হাফলং

হাফলং (ইংৰাজী: Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ Haflau বা Hangkhlong শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷

হাফলং
—  নগৰ  —
হাফলং is located in Assam
হাফলং
হাফলং
ভাৰতঅসমত হাফলঙৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°11′N 93°02′E / 25.18°N 93.03°E / 25.18; 93.03 93°02′E / 25.18°N 93.03°E / 25.18; 93.03
দেশ হাফলং ভাৰত
ৰাজ্য অসম
জিলা ডিমা হাছাও জিলা
উচ্চতা ৬৮০ মিটাৰ (২,২৩০.৯৭ ফুট)
জনসংখ্যা (২০১২)
 - মুঠ ৩৫,৯০৬ জন
ভাষা
 - চৰকাৰী হাফলং হিন্দী, অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
Telephone code 03673

ভৌগোলিক বিৱৰণ

হাফলং ডিমা হাছাও জিলাত অৱস্থিত একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷

জলবায়ু

হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷

হাফলং 
চাইনদ ভিউ পইণ্টৰপৰা দেখা পোৱা হাফলং চহৰৰ কিছু অংশ। ডিমা হাছাও পৰ্যটন বিভাগে সাজি উলিওৱা এই ভিউ পইণ্টটো সাগৰপৃষ্ঠৰপৰা ৫৯৩ মিটাৰ উচ্চতাত অৱস্থিত।
Haflongৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.8
(83.8)
25.2
(77.4)
28.4
(83.1)
29.0
(84.2)
20.0
(68.0)
28.3
(82.9)
26.5
(79.7)
28.2
(82.8)
25.8
(78.4)
24.3
(75.7)
21.0
(69.8)
18.1
(64.6)
গড় উষ্ণতা - উচ্চ °C (°F) 13.6 16.2 20.0 21.2
(70.2)
21.2
(70.2)
21.7
(71.1)
21.9
(71.4)
22.2
(72.0)
21.7
(71.1)
20.3
(68.5)
17.6
(63.7)
14.7
(58.5)
19.36
(66.84)
গড় উষ্ণতা - নিম্ন °C (°F) 10.3
(50.5)
12.0
(53.6)
15.9
(60.6)
20.0
(68.0)
22.7
(72.9)
24.9
(76.8)
25.6
(78.1)
25.6
(78.1)
24.7
(76.5)
21.9
(71.4)
16.7
(62.1)
11.8
(53.2)
19.34
(66.82)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.7
(38.7)
4.1
(39.4)
6.3
(43.3)
12.0
(53.6)
13.2
(55.8)
15.4
(59.7)
18.4
(65.1)
18.1
(64.6)
15.7
(60.3)
10.6
(51.1)
8.3
(46.9)
5.0
(41.0)
সাঁচ:Min/12
বৰ্ষাপাত mm (ইঞ্চি) 11.9
(0.469)
18.3
(0.72)
55.8
(2.197)
147.9
(5.823)
244.2
(9.614)
316.4
(12.457)
345.4
(13.598)
264.3
(10.406)
185.9
(7.319)
91.2
(3.591)
18.7
(0.736)
7.1
(0.28)
0
(0)
% আৰ্দ্ৰতা 69 55 47 48 55 51 53 52 53 52 52 52 53.3
Avg. rainy days 1.8 2.9 5.8 13.1 17.0 19.6 22.3 18.5 15.2 7.4 2.8 1.3 127.7
সূৰ্যোদয়ৰ সময় 106.3 174.7 180.1 181.0 152.2 102.0 104.0 121.2 98.0 104.6 131.0 132.5 1,587.6
উৎস নং ১: World Meteorological Organization., NOAA (extremes & humidity, 1971-1990)
উৎস নং ২: Hong Kong Observatory.

