২৪ জুলাই: তাৰিখ

২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১২০৬ - কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে।
  • ১৯৮৩ - প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
  • ১৯৮৫ - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
  • ১৯৯৭ - প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দা আৰু অৰুণা আছফ আলিলৈ (মৰণোত্তৰভাৱে) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
  • ১৯৯৭ - সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমন মেগছেছে বঁটা ঘোষণা কৰা হয়।
  • ২০০০ - সুব্বাৰামন বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা হয়।
  • ২০০৭ - ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে।
  • ২০২১ - মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে টকিঅ' অলিম্পিকত (Tokyo Olympic) ভাৰোত্তোলনৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জিকে।

জন্ম

  • ১৮০২ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক।
  • ১৮৯৭ - আমেলি ইয়াৰহাৰ্ট, আমেৰিকান মহিলা বৈমাণিক। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৯১১ - পান্নালাল ঘোষ, ভাৰতীয় বাঁহীবাদক।
  • ১৯৫২ - ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা), অসমীয়া ঔপন্যাসিক।
  • ১৯৬৯ - জেনিফাৰ ল'পেজ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮০ - আগথা চাংমা, ভাৰতীয় ৰাজনীতিক।

মৃত্যু

  • ১৮৮৩ - কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
  • ১৯৭৪ - জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
  • ১৯৮০ - উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
  • ১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
  • ২০০৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।

দিৱস

  • ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
  • ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
  • শিশু দিৱস (ভানুয়াটু)।

বাহ্যিক সংযোগ

তথ্যসুত্ৰ

Tags:

২৪ জুলাই ঘটনাৱলী২৪ জুলাই জন্ম২৪ জুলাই মৃত্যু২৪ জুলাই দিৱস২৪ জুলাই বাহ্যিক সংযোগ২৪ জুলাই তথ্যসুত্ৰ২৪ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভেঁকুৰঅসমীয়া খাদ্যাভ্যাসকলিতা জনগোষ্ঠীপ্ৰতিমা (কাব্য গ্ৰন্থ)কৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবিত্তীয় ব্যৱস্থাবহল ব্যাকৰণজীৱনীভটিমাঅসমৰ ৰেচম শিল্পবৰ্মণ ৰাজবংশসংবিধান দিৱস (ভাৰত)অসমৰ তেল শোধনাগাৰচাইকেলচৰক সংহিতাগঙ্গা নদীপাণবাৰী মছজিদনৰনাৰায়ণঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবিজ্ঞাপনআমেৰিকা যুক্তৰাষ্ট্ৰহৰণ (গণিত)যোৰহাট জিলাকাৰ্বি জনগোষ্ঠীগদ্যঅংকযাদৱ পায়েংনগেন শইকীয়াডাকৰ বচনভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনএৰী ৰেচমযতি-চিনবেদকুলি২৬ এপ্ৰিলউদাৰনৈতিকতাবাদলক্ষ্মীধৰ শৰ্মামৌলিক সংখ্যাবৈচাগুপদ্মধৰ চলিহাপাচনলাচিত বৰফুকনআকাশবাণী গুৱাহাটীনৱকান্ত বৰুৱানামঘৰদিল্লীঅপৰিমেয় সংখ্যাগোলকীয় উষ্ণতা বৃদ্ধিভাৰতৰ সংবিধানঅসমীয়া কবিতাঢোলড়ৰাষ্ট্ৰসংঘঅসম বিধানসভাচুটিগল্পমামণি ৰয়ছম গোস্বামীৰ উপন্যাসকেশৱ মহন্তঅসমৰ ধান খেতিৰ সঁজুলিসমূহনামচিংধেমাজি জিলাশিশু সাহিত্যফকৰা যোজনাঅমিয় কুমাৰ ভূঞাজৱাহৰলাল নেহৰুবাৰেচহৰীয়া ভাওনা মহোৎসৱভলিবলবহনক্ষম উন্নয়নৰ লক্ষ্যআৱাহন (আলোচনী)মংগোলিয়ামৰাণ জনগোষ্ঠীপৰ্যটন🡆 More