নেপোলিয়ন বোনাপাৰ্ট (ফৰাচী: Napoléon Bonaparte), (জন্ম:১৫ আগষ্ট, ১৭৬৯; এজাক্সিউ, কৰচিকা, মৃত্যু:৫ মে’, ১৮২১; ছেইণ্ট হেলেনা) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। তেওঁ নেপোলিয়ন ১ নামেৰে ১১ নৱেম্বৰ, ১৭৯৯ৰ পৰা ৬ এপ্ৰিল ১৮১৪ পৰ্যন্ত ফ্ৰান্সৰ সম্ৰাট আছিল আৰু পুনৰায় ১৮১৫ চনৰ ২০ মাৰ্চৰ পৰা ২২ জুন পৰ্যন্ত অলপ সময়ৰ বাবে ফ্ৰান্সৰ সম্ৰাট আছিল। পৰৱৰ্তী সময়ত তেওঁ ইটালীৰ দেশৰ ৰজা হৈছিল।
নেপোলিয়ন বোনাপাৰ্ট | |
---|---|
ৰাজত্ব | 18 May 1804 – 11 April 1814 20 March 1815 – 22 June 1815 |
france | 2 December 1804 |
পূৰ্বসূৰী | None (himself as First Consul of the French First Republic; previous ruling monarch was Louis XVI) |
উত্তৰসূৰী | Louis XVIII (de jure in 1814) |
ৰাজত্বকাল | 17 March 1805 – 11 April 1814 |
অভিষেক | 26 May 1805 |
পূৰ্বসূৰী | None (himself as President of the Italian Republic; previous ruling monarch was Emperor Charles V) |
উত্তৰসূৰী | None (kingdom disbanded, next king of Italy was Victor Emmanuel II) |
দাম্পত্য সঙ্গী | Joséphine de Beauharnais Marie Louise of Austria |
সন্তান | |
Napoleon II | |
সম্পূৰ্ণ নাম | |
Napoleon Bonaparte | |
বাসগৃহ | House of Bonaparte |
মাতৃ | Letizia Ramolino |
পিতৃ | Carlo Buonaparte |
সমাধিস্থল | Les Invalides, Paris, France |
স্বাক্ষৰ | |
ধৰ্ম | Roman Catholicism (see Napoleon and religions) |
তেখেতৰ নেতৃত্বত ফৰাচী সেনাবাহিনী এক দশকৰো অধিক সময় সকলো ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয় আৰু তেওঁ ইউৰোপৰ অধিকাংশ অঞ্চল নিজ আয়ত্তলৈ আনে। ১৮১২ চনত সংগঠিত বিপৰ্যয়কাৰী ৰাছিয়া আগ্ৰাসন একটি যুগঃসন্ধিক্ষণ হিচাপে বিবেচিত হয়। ৰাছিয়া আগ্ৰাসন আৰু ১৮১৩ চনত লিপজিগৰ পৰাজয়ৰ পাছত ষষ্ঠ কোয়ালিচনে ফ্ৰান্সত আগ্ৰাসন চলায় আৰু ইয়াৰ ফলস্বৰূপে নেপোলিয়ন ১৮১৪ৰ এপ্ৰিলত পশ্চাৎপসাৰণ কৰিবলৈ বাধ্য হয়। কিছুদিন পাছত নেপোলিয়নে এটা অভিযান চলায় যিটো হাণ্ড্ৰেড ডেচ নামে পৰিচিত। কিন্তু নেপোলিয়ন ১৮১৫ চনৰ ১৮ জুন ৱাটাৰ্লু যুদ্ধত পৰাজিত হয়। নেপোলিয়নে তেখেতৰ জীৱনৰ বাকী ৬ বছৰ ব্ৰিটিচসকলৰ তত্ত্বাবধানত আটলাণ্টিক মহাসাগৰৰ দ্বীপ ছেইণ্ট হেলেনাত কটায়। তেখেতক ইতিহাসৰ সবাতোকৈ চৰ্চিত ৰাজনীতিজ্ঞ আৰু সেনাধ্যক্ষসকলৰ মাজত উল্লেখযোগ্য হিচাপে বিবেচনা কৰা হয়।
Napoleon Bonaparte প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
বা-বাতৰি ৱিকিসংবাদত | |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
কিতাপ, লিখনি আদি ৱিকিউৎসত | |
পাঠ্যপুথি ৱিকিগ্ৰন্থত |
This article uses material from the Wikipedia অসমীয়া article নেপোলিয়ন বোনাপাৰ্ট, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.