কৰুণাভিৰাম বৰুৱা

কৰুণাভিৰাম বৰুৱাৰ (২ জুন ১৮৭৪ - ১২ জুলাই ১৮৯৩) জন্ম হৈছিল নগাঁৱত। গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল স্বৰ্ণলতা বৰুৱা আৰু কণিষ্ঠ ভ্ৰাতৃ আছিল জ্ঞানদাভিৰাম বৰুৱা।

কৰুণাভিৰাম বৰুৱা
জন্ম ২ জুন, ১৮৭৪
নগাওঁ
মৃত্যু ১২ জুলাই, ১৮৯৩
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ-মাতৃ গুণাভিৰাম বৰুৱা (পিতৃ)
বিষ্ণুপ্ৰিয়া দেৱী (মাতৃ)

সাহিত্যিক জীৱন

১৮৮৫ চনত আসাম বন্ধু আলোচনীৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিক ভাৱে তেওঁৰ 'প্ৰমীলা ' নামৰ উপন্যাস এখন প্ৰকাশ পাইছিল। সেই শাওন আৰু ভাদ মাহৰ দুটা সংখ্যাত 'ঘোৰ নিশা' আৰু 'ঘৰতে বন্দী' নামৰ অধ্যায় দুটা প্ৰকাশ পাই উপন্যাসখন বন্ধ হৈ গৈছিল। তেওঁ এইখনক 'সামাজিক নৱন্যাস' বুলিছে আৰু তাৎপৰ্যপূৰ্ণ ভাৱে অসমীয়া সাহিত্যত ' উপন্যাস ' শব্দটো প্ৰমীলা ৰ প্ৰসংগতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

তেওঁ 'ল'ৰাবন্ধু' নামে ১৮৮৮ চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 'ল'ৰাবন্ধু' অসমৰ প্ৰথম শিশু আলোচনী।

তথ্য সমল

Tags:

গুণাভিৰাম বৰুৱাজ্ঞানদাভিৰাম বৰুৱানগাঁওবিষ্ণুপ্ৰিয়া দেৱীস্বৰ্ণলতা বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

লক্ষ্মীনাথ বেজবৰুৱালাভলীনা বৰগোহাঁইঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাসৌৰজগতহুঁচৰিঅসমীয়া লোক-সংস্কৃতিতেজপুৰছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)চাণক্যআবেগকছাৰী ৰাজ্যল'ৰাঈয়াৰুইঙ্গমহেমচন্দ্ৰ গোস্বামীশিশু শিক্ষা সমিতি, অসমদৌল গোবিন্দ মন্দিৰজল প্ৰদূষণযোগাসনমাটিব্ৰহ্মপুত্ৰ নদঅন্নপ্ৰাশনইয়াত এখন অৰণ্য আছিলপিয়লি ফুকনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যআপেক্ষিকতাবাদ তত্ত্বতিৱা জনগোষ্ঠীচৈয়দ আব্দুল মালিকমহাবীৰ১৮ এপ্ৰিলইয়াণ্ডাবু সন্ধিআহোম জনগোষ্ঠীজোঙাল বলহুঅংগৰাগ মহন্তবুলু ফিল্মমিত্ৰদেৱ মহন্তবৰ্মণ ৰাজবংশকালিচৰণ ব্ৰহ্মনলিনীবালা দেৱীতেজশেৱালি ফুলঅসম বিধানসভাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসৰ্বেপল্লী ৰাধাকৃষ্ণণসৌৰভ কুমাৰ চলিহাপদিনাপায়ু সংগমনৱ-বৈষ্ণৱ ধৰ্মসদৌ অসম ছাত্ৰ সন্থাবিবাহবট গছঅৰ্থনীতিমহামায়া ধামকোচ ৰাজবংশনেতাই ধুবুনী ঘাটগান্ধীবাদগৌৰৱ গগৈশকুন্তলাছগ্ৰা মিছাৱাজয়মতী কুঁৱৰীমিয়া খলিফাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনফাট বিহুবুৰঞ্জীঅসমৰ লোকবাদ্যঅসমত দেখা পোৱা মাছৰ তালিকাঅসমৰ গামোচাবিশ্বনাথ জিলাবিহুমোৰো এটা সপোন আছেটকা (বাদ্য)১৭ এপ্ৰিল🡆 More