যাতায়াত ব্যৱস্থা

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷

ভাষা

হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি হাফলঙ নগৰৰ জনসংখ্যা আছিল ৪৩,৭৫৬ জন৷ ইয়াৰে ২২,৮৩৮পুৰুষ আৰু ২০,৯১৮ মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯৩.0৯%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.০৫% আৰু মহিলাৰ ৮৯.৮৪%৷

ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
ধৰ্ম শতাংশ
খ্ৰিষ্টিয়ান
  
৩২.৪৮%
হিন্দু
  
৬১.৯৩%
মুছলমান
  
৪.৫৪%
অন্যান্য
  
০.৬১%
ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
লগতে, শিখ (0.18%), বৌদ্ধ (0.15%), জৈন(0.02%)

হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷

ৰাজনীতি

হাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷

পৰ্য্যটন

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-

  • হাফলং হ্ৰদ
  • জাতিংগা
  • পৰম্পৰাগত গাওঁসমূহ
  • ফিয়াংপুই বাগান
  • জৰাই
  • মউলপং
  • ফিয়াংপুই (Fiangpui) গীৰ্জা

চিত্ৰ সম্ভাৰ

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

হাফলং  Dima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

Tags:

হাফলং ভৌগোলিক বিৱৰণহাফলং জলবায়ুহাফলং যাতায়াত ব্যৱস্থাহাফলং ভাষাহাফলং জনসংখ্যাহাফলং ৰাজনীতিহাফলং পৰ্য্যটনহাফলং চিত্ৰ সম্ভাৰহাফলং তথ্যসূত্ৰহাফলং বাহ্যিক সংযোগহাফলংঅসমইংৰাজী ভাষাডিমা হাছাও জিলাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

বাইখো পূজাহয়গ্ৰীৱ মাধৱ মন্দিৰসদৌ অসম ছাত্ৰ সন্থাভাৰতত মহিলা শিক্ষাহাইকুমৈদামজণ্ডিছআমৰামধেনু (আলোচনী)চাৰ্লি চেপলিনবৈচাগুৰিহাচুৰেম্‌ফাকলাখাৰঅসমৰ পুৰণি স্থাপত্যউদ্বিগ্নতাব্ৰহ্মপুত্ৰ নদবিজ্ঞাপনপ্ৰেমআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাৰাজহুৱা ক্ষেত্ৰজ্ঞানপীঠ বঁটাকেৰুমণিচেৰা-বিহুবংশশীতল যুদ্ধদ্বিতীয় বিশ্বযুদ্ধনীৰ্জল একাদশীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যযৌন সংগমভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকায়কথা কবিতাঅসমীয়া বৰ্ণমালানৰেন্দ্ৰ মোদীঅসমৰ শাক-পাচলিৰ তালিকানলিনীবালা দেৱীমানৱ ভূগোলঅন্ধ্ৰপ্ৰদেশদুৰ্গা অষ্টমীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনসংস্কৃত সাহিত্যচ'জুনসুন্দৰীদিয়া সত্ৰম্ৰূনাল ঠাকুৰনেপালডিম্পু বৰুৱামানৱ শৰীৰমুদ্ৰাগোৱালপাৰা জিলাগুৱাহাটীবহাগ মাহৰ দেউলকানাই বৰশী বোৱা শিলালিপিহাই নান্নাখিলঞ্জীয়া লোকগঙ্গা নদীআমাৰ প্ৰতিনিধিকমলাকান্ত ভট্টাচাৰ্য্যমুহাম্মাদনামেৰি ৰাষ্ট্ৰীয় উদ্যানলোককথাছক্ৰেটিছহাবুংবিহুৰ বাদ্যযন্ত্ৰজাপিমৃদুলা বৰুৱাযতীন্দ্ৰ নাথ দুৱৰাচুতীয়া ৰাজ্যধুবুৰী (লোকসভা সমষ্টি)কৃত্ৰিম বুদ্ধিমত্তাচৰক পূজাহোমেন বৰগোহাঞি🡆 More