২৩ জুলাই: তাৰিখ

২৩ জুলাই (ইংৰাজী: 23 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৪তম (অধিবৰ্ষত ২০৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬১টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ১৫৫৫ - হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে।
  • ১৯২৭ - মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়।
  • ১৯৩৭ - য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
  • ১৯৯৩ - ভাৰতৰ ‘‘ইনছাট—২ বি’’ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰা হৈছিল।
  • ১৯৯৯ - টেলিস্কোপ 'চন্দ্ৰ' মহাকাশত স্থাপন কৰা হৈছিল।
  • ২০০৫ - ইজিপ্তত অল-কায়দাৰ আত্মঘাতী আক্ৰমণৰ ফলত শতাধিক লোক নিহত হয় আৰু ডেৰ শতাধিক লোক আহত হয়।
  • ২০০৮ - ভাৰতৰ কেন্দ্ৰত থকা ইউ পি এ চৰকাৰ আস্থা ভোটত পুনৰ জয়ী হয়।
  • ২০১৩ - লখিমপুৰ জিলাৰ সদৰৰ তিনি ঠাইত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়।

জন্ম

  • ১৮৫৬ - বাল গঙ্গাধৰ তিলক, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। স্বৰাজ মোৰ জন্মস্বত্ব শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
  • ১৮৯৮ - তাৰাশংকৰ বন্দ্যোপাধ্যায়, ভাৰতীয় বাংলা সাহিত্যিক।
  • ১৯০৬ - চন্দ্ৰশেখৰ আজাদ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯৩৪ - চিষ্টাৰ নিৰ্মলা, ভাৰতীয় ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।
  • ১৯৫৩ - গ্ৰাহাম গুছ, ইংলেণ্ডৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।
  • ১৯৭৩ - মণিকা লিৱিনস্কি, ক্লিন্টন-লিৱিনস্কি কেলেংকাৰীৰ বাবে বিখ্যাত।
  • ১৯৮৯ - ডেনিয়েল ৰেডক্লিফ, ইংৰাজ অভিনেতা, চলচ্চিত্ৰ শৃংখলাৰ হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত।

মৃত্যু

  • ১৭৯৩ - ৰ'জাৰ ছেৰমান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঠজন প্ৰতিষ্ঠাপক জাতিৰ পিতাৰ মাজৰ এজন।
  • ১৮৭৫ - আইজাক মেৰিট ছিংগাৰ, আমেৰিকান উদ্ভাৱক তথা ব্যৱসায়ী। ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন আৰম্ভ কৰে।
  • ১৯৯৪ - ড॰ লীলা গগৈ, অসমীয়া সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সভাপতি, সম্পাদক, উপ-সভাপতি, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক।
  • ২০০৪ - মেহমুদ আলি, ভাৰতীয় অভিনেতা, পৰিচালক তথা প্ৰযোজক।
  • ২০১২ - লক্ষ্মী সেহগল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।

দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

২৩ জুলাই উল্লেখযোগ্য ঘটনাৱলী২৩ জুলাই জন্ম২৩ জুলাই মৃত্যু২৩ জুলাই দিৱস২৩ জুলাই বাহ্যিক সংযোগ২৩ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

জৱাহৰলাল নেহৰুফুলশ্ৰী শ্ৰী বটদ্ৰৱা থানডি এন এৰাইমনা ৰাষ্ট্ৰীয় উদ্যাননৱকান্ত বৰুৱাবৰপেটা (লোকসভা সমষ্টি)আহোম ৰাজ্যআৰবী ভাষাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)পাৰিজাত হৰণ নাটমংগোলিয়াকৰতল কমল কমল দল নয়নভাইৰাছতিৱা জনগোষ্ঠীগগনাছিৰিমাভো বন্দৰনাইকেনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বিৰিঞ্চি কুমাৰ বৰুৱাসাহিত্যগোলকীয় উষ্ণতা বৃদ্ধিবানপানীচুটিগল্পব্যৱস্থাপনাআকবৰকপৌ ফুলআনন্দৰাম ঢেকিয়াল ফুকনকামৰূপ ৰাজ্যঅসম আৰক্ষীকিতাপবাঁহীঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅসমৰ বনৌষধিঅসমৰ সাহিত্যিকসকলৰ তালিকাফুলগুৰি ধেৱাৰেৱতী মোহন দত্তচৌধুৰীমুখমৈথুনবহনক্ষম উন্নয়নৰ লক্ষ্যহৰণ (গণিত)ভাৰতত মহিলা শিক্ষাসৌৰভ কুমাৰ চলিহাপৰিৱেশ তন্ত্ৰমহেশ্বৰ নেওগচৰক সংহিতাউত্তৰ-পূব ভাৰতনাগৰিকত্বপৃথিৱীঅসহযোগ আন্দোলনশ্ৰীমন্ত শংকৰদেৱশীতল যুদ্ধশিৱসাগৰৰ শিৱদৌলযৌগিক সংখ্যাপাইক প্ৰথাসিন্ধু সভ্যতাগদ্যমালিতাবিহুগীতদুৰ্যোগবসন্ত ৰোগঅণুজীৱগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাকাৰেঙৰ লিগিৰীভাৰতীয় নাগৰিকত্ব আইনপ্ৰাক-ইতিহাসৰাজহুৱা ক্ষেত্ৰপঞ্চায়তী ৰাজদ্বিতীয় বিশ্বযুদ্ধহিমাংশু প্ৰসাদ দাসঅসমৰ জাতীয় গীতকমলাবাৰী সত্ৰবিশেষ্য পদপৰ্যাবৃত্ত তালিকাইন্দ্ৰ🡆 More