অসমৰ মহকুমাসমূহৰ তালিকা

প্ৰশাসনৰ ফালৰ পৰা জিলা পৰ্যায়ৰ ঠিক পিছৰ পৰ্যায়টোক মহকুমা বুলি কোৱা হয়। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন প্ৰশাসনিক সংস্কাৰৰ ফলত অসমৰ প্ৰশাসনিক গোট ক্ৰমে বৃদ্ধি হৈ আহিছে। প্ৰথমে অসমত মুঠ ৫৪টা মহকুমা আছিল। পিছত অসম চৰকাৰে ২০১৬ চনৰ ২৬ জানুৱাৰী তাৰিখে আৰু ২৫টা নতুন মহকুমা আৰু ৫খন নতুন জিলা গঠন কৰে। বৰ্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা হল ৭৮ টা। মহকুমা সমূহক ৰাজহ সংগ্ৰহৰ অৰ্থে তহছিল আৰু মণ্ডলত ভাগ কৰা হয়। অসমৰ মুঠ তহছিলৰ সংখ্যা হল ১৫৫ টা।

অসমৰ মহকুমা সমূহৰ তালিকা

জিলা জিলাৰ সদৰ মহকুমা
বাক্সা জিলা মুছলপুৰ মুছলপুৰ, শালবাৰী
বজালী জিলা পাঠশালা বজালী
বৰপেটা জিলা বৰপেটা বৰপেটা, কলগাছিয়া, সৰুক্ষেত্ৰী, সৰভোগ
বিশ্বনাথ জিলা বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি, গহপুৰ
বঙাইগাঁও জিলা বঙাইগাঁও বঙাইগাঁও, মাণিকপুৰ, উত্তৰ শালমাৰা
কাছাৰ জিলা শিলচৰ 1 শিলচৰ, কাটিগড়া, লক্ষ্মীপুৰ, সোণাই
চৰাইদেউ জিলা সোণাৰি চৰাইদেউ
চিৰাং জিলা কাজলগাঁও কাজলগাঁও
দৰং জিলা মঙলদৈ মঙলদৈ
ধেমাজি জিলা ধেমাজি ধেমাজি, জোনাই
ধুবুৰী জিলা ধুবুৰী 2 ধুবুৰী, বিলাসীপাৰা
ডিব্ৰুগড় জিলা ডিব্ৰুগড় 3 ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া
ডিমা হাছাও জিলা হাফলং হাফলং, দিয়ুংব্ৰ, মাইবং
গোৱালপাৰা জিলা গোৱালপাৰা 4 গোৱালপাৰা, লক্ষ্মীপুৰ
গোলাঘাট জিলা গোলাঘাট 5 গোলাঘাট, বোকাখাত, ধনশিৰী, মেৰাপানী
হাইলাকান্দি জিলা হাইলাকান্দি হাইলাকান্দি, কাঠলিচেৰা
হোজাই জিলা হোজাই হোজাই
যোৰহাট জিলা যোৰহাট 6 যোৰহাট, তিতাবৰ
কামৰূপ জিলা অমিনগাঁও কামৰূপ, আজাৰা, দক্ষিণ কামৰূপ, ৰঙিয়া
কামৰূপ মহানগৰ জিলা গুৱাহাটী 7A 7B 7C গুৱাহাটী, চন্দ্ৰপুৰ, দিছপুৰ, সোণাপুৰ
পূব কাৰ্বি আংলং জিলা ডিফু ডিফু, বোকাজান, হাওড়াঘাট
পশ্চিম কাৰ্বি আংলং জিলা হামৰেণ হামৰেণ
কৰিমগঞ্জ জিলা কৰিমগঞ্জ কৰিমগঞ্জ, ৰামকৃষ্ণ নগৰ
কোকৰাঝাৰ জিলা কোকৰাঝাৰ কোকৰাঝাৰ, গোঁসাইগাঁও, পৰ্বতযোৰা
লখিমপুৰ জিলা উত্তৰ লখিমপুৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া নাৰায়ণপুৰ, ঢকুৱাখনা
মাজুলী জিলা গড়মূৰ মাজুলী
মৰিগাঁও জিলা মৰিগাঁও 'মৰিগাঁও
নগাঁও জিলা নগাঁও 8 নগাঁও, কলিয়াবৰ
নলবাৰী জিলা নলবাৰী নলবাৰী, মুকালমুৱা, টিহু
শিৱসাগৰ জিলা শিৱসাগৰ শিৱসাগৰ, নাজিৰা
শোণিতপুৰ জিলা তেজপুৰ 9 শোণিতপুৰ, ঢেকীয়াজুলি
দক্ষিণ শালমাৰা-মানকাচৰ জিলা হাটশিঙিমাৰি হাটশিঙিমাৰি
তিনিচুকীয়া জিলা তিনিচুকীয়া তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া
তামুলপুৰ জিলা তামুলপুৰ তামুলপুৰ
ওদালগুৰি জিলা ওদালগুৰি ওদালগুৰি, ভেৰগাঁও
   ভাৰতৰ স্বাধীনতাৰ আগতে পৌৰসভা থকা নগৰ.

টোকা

তথ্য উৎস

Tags:

অসম চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

গোৱালপৰীয়া লোকগীতআগ্নেয়গিৰিঅসমৰ বনৌষধিকেশৱ মহন্তকেতেকী ফুলপৰিৱেশ বিজ্ঞানবিশ্ব বাণিজ্য সংস্থামণিৰাম দেৱানসৰ্বেপল্লী ৰাধাকৃষ্ণণঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবেক্টেৰিয়াশিক্ষক দিৱসযোৰানামদেউৰী জনগোষ্ঠীচুতীয়া ৰাজ্যকালিদাসনীলমণি ফুকন (জ্যেষ্ঠ)নাঙলৰাম বিজয়চক্ৰধ্বজ সিংহ (নাটক)দ্য টাইমছ অৱ ইণ্ডিয়াঅসমৰ ইতিহাসৰুদ্ৰেশ্বৰ দেৱালয়পৰিমেয় সংখ্যানামঘৰখামটি জনগোষ্ঠীঅসমীয়া লোক-সংস্কৃতিকনকলতা বৰুৱানৱ-বৈষ্ণৱ ধৰ্মশিৱবুঢ়া চাপৰি অভয়াৰণ্যভট্টদেৱকপৌ ফুলমৰাণ জনগোষ্ঠীসিন্ধু সভ্যতাশৰীৰস্থানঅসমীয়া খাদ্যাভ্যাসশব্দ (অভিধান)শব্দমহাভাৰতবিহুৰ বাদ্যযন্ত্ৰএৰিষ্ট'টলশামুকজোনবিল মেলাইউনিক’ডবিয়া নামঅসমৰ ৰেচম শিল্পভাৰতৰ উপৰাষ্ট্ৰপতিবুৰঞ্জীপ্ৰথম বিশ্বযুদ্ধঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ছোৱাইন ফ্লুজয় দৌলতৎসমভঠেলিযোৰহাট জিলাবিহুলাচিত বৰফুকনআকবৰমৰিগাঁও জিলাশিক্ষাৰ অধিকাৰচলচ্চিত্ৰশৰাইঘাট দলংপথেৰ পাঁচালীয়দঁতাল হাতীৰ উঁয়ে খোৱা হাওদামুগা (ৰেচম)ভাইটি (চলচ্চিত্ৰ)মানৱ ভূগোলবৰ্মণ ৰাজবংশহৰিবৰ বিপ্ৰআজান পীৰন'বেল বঁটাভাৰতীয় সাহিত্য🡆 More