আটলাণ্টিক মহাসাগৰ: মহাসাগৰ

আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ ক্ষেত্ৰফল ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল); যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।

আটলাণ্টিক মহাসাগৰ: মহাসাগৰ
উত্তৰ মহাসাগৰ

বিশ্ব মহাসাগৰৰ সৈতে আন্তঃসম্পৰ্কযুক্ত আটলাণ্টিক মহাসাগৰৰ পশ্চিমে আমেৰিকা মহাদেশ আৰু প্ৰশান্ত মহাসাগৰৰ একাংশ, পূবে ইউৰোপ, আফ্ৰিকা আৰু ভাৰত মহাসাগৰ, উত্তৰে উত্তৰ মহাসাগৰ, আৰু দক্ষিণে দক্ষিণ মহাসাগৰ অৱস্থিত। বিষুৱ ৰেখাই আটলাণ্টিক মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু দক্ষিণে দক্ষিণ আটলাণ্টিক মহাসাগৰ

তথ্যসূত্ৰ


Tags:

ক্ষেত্ৰফলপৃথিৱীমহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

জুইক্ষচ'মাংকানপূৰ্ণ স্বৰাজআত্মসহায়ক গোটদৰ্শনকৰ্কট ক্ৰান্তিজন গণ মনবুঢ়ী আইৰ সাধুজৈৱিক কৃষিপ্লেটোমুদ্ৰাপ্ৰাচীন গ্ৰীচসত্ৰীয়া নৃত্যবিহুৰ সাজ-পোচাক আৰু অলংকাৰসম্ৰাট অশোকনগাঁওনামনি অসমঘৰতথ্যউদ্যোগভাৰতকাৰ্ল মাৰ্ক্সমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫ভবেন্দ্ৰ নাথ শইকীয়ামাৰ্কাছ ৰাছফৰ্ডগোলকীকৰণঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাশৰ্কৰাএহাত ডাবাকম্পিউটাৰটকা (বাদ্য)ইষ্ট ইণ্ডিয়া কোম্পানীবড়ো জনগোষ্ঠীঅসমীয়া যুক্তাক্ষৰঅৰুণাচল প্ৰদেশনামঘোষাস্বাধীনতা দিৱস (ভাৰত)বাণীকান্ত কাকতিবড়ো চুক্তি ২০২০হাবুংঅসমত দেখা পোৱা মাছৰ তালিকাঅসমৰ ইতিহাসবাণীকান্ত ৰচনাৱলীহিতেশ্বৰ বৰবৰুৱামহা মৃত্যুঞ্জয় মন্দিৰনাৰী সবলীকৰণপীযুষ হাজৰিকামিৰি জীয়ৰীঅসমীয়া ভাষা উন্নতি সাধিনী সভাবেদজলবিদ্যুৎবাঁহী (আলোচনী)ধৰিত্ৰী দিৱসচন্দ্ৰযান-৩ব্ৰহ্মপুত্ৰ নদ২৫ এপ্ৰিলঅসমীয়া লিপিৰ বুৰঞ্জীনীলপৱন বৰুৱাসীতাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কাৰেঙৰ লিগিৰীআনন্দৰাম বৰুৱাৰোমাণ্টিক কবিতাশিৱসাগৰৰ শিৱদৌলপাচন নলীঔপনিৱেশিক অসমতিৱা জনগোষ্ঠীত্ৰিভুজব্ৰহ্মপুত্ৰ উপত্যকাতেজপুৰসংবিধান দিৱস (ভাৰত)নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯🡆 More