২১ জুলাই: তাৰিখ

২১ জুলাই (ইংৰাজী: 21 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০২তম (অধিবৰ্ষত ২০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৩টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৬৫৮ - পিতৃ ছাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাবে ঔৰংগজেৱে দিল্লীৰ ৰাজপাটত উঠিছিল।
  • ১৮৩১ - বেলজিয়ামক এখন সুকীয়া ৰাষ্ট্ৰ হিচাপে গঠন কৰা হয়।
  • ১৮৯১ - জাৰ্মানীৰ অট’ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথমটো উৰণ সম্পন্ন হৈছিল।
  • ১৯৫৪ - পৰ্তুগীজৰ হাতৰপৰা দাদৰক মুক্ত কৰা হয়।
  • ১৯৬৯ - এপল’—১১ ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল।
  • ১৯৭৭ - নীলম সঞ্জীৱা ৰেড্ডী ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
  • ২০০১ - কাশ্মীৰত অমৰনাথ যাত্ৰীসহ ১৫জনক গুলীয়াই হত্যা কৰা হয়।
  • ২০০৭ - ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হয়।

জন্ম

  • ১৮৯৯ - আৰ্নেষ্ট হেমিংৱে, আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক। তেখেতৰ বিশ্ব প্ৰসিদ্ধ উপন্যাসখনৰ নাম হ’ল ‘দ্য অ'ল্ড মেন এণ্ড দ্য ছী’; যাৰ বাবে তেখেতে ১৯৫৪ চনত সাহিত্যৰ নোবেল লাভ কৰিছিল।
  • ১৯০২ - মহীচন্দ্ৰ মিৰি, অসমীয়া সমাজ সেৱক আৰু সাহিত্যিক।
  • ১৯১১ - উমাশংকৰ যোশী, ভাৰতীয় কবি আৰু লেখক।
  • ১৯৩০ - আনন্দ বক্সী, ভাৰতীয় কবি গীতিকাৰ।
  • ১৯৩৪ - চন্দু বোৰ্ডে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৩৯ - প্ৰণৱজ্যোতি ডেকা, অসমীয়া গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা আৰু অধ্যাপক।
  • ১৯৫১ - ৰবীন ৱিলিয়ামছ, অভিনেতা, জুমাঞ্জী কথাছবিৰ নায়ক।

মৃত্যু

  • ১৭৯৬ - ৰবাৰ্ট বাৰ্ণছ, স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় কবি।
  • ১৯০৬ - উমেশ চন্দ্ৰ বেনাৰ্জী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি।
  • ১৯৬৭ - জিমি ফক্স, আমেৰিকাৰ বেচবল খেলুৱৈ।
  • ১৯৭৬ - আবু তাহেৰ, বাংলাদেশী স্বাধীনতা সংগ্ৰামী আৰু বাওঁপন্থী বিপ্লৱী।
  • ২০০৯ - গংগুবাঈ হংগল, ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।

দিৱস

  • বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস।

বাহ্যিক সংযোগ



Tags:

২১ জুলাই ঘটনাৱলী২১ জুলাই জন্ম২১ জুলাই মৃত্যু২১ জুলাই দিৱস২১ জুলাই বাহ্যিক সংযোগ২১ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ৰুবুল মাউতশদিয়ামালিনী থানশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯বৰপেটাঅসমীয়া ভাষা উন্নতি সাধিনী সভাঢোলভাৰতৰ সংবিধানমাছবাৰেচহৰীয়া ভাওনা মহোৎসৱৰামকৰকাৰ্ল মাৰ্ক্সছনেটনিমাতী কইনাধৰ্মমৌখিক পৰম্পৰাৱিকিঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবন্দে মাতৰম্‌আহোম-মোগলৰ সংঘৰ্ষপদুমনগাঁওভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপ্ৰাকৃতিক সম্পদআত্মসহায়ক গোটঅসমৰ তেল শোধনাগাৰকল্প (সময়)আনন্দ চন্দ্ৰ আগৰৱালাজলসিঞ্চনলংকাশ্ৰী সূৰ্য পাহাৰচুটিগল্পগণতন্ত্ৰগগনাবৰপেটা সত্ৰদশাৱতাৰসালোক সংশ্লেষণজৱাহৰলাল নেহৰুপ্ৰব্ৰজনমাতৃভাষা২২ এপ্ৰিলহিতেশ্বৰ শইকীয়াপুঁজিবাদঅসমত দেখা চৰাইবোৰনাটকভাৰতীয় ভাষাঅসমৰ বয়ন শিল্পবিষুৱ ৰেখাস্বামী বিবেকানন্দভাষাআঙুলি সঞ্চালনগোৱালপাৰাডি এন এহিতেশ্বৰ বৰবৰুৱাস্বদেশী আন্দোলনমণিপুৰঅসমৰ চলচ্চিত্ৰলোকসভাঅসমৰ কেইগৰাকীমান মহান ব্যক্তিনাৰী সবলীকৰণমাৰ্কাছ ৰাছফৰ্ডমধ্যাহ্ন ভোজন আঁচনিঅণুবীক্ষণ যন্ত্ৰকমলাকান্ত ভট্টাচাৰ্য্যদেওপাহাৰৰংমিলিৰ হাঁহিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানকনকলতা বৰুৱাশিক্ষাৰ অধিকাৰটাই সংস্কৃতিৰ ৰূপৰেখামণিকুন্তলা ভট্টাচাৰ্যঅনুৰাধা শৰ্মা পূজাৰী🡆 More