৩ জুলাই: তাৰিখ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৩ জুলাই (ইংৰাজী: 3 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৪তম (অধিবৰ্ষত ১৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮১টা দিন বাকী থাকে।

ঘটনাপঞ্জী

  • ১৮৯০ - আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
  • ১৯৫৩ - বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে।

জন্ম

  • ১৮৮৩ - ফ্ৰান্‌জ কাফ্‌কা, জাৰ্মান ঔপন্যাসিক আৰু চুটি গল্প লেখক।
  • ১৮৯৭ - হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক।
  • ১৮৯৯ - লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
  • ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
  • ১৯১২ - গিৰিধৰ শৰ্মা - অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ।
  • ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
  • ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭১ - জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
  • ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৯৬ – ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।
  • ১৯৩২ - স্বৰ্ণকুমাৰী দেৱী, ভাৰতীয় কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
  • ২০২০ - সৰোজ খান,বলিউদৰ নৃত্য পৰিচালিকা। (জ: ২২/১১/১৯৪৮)

দিৱস

  • ৱমেনছ দে (মহিলা দিৱস) - ম্যানমাৰ
  • আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস।

বাহ্যিক সংযোগ



Tags:

৩ জুলাই ঘটনাপঞ্জী৩ জুলাই জন্ম৩ জুলাই মৃত্যু৩ জুলাই দিৱস৩ জুলাই বাহ্যিক সংযোগ৩ জুলাই

🔥 Trending searches on Wiki অসমীয়া:

বিদ্যুৎকথা কবিতাবিঘামহাসাগৰচন্দ্ৰকুশল কোঁৱৰএৰিষ্ট'টলপৰিমেয় সংখ্যাযৌন প্ৰৱেশক্ৰিয়াপাৰিপাৰ্শ্বিক সংঘাতৰুবুল মাউতহাজোএডল্ফ হিটলাৰকৃষ্ণকান্ত সন্দিকৈবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যগুণমালামেজিগৰীয়সীহেমকোষঅনাভেদী যৌনক্ৰিয়াকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকোণএহাত ডাবাজোনবিল মেলাধৰিত্ৰী দিৱসশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাসমাজঅসমৰ সাধুকথাবিহুৰ সাজ-পোচাক আৰু অলংকাৰখ্ৰীষ্টান ধৰ্মকথা-ভাগৱতএশিঙীয়া গঁড়ৰোমাণ্টিক কবিতালাচিত বৰফুকনশ্ৰী সূৰ্য পাহাৰমৃণাল কলিতাপ্লাষ্টিকঅৰুণোদইকৃষ্ণ ভূঞাএইচ টি এম এলখনিকৰ (নাট)ভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাসৰস্বতীমোৰ জীৱন সোঁৱৰণহৰিদত্তনলবাৰী জিলাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসপ্ৰাকৃতিক পৰিৱেশসিন্ধু সভ্যতামেকুৰীনিৰ্মলপ্ৰভা বৰদলৈগুৰু আসনথমাছ আলভা এডিচনঅসমৰ গামোচাজৈৱিক কৃষিপৰিয়ালহিমন্ত বিশ্ব শৰ্মাচানডুবি বিলযতীন্দ্ৰ নাথ দুৱৰাৰফিকুল হুছেইনআবেগশচীন তেণ্ডুলকাৰনাথান ব্ৰাউনবিৰিঞ্চি কুমাৰ বৰুৱাশকুন্তলা (চলচ্চিত্ৰ)দেৱকান্ত বৰুৱামাটিআমলখিইউক্লিডদশাৱতাৰখাৰখোৱা🡆 More