১২ জুলাই: তাৰিখ

১২ জুলাই (ইংৰাজী: 12 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৩তম (অধিবৰ্ষত ১৯৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭২টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৮২৩ - ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডায়েনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে।
  • ১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৮০ - SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
  • ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান দিয়া হয়।
  • ২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
  • ২০০৪ - অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
  • ২০০৫ - সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
  • ২০১৫ - ছানিয়া মিৰ্জাই মাৰ্টিনা হিংগিছৰ সৈতে মহিলাৰ দ্বৈত শাখাৰ ৱিম্বিলডন খিতাপ দখল কৰি ৱিম্বিলডন বিজয়ী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।

জন্ম

  • ১০১ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰ, ৰোমান সেনানায়ক।
  • ১৮৫৪ - জৰ্জ ইষ্টমেন, ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
  • ১৮৬৩ - এলৰ্বাট কামেটে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
  • ১৯০১ - মুখতাৰ বেগম, পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী।
  • ১৯০৪ - নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
  • ১৯৫৪ - সুলক্ষণা পণ্ডিত, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
  • ১৯৫৬ - গ্ৰেগ লিয়নাৰ্ড চেমেনজা, আমেৰিকান চিকিৎসক।
  • ১৯৭৭ - ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু।
  • ১৯৮২ - অচন্ত শৰৎ কমল, ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ।
  • ১৯৯১ - জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
  • ১৯৯৭ - মালালা ইউছুফজাই, পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।

মৃত্যু

  • ১৮৯৩ - কৰুণাভিৰাম বৰুৱা, অসমৰ প্ৰথম শিশু আলোচনী 'ল'ৰাবন্ধু'ৰ প্ৰতিষ্ঠাপক সম্পাদক।
  • ১৯৯৯ - ৰাজেন্দ্ৰ কুমাৰ, হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা।

দিৱস

  • স্বাধীনতা দিৱস (কিৰিবাটি)।

বাহ্যিক সংযোগ




তথ্যসূত্ৰ

Tags:

১২ জুলাই ঘটনাৱলী১২ জুলাই জন্ম১২ জুলাই মৃত্যু১২ জুলাই দিৱস১২ জুলাই বাহ্যিক সংযোগ১২ জুলাই তথ্যসূত্ৰ১২ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ধাতু আৰু অধাতুতুলসীযোৰানামঅসমৰ মহকুমাসমূহৰ তালিকাপিম্পৰা গুচোৱাজোনবিল মেলাভাৰতীয় জাতীয় কংগ্ৰেছকমলাকান্ত ভট্টাচাৰ্য্যসমাজমনোবিজ্ঞানৰাইমনা ৰাষ্ট্ৰীয় উদ্যানআৱাহন (আলোচনী)মাইলছ ব্ৰনছনধৰিত্ৰী দিৱসবিশ্ব মেলেৰিয়া দিৱসমোহনদাস কৰমচান্দ গান্ধীঅসমৰ লোকবাদ্যআউনীআটী সত্ৰছুনামিবেলিমাৰ (নাটক)অণুজীৱপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যযোৰহাট জিলা২৫ এপ্ৰিল৭ ফেব্ৰুৱাৰীডুবি তাম্ৰলিপি আৰু ছীলকাৰেংঘৰহেমচন্দ্ৰ বৰুৱানগাঁও জিলাধুবুৰী (লোকসভা সমষ্টি)মাধৱী লতাঅখণ্ড সংখ্যাবিহুঅসীমত যাৰ হেৰাল সীমাবেণুধৰ শৰ্মাঅসমৰ বনৌষধিকবিতাকালিদাসভাৰতীয় ভাষাৰজনীকান্ত বৰদলৈলেটিন ভাষাকলাঅসমীয়া গালি-গালাজমাটিৰ হিচাপশিৱসাগৰৰ শিৱদৌলকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকোচ ৰাজবংশীভাৰত-চীন যুদ্ধভূমিকম্পভাৰতত মহিলাৰ স্বাস্থ্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমীয়া ব্যাকৰণমহাভাৰতবিত্তীয় ব্যৱস্থাবড়ো ভাষালুৰিন জ্যোতি গগৈঋতুস্বদেশী আন্দোলনআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাশ্ৰীনিবাস ৰামানুজনএ পি জে আব্দুল কালামপ্ৰথম বিশ্বযুদ্ধবহল ব্যাকৰণকৰ'নাভাইৰাছ ৰোগ ২০১৯বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণনীলমণি ফুকন (কনিষ্ঠ)সাম্যবাদী সমাজকুলিমানুহশব্দ (অভিধান)হাড়আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবানপানীকেশৱ মহন্তঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাইণ্ডোনেছিয়া🡆 More