আৰবী ভাষা

আৰবী ভাষা (العَرَبِيَّة, আল্-ʿআৰবিয়্যাহ্ বা عَرَبِيّ ʻআৰবিয়্য্) ছেমিটীয় ভাষা পৰিয়ালৰ জীৱন্ত সদস্যসমূহৰ মাজত বৃহত্তম ভাষা। এইটো এটা কেন্দ্ৰীয় ছেমিটীয় ভাষা আৰু হিব্ৰু আৰু আৰামীয় ভাষাৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। আধুনিক আৰবীক এটা মাক্ৰোভাষা আখ্যা দিয়া হয়; ইয়াৰ ২৭ ৰকমৰ উপভাষা ISO 639-3-ত স্বীকৃত।

আৰবী
আৰবী ভাষা
Al-ʿArabiyyah in written Arabic (Naskh script)
উচ্চাৰণ /ˈʕarabiː/, /alʕaraˈbijːa/
থলুৱা অঞ্চল Countries of the Arab League, minorities in neighboring countries and some parts of Asia, Africa, Europe
জাতীয়তা Arabs, Arab-Berbers, Afro-Arabs, among others
স্থানীয় ভাষিক
সাঁচ:Sigfig million, all varieties (2011–2016)
সাঁচ:Sigfig million L2 speakers of Standard (Modern) Arabic
ভাষা পৰিয়াল
Afro-Asiatic
  • Semitic
    • West Semitic
      • Central Semitic
        • North Arabian
          • আৰবী
পূৰ্বসূৰী
Proto-Arabic
Old Arabic
Old Hijazi
Classical Arabic
মান্য ৰূপ
Modern Standard Arabic
উপভাষা *Western (Maghrebi)
  • Northern (Egyptian, Mesopotamian, Levantine)
  • Southern (Peninsular Gulf, Hejazi, Najdi and Yemeni)
লিখন প্ৰণালী Arabic alphabet
Arabic Braille
Syriac
Hebrew
Greek
Latin (incl. Arabic chat alphabet, Hassaniya (in Senegal))
সংকেতিক ৰূপ
Signed Arabic (national forms)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
Modern Standard Arabic is an official language of 26 states and 1 disputed territory, the third most after English and French
তালিকা
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা
তালিকা
নিয়মাধীন হয়
তালিকা
  • আৰবী ভাষা Arabic Language International Council
    Algeria: Supreme Council of the Arabic language in Algeria
    Egypt: Academy of the Arabic Language in Cairo
    Israel: Academy of the Arabic Language in Israel
    Iraq: Iraqi Academy of Sciences
    Jordan: Jordan Academy of Arabic
    Libya: Academy of the Arabic Language in Jamahiriya
    Morocco: Academy of the Arabic Language in Rabat
    Saudi Arabia: Academy of the Arabic Language in Riyadh
    Somalia: Academy of the Arabic Language in Mogadishu
    Sudan: Academy of the Arabic Language in Khartoum
    Syria: Arab Academy of Damascus (the oldest)
    Tunisia: Beit Al-Hikma Foundation
ভাষা সংকেত
ISO 639-1 ar
ISO 639-2 ara
ISO 639-3 ara – inclusive code
Individual codes:
arq – Algerian Arabic
aao – Algerian Saharan Arabic
bbz – Babalia Creole Arabic
abv – Baharna Arabic
shu – Chadian Arabic
acy – Cypriot Arabic
adf – Dhofari Arabic
avl – Eastern Egyptian Bedawi Arabic
arz – Egyptian Arabic
afb – Gulf Arabic
ayh – Hadrami Arabic
acw – Hijazi Arabic
ayl – Libyan Arabic
acm – Mesopotamian Arabic
ary – Moroccan Arabic
ars – Najdi Arabic
apc – North Levantine Arabic
ayp – North Mesopotamian Arabic
acx – Omani Arabic
aec – Saidi Arabic
ayn – Sanaani Arabic
ssh – Shihhi Arabic
ajp – South Levantine Arabic
arb – Standard Arabic
apd – Sudanese Arabic
pga – Sudanese Creole Arabic
acq – Taizzi-Adeni Arabic
abh – Tajiki Arabic
aeb – Tunisian Arabic
auz – Uzbeki Arabic
গ্লোটোলগ arab1395
লিংগোৱাস্ফেয়াৰ 12-AAC
আৰবী ভাষা
Dispersion of native Arabic speakers
আৰবী ভাষা
Use of Arabic as the national language (green), as an official language (dark blue) and as a regional/minority language (light blue)
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

