কাউণ্টি কিউলেন

কাউণ্টি কিউলেন (ইংৰাজী: Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল। নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।

কাউণ্টি কিউলেন
কাউণ্টি কিউলেন
১৯৪১ চনত কাউণ্টি কিউলেন
জন্ম কাউণ্টি লিৰয় পৰ্টাৰ
৩০ মে', ১৯০৩
মৃত্যু ৯ জানুৱাৰী, ১৯৪৬ (৪২ বছৰ)
পেচা লেখক
ৰাষ্ট্ৰীয়তা আমেৰিকান
মাতৃশিক্ষায়তন নিউয়ৰ্ক বিশ্ববিদ্যালয়;
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
সময় ১৯২৩–৪৬
ধৰণ পদ্য সাহিত্য
সাহিত্যিক বিপ্লৱ হাৰ্লম নৱজাগৰণ

জন্ম

কাউণ্টি কিউলেনৰ জন্ম ১৯০৩ চনত হৈছিল আমেৰিকাত।

শিক্ষা

DeWitt Clinton High School

সাহিত্যৰাজি

কবিতাপুথি

  • Colour (১৯২৫)

কাব্য সংকলন

  • Copper Sun(১৯২৭)
  • The Ballad of a Brown Girl(১৯২৭)
  • The Black Christ and Other Poems(১৯২৯)
  • Tablean(১৯২৫)
  • Any Human to Another(১৯৩৪)
  • On these I Stand: An Anthology of the Best Poem of Countee Cullen(১৯৪৭)
  • My Soul's High Song: The Collected Writings of Countee Cullen(১৯৯১)

উপন্যাস

  • One Way to Heaven(১৯৩১)

গদ্য সংকলন

  • The Lost Zoo(১৯৪০)
  • My Lives and How I Lost Them(১৯৪২)

নাটক

  • St. Louis Woman(১৯৪৬)

সম্পাদিত কাব্য সংকলন

  • Caroling Dusk

বঁটা আৰু সন্মান

I have a Rendezvous with Life নামৰ কবিতাৰ বাবে পুৰস্কৃত হৈছিল।

তথ্য সংগ্ৰহ

Tags:

কাউণ্টি কিউলেন জন্মকাউণ্টি কিউলেন শিক্ষাকাউণ্টি কিউলেন সাহিত্যৰাজিকাউণ্টি কিউলেন বঁটা আৰু সন্মানকাউণ্টি কিউলেন তথ্য সংগ্ৰহকাউণ্টি কিউলেনইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বুঢ়া চাপৰি অভয়াৰণ্যনগাঁও (লোকসভা সমষ্টি)মহিলাৰ বিৰুদ্ধে হিংসানীলমণি ফুকন (জ্যেষ্ঠ)ৰমন্যাসবাদজয়মতী কুঁৱৰীপঞ্চভুজসমাজছ'ভিয়েট সংঘবৃহস্পতি গ্ৰহমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমৌ-মাখিৱিকিপিডিয়াকীৰ্তন-ঘোষাথাই ভাষাপৰিৱেশ তন্ত্ৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলোকসভাপ্ৰাকৃতিক দুৰ্যোগলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমানুহজাতিসংঘঅসমৰ চলচ্চিত্ৰগড়গাঁওশৰাইঘাটৰ যুদ্ধচি++আনন্দৰাম ঢেকিয়াল ফুকনএইচ.আই.ভি/এইড্‌ছএডৱাৰ্ড জেনাৰযতীন গোস্বামীজুবিন গাৰ্গসমাজবাদকৰ্কট ক্ৰান্তিগণেশআউনীআটী সত্ৰমিকী মাউছপৰিয়ালঅসমৰ জনগোষ্ঠীঅৰ্থব্যৱস্থাচলচ্চিত্ৰদুৰ্যোগঅৰুণাচল প্ৰদেশবিচূৰ্ণীভৱনযুগ্ম সংখ্যাকাৰ্বি ভাষাঈয়াৰুইঙ্গমযতীন্দ্ৰ নাথ দুৱৰাসংঘাতবেলিমাৰ (নাটক)বুৰঞ্জী সাহিত্যপৰিৱেশ বিজ্ঞানভক্তি ৰত্নাৱলীমহাকাব্যশ্ৰীমদ্ভগৱতগীতাবতৰঅসমৰ জাতীয় গীতনৱবিধা ভক্তিৰাধাগোবিন্দ বৰুৱা২৫ এপ্ৰিলস্বাস্থ্যদেউৰী জনগোষ্ঠীমৌখিক পৰম্পৰাস্বাধীনতা দিৱস (ভাৰত)কবিতাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকালক্ষ্মীনন্দন বৰা২৪ এপ্ৰিলসিন্ধী ভাষাবাণীকান্ত কাকতিঅসমৰ লোকবাদ্যবৌদ্ধ ধৰ্মঅসম বিধানসভাচ্যু-কা-ফাশিৱসাগৰ জিলাকেশৱ মহন্ত🡆 More