১ জুলাই: তাৰিখ

১ জুলাই (ইংৰাজী: 1 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮২তম (অধিবৰ্ষত ১৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৩টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯০৮ - আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্
  • ১৯৫৫ - ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল।
  • ১৯৭৯ - চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে।
  • ১৯৮৩ - দৰং জিলা গঠন হয়।
  • ১৯৮৩ - কৰিমগঞ্জ জিলা গঠন হয়।

জন্ম

মৃত্যু

  • ১৮৬০ - চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
  • ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ২০০৪ - মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।

দিৱস

বাহ্যিক সংযোগ



Tags:

১ জুলাই ঘটনাৱলী১ জুলাই জন্ম১ জুলাই মৃত্যু১ জুলাই দিৱস১ জুলাই বাহ্যিক সংযোগ১ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

কাতি বিহুবিষুৱ ৰেখামোৰো এটা সপোন আছে১৯ এপ্ৰিলপথৰুঘাটৰ ৰণকবিতাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবাগ্‌ধ্বনিনবীনচন্দ্ৰ বৰদলৈনাহৰসপ্তকাণ্ড ৰামায়ণগোৱালপাৰা জিলাৰত্নকান্ত বৰকাকতীধুবুৰী (লোকসভা সমষ্টি)নাগালেণ্ডশ্ৰীমন্ত শংকৰদেৱগণেশদীৰ্ঘেশ্বৰী দেৱালয়কৃষিধানহিমন্ত বিশ্ব শৰ্মাবাঁহ-গোসাঁই উৎসৱঢেঁকীকাগজনাটকঈদ-উল-জুহাবিয়া নামউইলিয়াম শ্বেইকছপীয়েৰচি এছ এছসৰ্বেপল্লী ৰাধাকৃষ্ণণ১৭ এপ্ৰিলঅনুবাদবৰপেটা (লোকসভা সমষ্টি)অসমৰ গামোচালেছবিয়ানতিৱা জনগোষ্ঠীতৎসমমূলা গাভৰুবংগ বিভাজন (১৯০৫)বিহুৰ খাদ্যবুলু ফিল্মতেজদশাৱতাৰযোৰহাট (লোকসভা সমষ্টি)মৃদুলা বৰুৱাগুণাভিৰাম বৰুৱাএৰিষ্ট'টলকাৰ্ল মাৰ্ক্সফুলগুৰি ধেৱাকপৌ ফুলমিঠু বৰুৱাসমাৰ্থক শব্দমুখমৈথুনবাংলাদেশৰ মুক্তিযুদ্ধসন্ধ্যাৰাগ (চলচ্চিত্ৰ)লক্ষ্মীনাথ বেজবৰুৱালোকবিশ্বাসজাতীয়তাবাদমহাদেশগুৱাহাটী উচ্চ ন্যায়ালয়বিষ্ণুপ্ৰসাদ ৰাভাজোনবিল মেলানাৰীবাদগোৱালপাৰাবৈচাগুজ্যোতিপ্ৰসাদ আগৰৱালাকীৰ্তন ঘোষা সংকলনসদৌ অসম ছাত্ৰ সন্থাঅসম সাহিত্য সভাদানৱ ৰাজবংশগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান🡆 More