চাদ

চাদ (ফৰাচী: Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ। সমূদ্ৰৰ পৰা দূৰত অৱস্থিত আৰু মৰু জলবায়ুৰ কাৰণে চাদক আফ্ৰিকাৰ মৃত হৃদয় বোলা হয়।

চাদ প্ৰজাতন্ত্ৰ
جمهورية تشاد
জুম্‌হুৰিয়াত্‌ চাদ্‌
République du Tchad
ৰেপ্যুব্লিক্‌ দু চাদ্‌
চাদ চাদ
নীতিবাক্য
"Unité, Travail, Progrès"  ফৰাছী
"ঐক্য, কৰ্ম, প্ৰগতি"
ৰাষ্ট্ৰীয় সঙ্গীত
  • লা চাদিয়েন  (Assamese)
  • نشيد تشاد الوطني  (Arabic)
  • (ইংৰাজী: "The Chadian Hymn")

চাদ-ৰ অৱস্থান
চাদ-ৰ অৱস্থান
ৰাজধানীএনজামেনা
12°06′N 15°02′E / 12.1°N 15.033°E / 12.1; 15.033
বৃহত্তম নগৰ ৰাজধানী
ৰাষ্ট্ৰভাষা (সমূহ) ফৰাচী , আৰবী
জাতীয়তাসূচক বিশেষণ চাদীয়
চৰকাৰ প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ইদ্ৰিছ দেবি
 -  প্ৰধানমন্ত্ৰী দেলৱা কাচিৰে কুমাকোয়ে
স্বাধীনতা ফ্ৰান্সৰ পৰা 
 -  তাৰিখ ১১ আগষ্ট , ১৯৬০ 
 -  জলভাগ (%) ১.৯
জনসংখ্যা
 -  ২০০৯ আনুমানিক ১,১২,০৬,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (৭৫তম)
 -  ১৯৯৩ লোকপিয়ল ৬২,৭৯,৯২১ 
 -  ঘনত্ব ৮.৭ প্ৰতি বৰ্গকিমি (২১২তম)
২২.৬ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ ১৬.৬৯৫ বিলিয়ন (১২৮তম)
 -  জনমুৰি ১,৬৭৪ ডলাৰ (১৬৩তম)
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৩৮৮ (নিম্ন) (১৭০তম)
মুদ্ৰা মধ্য আফ্ৰিকান চিএফএ ফ্ৰাংক (এক্সএএফ)
সময় অঞ্চল পশ্চিম আফ্ৰিকা মান সময় (ইউটিচি+১)
 -  গ্ৰীষ্মকালীন (ডিএছটি) পৰ্যবেক্ষণ কৰা হোৱা নাই (ইউটিচি+১)
ইণ্টাৰনেট টিএলডি .টিডি
কলিং ক'ড +২৩৫

চাদক তিনটা ভৌগোলিক অঞ্চলত ভাগ কৰা যায়: উত্তৰৰ চাহাৰা মৰুভূমি অঞ্চল, মধ্যভাগৰ ঊষৰ চাহেলীয় বেষ্টনী, আৰু দক্ষিণৰ অপেক্ষাকৃত উৰ্বৰ চুদানীয় চাভানা তৃণভূমি অঞ্চল। চাদ হ্ৰদ দেশখনৰ বৃহত্তম আৰু আফ্ৰিকাৰ দ্বিতীয় বৃহত্তম জলাশয়। এই হ্ৰদেৰ নামেৰে দেশখনৰ চাদ নামকৰণ কৰা হৈছে। চাহাৰা অঞ্চলত অৱস্থিত তিবেস্তি পৰ্বতমালাৰ এমি কৌচি চাদৰ সৰ্বোচ্চ পৰ্বতশৃংগ। ৰাজধানী এনজামেনা দেশখনৰ বৃহত্তম চহৰ। চাদত ২০০ কৈ বেছি ধৰণৰ জাতিগত আৰু ভাষাভিত্তিক গোষ্ঠীয়ে বাস কৰে। ফৰাচী আৰু আৰবী ইয়াৰ চৰকাৰী ভাষা। ইছলাম ধৰ্ম সবাতোকৈ বেছি প্ৰচলিত ধৰ্ম।

ইতিহাস

Tags:

নাইজেৰিয়ালিবিয়া

🔥 Trending searches on Wiki অসমীয়া:

ৰাজিয়া চুলতানাব্ৰহ্মগুপ্তভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাৰামধেনু (আলোচনী)কামাখ্যা মন্দিৰপাটবাউসী সত্ৰআহোম-মোগলৰ সংঘৰ্ষবাঁহীপথৰুঘাটৰ ৰণয়বিষুৱ ৰেখাঅসমীয়া খবৰঅসমত মহাত্মামিৰি জীয়ৰীকাতি বিহুৰাম গগৈহৰেকৃষ্ণ ডেকাসিংহহাবুংকাৰাটেমানৰ অসম আক্ৰমণমহিলাৰ বিৰুদ্ধে হিংসাবানপানীজ্যামিতিআউনীআটী সত্ৰৰাজনৈতিক দলশিৱসমাজবিশেষ শিক্ষাগুৱাহাটীলোক-সংগীতমনোমতীশ্ৰীনিবাস ৰামানুজনভাৰতৰ জাতীয় পতাকাবন্দে মাতৰম্‌এশিঙীয়া গঁড়সৰ্বানন্দ সোণোৱালৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)ওৰাং ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া লোকসাহিত্যৰজনীকান্ত বৰদলৈযতীন্দ্ৰ নাথ দুৱৰাহৰিদত্তঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআমেৰিকা যুক্তৰাষ্ট্ৰমোহনদাস কৰমচান্দ গান্ধীসত্যেন্দ্ৰনাথ শৰ্মাঅসমৰ মাছ ধৰা সঁজুলিকম্পিউটাৰ হাৰ্ডৱেৰব্ৰজাৱলী ভাষাহেমচন্দ্ৰ বৰুৱাবিয়া নামসমীৰ তাঁতীধেমাজি জিলাপ্ৰদূষণদুৰ্গাবৰ কায়স্থপ্ৰাকৃতিক দুৰ্যোগবিপৰীতাৰ্থক শব্দভাষাবিজ্ঞানঅশ্বত্থামাঅংকীয়া নাটএলভিছ আলী হাজৰিকাকছাৰী ৰাজ্যঅপৰিমেয় সংখ্যানাগৰিকত্বভাৰতৰ স্বাধীনতা আন্দোলনসাঁচিপাতস্বামী বিবেকানন্দএহাত ডাবাপাইথেগাৰাছ🡆 More