৪ জুলাই: তাৰিখ

৪ জুলাই (ইংৰাজী: 4 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৫তম (অধিবৰ্ষত ১৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮০টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ।
  • ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি।
  • ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে।
  • ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
  • ১৯৪৪ - সুভাষচন্দ্ৰ বসুৱে ব্ৰক্ষ্মদেশত স্মৰণীয় আহ্বান জনাইছিল- 'আপোনালোকে মোক তেজ দিয়ক, মই আপোনালোকক স্বাধীনতা দিম।'

জন্ম

  • ১৮০৭ - জুইসেপ্পে গাৰিবালদি, আধুনিক ইটালিৰ নিৰ্মাণ কৰোঁতা আৰু এজন মহান বিপ্লৱী। (মৃঃ ০২-০৬-১৮৮২)
  • ১৮৭২ - কেলভিন কুলিজ্‌, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩০তম ৰাষ্ট্ৰপতি।
  • ১৯২৬ - আল্‌ফ্ৰেড' ডি ষ্টিফান', আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ



Tags:

৪ জুলাই ঘটনাৱলী৪ জুলাই জন্ম৪ জুলাই মৃত্যু৪ জুলাই দিৱস৪ জুলাই বাহ্যিক সংযোগ৪ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অশোক স্তম্ভৰাতি বিহুঊৰুমৈথুনআধুনিকতাবাদ২৬ এপ্ৰিলমূলা গাভৰুঘৰজিকিৰডুবাইযৌন সংগমহাবুংঅসমীয়া ভাষাৰ শব্দসম্ভাৰএছিয়াকৃষিমানৱ শৰীৰশিৱদীপালী বৰঠাকুৰনলিনীবালা দেৱীসৰ্বানন্দ সোণোৱালমানৱ ভূগোলশিক্ষাৰ অধিকাৰডেণ্ড্ৰ'বিয়ামএৰিষ্ট'টলবিশ্বনাথ চাৰিআলিবহুভাষাবাদপদ্মাৱতী দেৱী ফুকননীআনন্দ চন্দ্ৰ আগৰৱালামিচিং জনগোষ্ঠীৰ সাজপাৰঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰনেপালী জনগোষ্ঠীঅসমৰ বাঁহ-বেতৰ শিল্পপৰিয়ালউপনিষদআনন্দৰাম ঢেকিয়াল ফুকনবুঢ়ী আইৰ সাধুৰেৱতী মোহন দত্তচৌধুৰীউদ্ভিদঅসমৰ বনৌষধিলোকবিশ্বাসঅসমৰ চাহ জনগোষ্ঠীমৰাণ জনগোষ্ঠীঅসমৰ শাক-পাচলিৰ তালিকাকুচিপুড়িজলসিঞ্চনডাকৰ বচনযোগেশ দাসবচন (ব্যাকৰণ)পীযুষ হাজৰিকালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানত্ৰিভুজশৰৎচন্দ্ৰ চট্টোপাধ্যায়মিয়া খলিফাবৰাক নদীইজৰাইলএমিবাহিতেশ্বৰ বৰবৰুৱামানুহঅসম বিধানসভাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ঋতুস্ৰাৱশোণিত কুঁৱৰীফলৰ তালিকামহাভৈৰৱ মন্দিৰঅসমৰ লোকবাদ্যবৈচাগুনাৰী সবলীকৰণগোৱালপাৰাএচিদ বৰষুণঅংকীয়া নাটকীৰ্তন ঘোষা সংকলনবাঁহী (আলোচনী)পদ্মনাথ গোহাঞি বৰুৱাতিৱা জনগোষ্ঠীছি জিনপিংঘনত্ব🡆 More