্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাকালিকা পুৰাণযোৰহাটফাকুৱাপাতদীৰ্ঘেশ্বৰী দেৱালয়মানস ৰাষ্ট্ৰীয় উদ্যানকামৰূপী উপভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালবিচূৰ্ণীভৱনযতীন বৰানামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পযকৃৎশিক্ষা মনোবিজ্ঞানভূপেন হাজৰিকাৰ সাহিত্যমৰুদ্যানঅসমৰ কাঁহ শিল্পঅসম আন্দোলনআন্তৰ্জাতিক শ্ৰমিক দিৱসবড়ো জনগোষ্ঠীআৰ্দ্ৰতাঅভিধানঅসমৰ পৰম্পৰাগত সাজ-পাৰসতীজণ্ডিছলিমাৰিক (কবিতা)জ্যামিতিমালিনী থাননেতাই ধুবুনী ঘাটতগৰচকৰি ফেঁটী বুৰঞ্জীমদন কামদেৱ দেৱালয়শৰাইঘাট দলংঅন্নপ্ৰাশনভূমি প্ৰদূষণপঞ্চায়তী ৰাজপৰিৱেশ বিজ্ঞানপ্ৰাকৃতিক সম্পদমাজুলীলিংগ (জৈৱিক)সাহিত্য সমালোচনাঅসমীয়া ভাষা আন্দোলনভাৰতীয় নাগৰিকত্ব আইনপৰ্যাবৃত্ত তালিকাফাট বিহুতেজপুৰজোনাকী (আলোচনী)আত্মসহায়ক গোটভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাসাধুকথাবতৰবুঢ়ী আইৰ সাধুশ্ৰীকৃষ্ণকীৰ্তনমাঘ বিহুইংৰাজী ভাষাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅসমৰ ইতিহাসভাৰতীয় জনতা পাৰ্টিঅযোধ্যা (পৌৰাণিক নগৰ)বিপন্ন প্ৰজাতিৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া জাতিকমলাবাৰী সত্ৰহেম বৰুৱা (ত্যাগবীৰ)ন'বেল বঁটাঅসমৰ ৰাজ্যপালসকলৰ তালিকাৰাভা জনগোষ্ঠীঢ়মুগা (ৰেচম)গদ্যপথৰুঘাটৰ ৰণভগ্নাংশ (গণিত)অসমৰ জাতীয় গীতঅসমৰ পৰম্পৰাগত খেল-ধেমালি🡆 More