ৰসায়ন বিজ্ঞান

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি। ৰবাৰ্ট বয়ল নামৰ বিজ্ঞানীগৰাকীয়ে ৰসায়ন বিজ্ঞানক এটা অন্য শাখা হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰভুত অৰিহণা যোগায় যদিও এণ্টন লেভয়ছিয়াৰকহে আধুনিক ৰসায়নৰ পিতা বুলি অভিহিত কৰা হয়।

ৰসায়ন বিজ্ঞান

ৰসায়ন বিজ্ঞানৰ ইংৰাজী ভাষাৰ Chemistry শব্দটো গ্ৰীক শব্দ ‘Alchemy’ৰ পৰা উৎপত্তি হৈছে।

Tags:

অজৈৱ ৰসায়নজৈৱ ৰসায়নভৌত ৰসায়ন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালআগ্নেয়গিৰিমহাভৈৰৱ মন্দিৰভ্ৰাম্যমাণ থিয়েটাৰউমাকান্ত শৰ্মাগৰু বিহুএকচেটীয়া বজাৰগোৱালপৰীয়া লোকগীতঅসমীয়া গীতি সাহিত্যদশৰথচকৰি ফেঁটী বুৰঞ্জীব্ৰহ্মগুপ্তজলসিঞ্চনপ্লাষ্টিকলাচিত বৰফুকনবেটুপাতগুণাভিৰাম বৰুৱাউত্তৰ গুৱাহাটীঅসমীয়া যুক্তাক্ষৰবুৰঞ্জীগোলকীয় উষ্ণতা বৃদ্ধিৰাতি বিহুবিয়া নামনীলমণি ফুকন (কনিষ্ঠ)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকানাৰীৰুদ্ৰেশ্বৰ দেৱালয়ফুলগুৰি ধেৱাউপনিষদগদ্যম’বাইল ফোনবানপানীআঁহততথ্য জনাৰ অধিকাৰ আইন, ২০০৫বিশ্ব বাণিজ্য সংস্থাডিম্বেশ্বৰ নেওগহীৰেন গোহাঁইস্বৰাজসংঘাতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহচীনা-তিব্বতীয় ভাষাশিৱসাগৰ জিলাখনিকৰ (নাট)মৌখিক লোকসাহিত্যঈয়াৰুইঙ্গমজিএছটিগোপীনাথ বৰদলৈশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহমাধৱ কন্দলিকমলাবাৰী সত্ৰঢ়২০২৩ জি-২০ নতুন দিল্লী সন্মিলনৰাজিয়া চুলতানাসত্ৰবাবৰভাৰতৰ উচ্চতম ন্যায়ালয়অসমীয়া বৰ্ণমালামোহনদাস কৰমচান্দ গান্ধীপ্ৰদূষণসিন্ধু সভ্যতাপুষ্টিকাৰকফেইচবুকছনেটকালিদাসডিব্ৰুগড় বিশ্ববিদ্যালয়বৰদৈচিলাকাৰ্ল মাৰ্ক্সঅসমৰ ছপাশালভাৰতৰ ৰাষ্ট্ৰপতিইছলামআইজাক নিউটনশ্ৰীনিবাস ৰামানুজনপিম্পৰা গুচোৱাচোৰধৰামুখমৈথুন🡆 More