বি. বিজয়কুমাৰ

বি.

বিজয়কুমাৰ (ইংৰাজী: B Vijayakumar; জন্ম: ১৯৭৮) একাধাৰে লিখক, অধ্যাপক, সম্পাদক৷ তেখেত জন্মসূত্ৰে তামিলনাডু ৰাজ্যৰ বাসিন্দা যদিও বৰ্তমান কৰ্মসূত্ৰে অসমত আছে৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ তামিল শাখাৰ এজন অধ্যাপক৷ অসম আৰু অসমীয়া ভাষাত তামিল ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে তেওঁ বহুকেইখন অনুবাদমূলক গ্ৰন্থ প্ৰকাশ কৰিছে৷ সেইদৰে অসমীয়া ভাষাৰ বিভিন্ন সাহিত্যৰাজিও তেওঁ তামিল ভাষালৈ অনুবাদ কৰিছে৷

বি.বিজয়কুমাৰ
বি. বিজয়কুমাৰ
জন্ম তামিলনাডু
পেচা অধ্যাপক
ভাষা তামিল ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত তামিল
নাগৰিকত্ব ভাৰতীয়
শিক্ষা তামিল সাহিত্যত স্নাতকোত্তৰ
বিষয় অধ্যাপক, লেখক

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হয় ১৯৭৮ চনত নাগাপাট্টিনাম জিলাত৷ পিতৃৰ নাম কে. বালায়ন আৰু মাতৃৰ নাম বি.মানিয়াম্মল৷

শিক্ষা

  • অন্নামলাই বিশ্ববিদ্যালয়ৰপৰা তামিল ভাষা সাহিত্যত বিষয়ত এম.এ ডিগ্ৰী, ২০০৪
  • অন্নামলাই বিশ্ববিদ্যালয়ৰপৰা ভাষাতত্ত্ব বিষয়ত এম.এ ডিগ্ৰী, ২০১৩
  • অলাগপ্পা বিশ্ববিদ্যালয়ৰপৰা তামিল ভাষা সাহিত্যত এম.ফিল ডিগ্ৰী, ২০০৬
  • ভাৰতদৰ্শন বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেড ডিগ্ৰী গ্ৰহণ, ২০১০

গ্ৰন্থ

  • তামিল স্ক্ৰীপ্ট, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬
  • তামিল স্ক্ৰীপ্ট, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৭
  • Recall Vocabulary : Tamil - English - Assamese), ২০১৯
  • A Dictionary of Tamil-English-Assamese, ২০১৭
  • কাৰ বাবে এই ক্ৰন্দন (অনুবাদ, সহযোগী অনামিকা ৰাজবংশী), ২০১৯
  • নিৰ্বাচিত তামিল চুটিগল্প সংগ্ৰহ (অনুবাদ, সহযোগী অনামিকা ৰাজবংশী), ২০২০
  • তামিল ভাষা আৰু সাহিত্য পৰিচয়, ২০২০

বঁটা আৰু সন্মান

  • হায়াৰচেকেণ্ডৰী পৰীক্ষাত তামিলনাডুৰ ভিতৰতে তৃতীয় নম্বৰত উত্তীৰ্ণ হোৱাত তামিল চৰকাৰৰ পৰা সোণৰ পদক লাভ, ১৯৯৫
  • তামিল চুদৰ বঁটা, থিৰুক্কুৰল এচচিয়েশ্যনৰপৰা, ২০১২
  • ডক্টৰ ৰাধাকৃষ্ণন বঁটা, পুডুভাই তামিল সঙ্গম আৰু কুমাৰচময় মিনা কলেজৰপৰা, ২০১৯
  • ইয়ং স্কলাৰ এৱাৰ্ড, ২০২০


তথ্যসূত্ৰ

Tags:

বি. বিজয়কুমাৰ জন্ম আৰু বংশ পৰিচয়বি. বিজয়কুমাৰ শিক্ষাবি. বিজয়কুমাৰ গ্ৰন্থবি. বিজয়কুমাৰ বঁটা আৰু সন্মানবি. বিজয়কুমাৰ তথ্যসূত্ৰবি. বিজয়কুমাৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মানস ৰাষ্ট্ৰীয় উদ্যানউদাৰনৈতিকতাবাদইয়াণ্ডাবু সন্ধিকাউণ্টি কিউলেনব্ৰহ্মগুপ্তঅসমৰ গামোচাশ্ৰীমন্ত শংকৰদেৱনামঘৰনৱবিধা ভক্তিগান্ধীবাদফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাসংস্কৃত সাহিত্যঢ়এষ্ট্ৰোজেনকোষ (জীৱবিজ্ঞান)হীৰেন গোহাঁইকৃষিমনোমতীপুঁজিবাদমাধৱ কন্দলিউপন্যাসপায়ু সংগমলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীশাক-পাচলিশৰৎচন্দ্ৰ গোস্বামীপোৱামক্কাঅসমীয়া ভাষা আন্দোলনসূৰ্যকুমাৰ ভূঞাআৰ্যভট্টবকুল ফুলৰ দৰে (গ্ৰন্থ)কানাই বৰশী বোৱা শিলালিপিকেঁচুভাৰতৰ সংবিধানব্যক্তিত্ববসন্ত ৰোগজ্ঞানপীঠ বঁটাফুটবলকৃত্ৰিম উপগ্ৰহআমঅসমৰ তামোল-পাণ সংস্কৃতিৰাম গগৈসদৌ অসম ছাত্ৰ সন্থাঅসমৰ লোকবাদ্যঅতুল চন্দ্ৰ হাজৰিকামৃত্যুকোণহোলোংআমেৰিকা যুক্তৰাষ্ট্ৰসমুদ্ৰ মন্থনপৰিয়ালপূৰ্ণ স্বৰাজভাৰতীয় সাহিত্যঅসমীয়া কবিতাসৌৰজগতখগেন গগৈঅষ্ট্ৰেলিয়াৰাজনীতিহৰপ্পাবিহুগীতযুগ্ম সংখ্যামহাভৈৰৱ মন্দিৰজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ওদালগুৰি জিলাঅসমীয়া প্ৰতিদিনঅসমৰ মহকুমাসমূহৰ তালিকাদানৱ ৰাজবংশআজান পীৰহিন্দু ধৰ্মবল্লভভাই পেটেলদাদাচাহেব ফাল্কেস্থিতি শক্তিবিল গেট্‌ছকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলভিটামিন🡆 More