৩ জুলাই: তাৰিখ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৩ জুলাই (ইংৰাজী: 3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮১টা দিন বাকী থাকে।

ঘটনাপঞ্জী

  • ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
  • ১৯৫৩ - বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে।

জন্ম

  • ১৮৮৩ - ফ্ৰান্‌জ কাফ্‌কা, জাৰ্মান ঔপন্যাসিক আৰু চুটি গল্প লেখক।
  • ১৮৯৭ - হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক।
  • ১৮৯৯ - লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
  • ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
  • ১৯১২ - গিৰিধৰ শৰ্মা - অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ।
  • ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
  • ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
  • ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৯৬ – ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।
  • ১৯৩২ - স্বৰ্ণকুমাৰী দেৱী, ভাৰতীয় কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
  • ২০২০ - সৰোজ খান,বলিউদৰ নৃত্য পৰিচালিকা। (জ: ২২/১১/১৯৪৮)

দিৱস

  • ৱমেনছ দে (মহিলা দিৱস) - ম্যানমাৰ
  • আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস।

বাহ্যিক সংযোগ



Tags:

৩ জুলাই ঘটনাপঞ্জী৩ জুলাই জন্ম৩ জুলাই মৃত্যু৩ জুলাই দিৱস৩ জুলাই বাহ্যিক সংযোগ৩ জুলাই

🔥 Trending searches on Wiki অসমীয়া:

শাক-পাচলিহাড়আলি আঃয়ে লৃগাংকবিৰত্ন সৰস্বতীমই আৰু নেফাৰামমোহন ৰায়বলোৰামজলসিঞ্চনলক্ষ্যধৰ চৌধুৰীচাচনি মেৰবিলসেউজ গৃহ প্ৰভাৱবৰাক উপত্যকাউমানন্দঅসমৰ ৰেচম শিল্পসমাজডাকৰ বচনপালি ভাষাঅসমৰ সমস্যাসংবিধান দিৱস (ভাৰত)পৰিৱেশ তন্ত্ৰচুটিগল্পমেঘালয়তেজভাৰতৰ ৰাষ্ট্ৰপতিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাদূৰদৰ্শন (চেনেল)অসমীয়া সাহিত্যডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ক্ৰা দাদি জিলামানস ৰাষ্ট্ৰীয় উদ্যানতাল (বাদ্যযন্ত্ৰ)গুণাভিৰাম বৰুৱাসংগীতউত্তৰ-পূব ভাৰতলোকসভাকনকলতা বৰুৱাগুণমালাফাট বিহুখামটি জনগোষ্ঠীমৰুদ্যানহিমন্ত বিশ্ব শৰ্মাক্ষগদ্যইন্দিৰা মিৰিবাজেটভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাসাহিত্যমোৰ জীৱন সোঁৱৰণঅভিযাত্ৰীৰাসোৎসৱখোলঅতুল চন্দ্ৰ হাজৰিকাঅম্বুবাচীবংগ বিভাজন (১৯০৫)পৰিয়ালভাৰতীয় ভাষাশ্ৰী সূৰ্য পাহাৰ২৪ এপ্ৰিলঅনুৰাধা শৰ্মা পূজাৰীচি++ভৌতিক সংস্কৃতিইণ্টাৰনেটপৰিৱেশ বিজ্ঞানঘৰচিৰিকাভেঁকুৰহলায়ুধবুৰঞ্জীবিজ্ঞাপনঅসমীয়া ভাষাৰ শব্দসম্ভাৰলোক-সংগীতজন গণ মনমাধৱ কন্দলিমোৱামৰীয়া বিদ্ৰোহঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা🡆 More