তিনিচুকীয়া

তিনিচুকীয়া (ইংৰাজী: Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিষ্ঠাৰ পাছত চহৰখনৰ প্ৰভুত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।

তিনিচুকীয়া
—  চহৰ  —
Tinkunia pukhri.jpg
তিনিচুকীয়া পুখুৰীৰ এজ দৃশ্য
তিনিচুকীয়া is located in Assam
তিনিচুকীয়া
তিনিচুকীয়া
অসমৰ মানচিত্ৰতৰ ঠাইখনৰ অৱস্থিতি
ভৌগোলিক স্থানাংক: 27°30′00″N 95°22′01″E / 27.500°N 95.367°E / 27.500; 95.367 95°22′01″E / 27.500°N 95.367°E / 27.500; 95.367
দেশ তিনিচুকীয়া ভাৰত
ৰাজ্যসমূহ অসম
জিলা তিনিচুকীয়া
উচ্চতা ১১৬ মিটাৰ (৩৮০.৫৮ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ১,০৮,১২৩ জন
ভাষাসমূহ
 - আধিকাৰিক অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
পিন ৭৮৬১২৫
দূৰভাষ কোড 91-374
যানবাহনৰ নম্বৰ AS - 23
ৱেবছাইট www.tinsukia.nic.in




আলোকচিত্ৰ ভঁৰাল





তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

অসমইংৰাজী ভাষাতিনিচুকীয়া জিলা

🔥 Trending searches on Wiki অসমীয়া:

বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনকুলিলক্ষ্যধৰ চৌধুৰীওৰাং ৰাষ্ট্ৰীয় উদ্যানবিষুৱ ৰেখাসাহিত্য সমালোচনাবাৰ ভূঞাসংগীত নাটকসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকামহজেতুকাফুলমানৱ শৰীৰক্ৰিকেটসতী সাধনীগড়গাঁওসূৰ্যবানপানীঅসমৰ মহকুমাসমূহৰ তালিকাজাতীয়তাবাদবড়ো ভাষাশিক্ষা মনোবিজ্ঞানঅসমীয়া ভাষা আন্দোলননাৰীগুৱাহাটী (লোকসভা সমষ্টি)সংস্কৃতি২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনশুৱালকুছিচাহঅসমৰ মাছসাগৰবৃত্তশব্দ (অভিধান)ভূপেন হাজৰিকাৰ সাহিত্যসংঘাতঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বুৰঞ্জী সাহিত্যযোগাসনউইলিয়াম শ্বেইকছপীয়েৰশিশু সাহিত্যকলাবাঁহী (আলোচনী)পাতগুণাভিৰাম বৰুৱাবৰষুণপ্ৰকৃতিক্ৰা দাদি জিলামালিনী থানমিকী মাউছশ্ৰীমদ্ভগৱতগীতাচুতীয়া ৰাজ্যবগেজাৰী গীতম’বাইল ফোনঅতুল চন্দ্ৰ হাজৰিকাজয়সাগৰ পুখুৰীমুদ্ৰাভেঁকুৰহেমকোষহাঁচতিপূৰবী বৰমুদৈমৃত্যুঞ্জয়মোগল সাম্ৰাজ্যতলাতল ঘৰপাচনবাগ্‌ধ্বনিশিক্ষক দিৱসৰাধাগোবিন্দ বৰুৱানীলপৱন বৰুৱামহা মৃত্যুঞ্জয় মন্দিৰপলাশীৰ যুদ্ধদানৱ ৰাজবংশঅভিযাত্ৰীঅম্বুবাচীমৃত্যু🡆 More