১৫ জুলাই: তাৰিখ

১৫ জুলাই (ইংৰাজী: 15 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৬তম (অধিবৰ্ষত ১৯৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৯টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ১৮১৫ - ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৫৫ - ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
  • ১৯৬৫ - মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল।
  • ১৯৭৫ - আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
  • ১৯৭৫ - ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয়।
  • ১৯৭৯ - মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
  • ১৯৯৭ - পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হয়।
  • ২০০১ - পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয়।
  • ২০০৬ - বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ যোগ হয়।
  • ২০১০ - ভাৰতীয় টকাৰ প্ৰতীক (₹) ভাৰত চৰকাৰে প্ৰকাশ কৰে।

জন্ম

  • ১৬০৬ - ৰে'ম্ব্ৰেণ্ট, ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ।
  • ১৬১১ - মহাৰজা জয় সিংহ প্ৰথম, মোগলৰ সেনাপতি (মিৰ্জা ৰজা) আৰু অম্বৰৰ (জয়পুৰ) ৰজা আছিল।
  • ১৭৮৩ - ছাৰ জামছেটজী জিজিভয়, মহান ভাৰতীয় বণিক, উদ্য়োগপতি আৰু সমাজসেৱক, বোম্বাইত (মুম্বাই) জন্মগ্ৰহণ কৰিছিল।
  • ১৯০৩ - কুমাৰ স্বামী কামৰাজ নাদাৰ, ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি।
  • ১৯০৯ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
  • ১৯৩৩ - এম টি বাসুদেৱন নায়াৰ, ভাৰতীয় সাহিত্যিক।
  • ১৯৮৬ - চৰদাৰা সিং, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।

মৃত্যু

দিৱস

  • বিশ্ব যুৱ দক্ষতা দিৱস।

বাহ্যিক সংযোগ



Tags:

১৫ জুলাই উল্লেখযোগ্য ঘটনাৱলী১৫ জুলাই জন্ম১৫ জুলাই মৃত্যু১৫ জুলাই দিৱস১৫ জুলাই বাহ্যিক সংযোগ১৫ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

গঙ্গা নদীশামুকযোৰহাটশোণিতপুৰ জিলাচুতীয়া ৰাজ্যগদ্যভাৰতীয় সাহিত্যগোলকীকৰণজাতীয়তাবাদবাল্য বিবাহআনন্দৰাম বৰুৱাফুলচন্দ্ৰকুমাৰ আগৰৱালাঅংকীয়া নাটচি++অলিম্পিকশব্দঢ়গড়গাঁওনাৰীগোৱালপৰীয়া লোকগীতউপন্যাসহৰপ্পাঅসমৰ সাধুকথাভাৰত ত্যাগ আন্দোলনব্যাকৰণমই আৰু নেফানলিনীবালা দেৱীকৃত্ৰিম বুদ্ধিমত্তাদিনসৌৰজগতপৰিৱেশ বিজ্ঞাননেপালচিত্ৰা মণ্ডলকোচ ৰাজবংশীশীতল যুদ্ধভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসমাৰ্থক শব্দআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিথমাছ আলভা এডিচনব্লগৰূপালীমমোৰ জীৱন সোঁৱৰণমৰুভূমিকমলাকান্ত ভট্টাচাৰ্য্যশিৱসাগৰকম্পিউটাৰহেম বৰুৱাকৰ্কট ক্ৰান্তিচৰ্যাপদকামৰূপ ৰাজ্যএৰিষ্ট'টলনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাৰাতি বিহুএককোষী জীৱহেম বৰুৱা (ত্যাগবীৰ)অযোধ্যা (পৌৰাণিক নগৰ)পতঞ্জলিৰ যোগসূত্ৰকোকৰাঝাৰ (লোকসভা সমষ্টি)যোগেশ দাসহিমাংশু প্ৰসাদ দাসআন্তৰ্জাতিক মানৱ অধিকাৰ আইনঅসম আন্দোলনমহাভাৰতঅসমীয়া উপন্যাসঅসমৰ সমস্যাঅসমৰ পৰম্পৰাগত সাজ-পাৰকেশৱ মহন্তবাইখো পূজাআত্মজীৱনীআমেৰিকা যুক্তৰাষ্ট্ৰসাপমামণি ৰয়ছম গোস্বামীসম্ৰাট অশোকসংক্ৰমণহৰি-হৰ যুদ্ধকৃষি🡆 More