পদাৰ্থ বিজ্ঞান

পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। বুনিয়াদী বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান অন্যতম আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰিঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰা।

পদাৰ্থ বিজ্ঞান
বিভিন্ন ভৌতিক পৰিঘটনাৰ উদাহৰণ

পদাৰ্থ বিজ্ঞান প্ৰাচীন বিদ্যায়তনিক বিষয়সমূহৰ ভিতৰত অন্যতম। সম্ভৱতঃ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্ভুক্তিৰ ফলস্বৰূপে ই প্ৰাচীনতম বিদ্যায়তনিক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। শেষৰ দুটা সহস্ৰাব্দলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ কিছুসংখ্যক শাখা প্ৰাকৃতিক দৰ্শনৰ অংশ আছিল যদিও ১৭ শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ সময়ছোৱাত এই প্ৰাকৃতিক বিজ্ঞানসমূহ সিহঁতৰ নিজস্ব অধিকাৰত একক অনুসন্ধান প্ৰয়াস হিচাপে জ্ঞাত হয়।

টোকা

তথ্যসূত্ৰ


বাহ্যিক সংযোগ

Tags:

ইংৰাজীগতিবলশক্তি

🔥 Trending searches on Wiki অসমীয়া:

ঘৰমিৰি জীয়ৰীগোৱালপৰীয়া লোকগীতঔষধি উদ্ভিদবাগ্‌ধ্বনিমংগোলিয়াবিত্তীয় ব্যৱস্থামহাভাৰতকাতি বিহুঅন্নপ্ৰাশনশীতল যুদ্ধমেলেৰিয়াতিৱা জনগোষ্ঠীকুলধৰ শইকীয়াচৰাইদেউ জিলাত্ৰিভুজলুই পেষ্ট'ৰমানচিত্ৰতাল (বাদ্যযন্ত্ৰ)মাতৃভাষাবাণিজ্যশিৱসাগৰৰ শিৱদৌলহিন্দী ভাষাবহল ব্যাকৰণতথ্যখাদ্য সুৰক্ষাবিৰিঞ্চি কুমাৰ বৰুৱাসাত বিহুগড়মূৰ সত্ৰধেমাজি জিলাপাৰিপাৰ্শ্বিক সংঘাতসত্যনাথ বৰাপদুমপুৰাণসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাব্যষ্টিবাদী অৰ্থনীতিভাৰতীয় জনতা পাৰ্টিবুলু ফিল্মআধা লেখা দস্তাবেজহিতেশ্বৰ বৰবৰুৱাকথা কবিতাযাদৱ পায়েংসমাৰ্থক শব্দঅসম আৰক্ষীছিৰিমাভো বন্দৰনাইকেদুৰ্যোগআহোম ৰাজ্যব্লগইয়াত এখন অৰণ্য আছিলঅসমৰ মহকুমাসমূহৰ তালিকাহেম বৰুৱা (ত্যাগবীৰ)ভাৰতত মহিলাৰ স্বাস্থ্যহাবুংহিমবাহকীৰ্তন ঘোষা সংকলনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাৰতীয় মহাকাশ গৱেষণা সংস্থাতলাতল ঘৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবেক্টেৰিয়াব্ৰহ্মপুত্ৰ উপত্যকাকলভিটামিননীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাজাতনামঈয়াৰুইঙ্গমব্ৰজাৱলী ভাষাসূৰ্যপ্ৰতিমা (কাব্য গ্ৰন্থ)কৃষ্ণশোণিত কুঁৱৰী🡆 More