১৯ জুলাই: তাৰিখ

১৯ জুলাই (ইংৰাজী: 19 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০০তম (অধিবৰ্ষত ২০১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৫টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৬৩ - বঙ্গৰ নৱাব মীৰ কাচিমক তৃতীয় কাটৱা যুদ্ধত বৃটিছে পৰাস্ত কৰে।
  • ১৯৪৯ - তেহৰী গাঢ়ৱালৰ ৰজাই ভাৰতৰ লগত বিলীন হোৱা কথা ঘোষণা কৰে।
  • ১৯৬৯ - ভাৰতৰ ১৪টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।
  • ২০০৮ - অসমীয়া শ্বহীদ, ৰাষ্ট্ৰীয় বীৰ কেপ্তেইন জিণ্টু গগৈলৈ মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছিল।
  • ২০১১ - অসমৰ বিদ্যালয়সমূহত ৩০ লাখ ভুৱা ছাত্ৰ-ছাত্ৰী আছে বুলি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰিছিল।
  • ২০১১ - গোৰ্খালেণ্ডলৈ অধিক স্বায়ত্ত্ব শাসন প্ৰদান কৰি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হৈছিল।
  • ২০১২ - ভাৰতবৰ্ষৰ ত্ৰয়োদশ গৰাকী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
  • ২০১২ - অমৰনাথলৈ কৰা যাত্ৰাত ৮০জন লোকৰ মৃত্যু হৈছিল।

জন্ম

মৃত্যু

  • ১৮২৪ - আগাষ্টিন দে ইটুৰবিডে বা মেক্সিকোৰ আগাষ্টিন, মেক্সিকোৰ সেনাপতি আৰু ৰাজনেতা। (জঃ ১৭৮৩)
  • ১৯৪৭ - অং চান, ম্যানমাৰৰ স্বাধীনতা সংগ্ৰামৰ প্ৰধান নেতা। (জঃ ১৯১৫)
  • ১৯৬৫ - চিংগমেন ৰী, দক্ষিণ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি। (জঃ ২৬/০৩/১৮৭৫)
  • ২০১২ – হুমায়ূন আহমেদ, বাংলাদেশী জনপ্ৰিয় লেখক, নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। (জন্মঃ ১৯৪৮)

দিৱস

  • ম্যানমাৰৰ শ্বহীদ দিৱস।
  • নিকাৰাগুৱাৰ মুক্তি দিৱস।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ


Tags:

১৯ জুলাই উল্লেখযোগ্য ঘটনাৱলী১৯ জুলাই জন্ম১৯ জুলাই মৃত্যু১৯ জুলাই দিৱস১৯ জুলাই তথ্যসূত্ৰ১৯ জুলাই বাহ্যিক সংযোগ১৯ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পিম্পৰা গুচোৱাভাৰতীয় ৰেলথাই ভাষালাচিত বৰফুকনকামৰূপী লোকগীতবিহু নৃত্যআকাশবাণী গুৱাহাটীজল সংৰক্ষণকলটুক্ৰেশ্বৰী দেৱালয়ভাৰতৰ সংবিধানশকুন্তলাসাহিত্যভাৰতীয় মহাকাশ গৱেষণা সংস্থাদশাৱতাৰঅসমীয়া ভাষা আন্দোলনশৰাইঘাট দলংচামেলি মেমচা'বসংক্ৰমণকাৰ্বি ভাষাআলি আঃয়ে লৃগাংচৰিত পুথিঅসমৰ মাছ ধৰা সঁজুলিঅৰুণাচল প্ৰদেশতুলসী২৫ এপ্ৰিলঅসমৰ বনৌষধিবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসবৌদ্ধ ধৰ্মমাজুলীসৌৰজগতনৱ-বৈষ্ণৱ ধৰ্মমই আৰু নেফাজীৱনৰ বাটতকৰ'নাভাইৰাছ ৰোগ ২০১৯পুৰাণহেমকোষইন্দিৰা মিৰিঅসমৰ নদীসমূহৰ তালিকাসালোক সংশ্লেষণফাট বিহুলুই পেষ্ট'ৰসাধুকথাডিমাছা জনগোষ্ঠীনয়ন নীলিমখাদ্য সুৰক্ষাবসন্ত ৰোগহিউমাছতেজতাল (বাদ্যযন্ত্ৰ)তিনিচুকীয়া জিলাকৃষ্ণচূড়াএককোষী জীৱঅসম আন্দোলনজৈৱ বৈচিত্ৰ্যভাষানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পাঁচালীপাৰিপাৰ্শ্বিক সংঘাতবিশ্বনাথ চাৰিআলিগড়মূৰ সত্ৰকানাই বৰশী বোৱা শিলালিপিভগদত্তঅষ্ট্ৰেলিয়ামূৰাৰা, ৰঙিয়াবিহুৰ বাদ্যযন্ত্ৰপৰিসংখ্যামুগা (ৰেচম)মহাদেশভটিমাঅসমৰ সাধুকথাতগৰঅসমীয়া জাতিজল প্ৰদূষণগুণাভিৰাম বৰুৱাফাকে জনগোষ্ঠীবিদ্যুৎ🡆 More