১ জুলাই: তাৰিখ

১ জুলাই (ইংৰাজী: 1 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮২তম (অধিবৰ্ষত ১৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৩টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯০৮ - আন্তৰ্জাতিক বিপদ সংকেত এছ অ'এছ (SOS বা সংকেত · · · — — — · · · ) আৰম্ভ হয়। এছ অ'এছ (SOS) ৰ অৰ্থ হ'ল -চেভ্ আৱাৰ চিপ্ বা চেভ্ আৱাৰ চ'ল্
  • ১৯৫৫ - ইম্পেৰিয়েল বেঙ্ক অৱ ইণ্ডিয়াৰ নাম ষ্টেট বেঙ্ক অৱ ইণ্ডিয়া কৰা হৈছিল।
  • ১৯৭৯ - চ'নিয়ে (Sony) ৱাক্-মেন (Walkman) উদ্ভাৱন কৰে।
  • ১৯৮৩ - দৰং জিলা গঠন হয়।
  • ১৯৮৩ - কৰিমগঞ্জ জিলা গঠন হয়।

জন্ম

মৃত্যু

  • ১৮৬০ - চাৰ্লছ গুডইয়েৰ, মাৰ্কিন ৰসায়ন বিজ্ঞানী, ৰবৰৰ ভল্কেনাইজেছন্ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক।
  • ১৮৬২ - ড॰ বিধান চন্দ্ৰ ৰয়: ভাৰতীয় চিকিৎসক তথা ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ১৯৬২ - পুৰুষোত্তম দাস টেণ্ডন: ভাৰতীয় স্বাধীনতা যুঁজাৰু, ৰাজনীতিক। (জন্ম: ১৮৮২)
  • ২০০৪ - মাৰ্লন ব্ৰেণ্ড', হ'লিউডৰ অভিনেতা, দি গড্ ফাদাৰ কথাছবিৰ বাবে প্ৰখ্য়াত।

দিৱস

বাহ্যিক সংযোগ



Tags:

১ জুলাই ঘটনাৱলী১ জুলাই জন্ম১ জুলাই মৃত্যু১ জুলাই দিৱস১ জুলাই বাহ্যিক সংযোগ১ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অযোধ্যা (পৌৰাণিক নগৰ)গুৱাহাটী (লোকসভা সমষ্টি)সত্ৰব্যৱস্থাপনাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যশাল গছভাৰতৰ ইতিহাসৰবীন্দ্ৰনাথ ঠাকুৰচন্দ্ৰকুমাৰ আগৰৱালাৰজনীগন্ধাশব্দঅসমীয়া কবিতাযতীন গোস্বামীপথৰুঘাটৰ ৰণচৈয়দ আব্দুল মালিকঅৰ্থনীতিভাৰতৰ জাতীয় পতাকাঅসমত দেখা চৰাইবোৰমানুহৰ কংকালটুক্ৰেশ্বৰী দেৱালয়নীলমণি ফুকন (জ্যেষ্ঠ)মানৰ অসম আক্ৰমণহেম বৰুৱা (ত্যাগবীৰ)কৃষিয়বৰাক উপত্যকাসাহিত্য অকাডেমি বঁটানাগালেণ্ডশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভগদত্তকাল সংহতিলিমাৰিক (কবিতা)অৰুণাচল প্ৰদেশশিশু সাহিত্যসাপ২৭ এপ্ৰিলশৰীৰস্থানমামৰে ধৰা তৰোৱালঅসমীয়া ভাষা উন্নতি সাধিনী সভাবিপৰীতাৰ্থক শব্দকোচ ৰাজবংশৰঘুনাথ চৌধাৰীহেম বৰুৱাদানৱ ৰাজবংশবড়ো ভাষাঅসমত দেখা পোৱা সাপবোৰঈয়াৰুইঙ্গমনীলপৱন বৰুৱাএ পি জে আব্দুল কালামবৰষুণযোগ দৰ্শনফুলভঠেলিকামৰূপী লিপিভট্টদেৱৰ গদ্যশৈলীতেজঅসমৰ পৰম্পৰাগত সাজ-পাৰদক্ষিণপাট সত্ৰহয়গ্ৰীৱ মাধৱ মন্দিৰপৰম্পৰাহলায়ুধউপনিষদজৈৱ বৈচিত্ৰ্যঅৰ্জুন ভঞ্জনশক্তিজল সংৰক্ষণস্বাভাৱিক সংখ্যাহীৰেন্দ্ৰ নাথ দত্তপিয়লি ফুকনশালস্তম্ভ ৰাজবংশকামৰূপী উপভাষাঅসমঅসমৰ পুৰণি স্থাপত্যমহাভাৰত🡆 More