সমগ্ৰ আৰৱ বিশ্ব জুৰি এই উপভাষাসমূহ প্ৰচলিত আৰু আধুনিক আদৰ্শ আৰবী ইছলামী বিশ্বৰ সৰ্বত্ৰ পঢ়া আৰু লিখা হয়। আধুনিক আদৰ্শ আৰবী চিৰায়ত আৰবী পৰা উদ্ভূত। মধ্যযুগত আৰবী গণিত, বিজ্ঞান আৰু দৰ্শনৰ প্ৰধান বাহক ভাষা আছিল। বিশ্বৰ বহু ভাষাই আৰবীৰ পৰা শব্দ ধাৰ কৰিছে।

তথ্য

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নীলমণি ফুকন (জ্যেষ্ঠ)অসমৰ শাক-পাচলিৰ তালিকামোহনদাস কৰমচান্দ গান্ধীভাৰত-ইউৰোপীয় ভাষা পৰিয়ালহনুমানমাতৃভাষাজলসিঞ্চনঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাৰাভা ভাষাৰঘুনাথ দাস মহন্তমৰুভূমিম'হৰ শিঙৰ পেঁপাস্বাভাৱিক সংখ্যাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাব্ৰজাৱলী ভাষাসম্ৰাট অশোকগোৱালপাৰা জিলাকমলাবাৰী সত্ৰগীতি-ৰামায়ণকৰতল কমল কমল দল নয়নহাতীপটিবিজ্ঞাপননাৰীবাদব্ৰিটিছ ৰাজইউক্লিডকথা কবিতাবিশেষ শিক্ষাকেওঁট জনগোষ্ঠীজয় দৌলটকা (বাদ্য)নীলমণি ফুকন (কনিষ্ঠ)ভাৰতৰ উচ্চতম ন্যায়ালয়ডিমাছা জনগোষ্ঠীৰামধেনু (আলোচনী)পদাৰ্থৰ অৱস্থাদেউৰী জনগোষ্ঠীসাম্যবাদৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)মাটিনৱবিধা ভক্তিলোকসভামৌখিক লোকসাহিত্যপুষ্টিকাৰকসংগীতঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহবিহুৰ বাদ্যযন্ত্ৰঅসমীয়া প্ৰতিদিনবকুল ফুলৰ দৰে (গ্ৰন্থ)অসমৰ নৃ-প্ৰজাতীয় গাঁথনিবিশেষ্য পদপুথিভঁৰালচন্দ্ৰকুমাৰ আগৰৱালাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকায়পুঁজিবাদভট্টদেৱৰ গদ্যশৈলীবিহু নৃত্যআয়তক্ষেত্ৰসমবাহু ত্ৰিভুজএককোষী জীৱকিতাপঅসমীয়া লোক-সংস্কৃতিকাৰাটেমাহভাইটি (চলচ্চিত্ৰ)ধৰ্মঢ়মাৰ্চপীতাম্বৰ কবিৰাজনৈতিক দলঅসমীয়া খাদ্যাভ্যাসবসন্ত ৰোগজল সংৰক্ষণপদ (ব্যাকৰণ)মাজুলীনলবাৰী জিলাবুলু ফিল্ম🡆 More