২৬ জুলাই: তাৰিখ

২৬ জুলাই (ইংৰাজী: 26 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৭তম (অধিবৰ্ষত ২০৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৮টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৮৫৬ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
  • ১৯০৮ - ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়।
  • ১৯৬৫ - মালদ্বীপে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ - কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
  • ২০০১ - শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।

জন্ম

  • ১৮৫৬ - জৰ্জ বাৰ্ণাৰ্ড শ্ব, এগৰাকী বিখ্যাত আইৰিছ নাট্যকাৰ।
  • ১৮৯৪ - আলডুছ হাক্সলী, প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক।
  • ১৯২৮ - ষ্টেনলি কুবৰিক, আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
  • ১৯৬৪ - ছান্দ্ৰা বুলক, হলিউডৰ অভিনেত্ৰী।
  • ১৯৬৭ - জেছন ষ্টাথাম, হলিউডৰ অভিনেতা।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ



Tags:

২৬ জুলাই ঘটনাৱলী২৬ জুলাই জন্ম২৬ জুলাই মৃত্যু২৬ জুলাই দিৱস২৬ জুলাই বাহ্যিক সংযোগ২৬ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

জেং বিহুপাৰিপাৰ্শ্বিক সংঘাতবৰ্মণ ৰাজবংশঅণুবীক্ষণ যন্ত্ৰবৈচাগুবিহুপ্ৰাগজ্যোতিষপুৰঅসমৰ ৱেবছাইটসমূহৰ তালিকাপ্ৰাচীৰ পত্ৰিকাবকুলহেমচন্দ্ৰ বৰুৱাটিকেন্দ্ৰজিৎফাট বিহুঅখণ্ড সংখ্যাভাষাবিজ্ঞান১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅসমীয়া গীতি সাহিত্যবিয়া নামবিত্তীয় ব্যৱস্থামানৱ উন্নয়ন সূচকনেপালী জনগোষ্ঠীলখিমপুৰ (লোকসভা সমষ্টি)হাইদাংযতীন্দ্ৰ নাথ দুৱৰাচি এছ এছআঁহতকলনাঙলজয়সাগৰ পুখুৰীশিৱসাগৰমালিনী থানব্যক্তিত্বহলীৰাম ডেকানাৰীসৰ্বপল্লী ৰাধাকৃষ্ণণৰুদ্ৰেশ্বৰ দেৱালয়ৰাজিয়া চুলতানাগায়ত্ৰী মহন্তসংস্কৃতিঅসমীয়া খাদ্যাভ্যাসগৰু বিহুঅসমীয়া জাতিৰাসোৎসৱভাষামঙ্গলদৈ (লোকসভা সমষ্টি)মানৰ অসম আক্ৰমণআধুনিকতাবাদঅনুৰাধা শৰ্মা পূজাৰীসমাজবাদবিষুৱ ৰেখালাচিত বৰফুকননিকি তাম্বোলিশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰঅসমীয়া প্ৰতিদিনমহাভৈৰৱ মন্দিৰকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমৌখিক পৰম্পৰাওৰাং ৰাষ্ট্ৰীয় উদ্যানৰামধেনুবাগ্‌ধ্বনিসাত বিহুভাৰতৰ ৰাষ্ট্ৰপতিএছিয়াঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতহিউৱেন-চাংঅসমীয়া ভাষা উন্নতি সাধিনী সভামুদ্ৰাস্ফীতিভেঁকুৰমাদাৰ টেৰেছাযজ্ঞআজান পীৰপলাশীৰ যুদ্ধধৰ্মইউটিউব🡆 More